• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ…জুবিন বিহীন অসম

ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ…জুবিন বিহীন অসম

9 months ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

27 minutes ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

55 minutes ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

2 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

3 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

6 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

7 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

7 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

8 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

9 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

9 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

10 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ…জুবিন বিহীন অসম

ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ...জুবিন বিহীন অসম

editor by editor
September 23, 2025
in অসম, জীৱনশৈলী
0
ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ…জুবিন বিহীন অসম
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈছে এটা লেখা৷ বহু সামাজিক মাধ্যম ইউজাৰকাৰীয়ে শ্বেয়াৰ কৰিছে এই লেখা৷

‘নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা ৪টা দিনত….তাকে লিখি ৰাখো…

১) অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ।
২) তেওঁ কৈ যোৱা ধৰণেৰেই , তেওঁৰ‌ গীত-কথা- সুৰেৰে প্ৰতি নগৰ,প্ৰতি চহৰ,প্ৰতি গাওঁ,প্ৰতি চুবুৰী,প্ৰতিটো তিনিআলি-চাৰিআলি,প্ৰতিটো অফিচ-কাচাৰী,প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।
৩) অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ।
৪) দেহ চমজি লʼবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৱৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে আঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ।
৫) এখন ৰাজ্য ৪ টা নিশা উজাগৰে থকা দেখিলোঁ।
৬) ১০ লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ।
৭) মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীতশিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ (প্ৰথম মাইকেল জেকচন)…
৮) The humming king of the World নামেৰে Google এ স্বীকৃতি দিয়া দেখিলোঁ।
৯) মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ,কি বান্দৰ,কি ঘোঁৰা,কাউৰী…. উদণ্ড ষাঁড়ে এখন্তেক ৰৈ চকুলো টুকা দেখিলোঁ।
১০) অসম সাহিত্য সভা,সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ।
১১) পাহাৰ সদৃশ গামোচাৰ দʼম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ।
১২) গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘন্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ….. লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ… কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ….
১৩) অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ।
১৪) ক্ৰিকেটবলীয়া অসমীয়াই ভাৰত-পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলোঁ।
১৫) অহৰহ ৪ দিন সামাজিক মাধ্যমত ১০০% এজন মানুহৰেই কাহিনী-কথা-গান দেখিলোঁ।
১৬) আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ।
১৭)ৰজা বিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ।
১৮) একে সময়তে মঠ-মন্দিৰ-সত্ৰ-নামঘৰ-মছজিত শ্ৰদ্ধাঞ্জলি দেখিলোঁ।
১৯) প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ।
২০) কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ….. পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ।
২১) সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ।
২২) ভৱিষ্যত প্ৰজন্মৰ বাবে হাত- ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ…..অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ।
২৩) বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰ দিয়া দেখিলোঁ।
২৪)ট্ৰাকৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ।
২৫)The New York Times ত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ।
২৬) বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ।
২৭) আমেৰিকান বেণ্ডে “মায়াবিনী” সুৰ তোলা দেখিলোঁ।
২৮) প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।
২৯) BCCI য়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান (৩০ চেপ্তেম্বৰ)ত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ।
৩০) ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।
৩১) ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ।
৩২) এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি – ফেলʼশ্বীপ দিয়াৰ পৰিকল্পনা দেখিলোঁ।
৩৩) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ।
৩৪) আত্মহত্যা আৰু চেষ্টা দেখিলোঁ।
৩৫) ৰেলৱে ষ্টেচনৰ চাউণ্ড চিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ।
৩৬) কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ… সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ….. উলোটা ৰামধেনু দেখিলোঁ…. কেতিয়াও নেদেখা অদ্ভূত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ….কʼতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ।
৩৭) অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ।

ৰʼৱ….আৰু ঢেৰ দেখিলোঁ…..
ৰৈ যোৱা বহু আশা দেখিলোঁ… আটাইতকৈ দামী সংগীত শিল্পীজনৰ অনাটন দেখিলোঁ….. আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ… স্বাৰ্থ দেখিলোঁ…..

(আমাৰ সন্তানে যেতিয়া সুধিব… ইমান আটোম টোকাৰী কৈ থোৱা এইখন কাৰ ফʼটো? তেতিয়াই এই পʼষ্টটো পঢ়ি শুনাম….. অনুমান কৰি লʼব তেওঁ কোন …. আমাৰ Boss কোন) জুবিন দা’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

June 27, 2026
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!
জীৱনশৈলী

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

June 27, 2026
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

June 27, 2026
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
Next Post
জুবিনৰ লগতে থাকিব জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও চলাই থকা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই কৈছিল এই কথা

জুবিনৰ লগতে থাকিব জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও চলাই থকা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই কৈছিল এই কথা

নৱৰাত্ৰিত ধনযোগ, নৱমীৰ পূৰ্বেই মা দুৰ্গাৰ কৃপাত কঁপাল খুলিব ৪ ৰাশিৰ

নৱৰাত্ৰিত ধনযোগ, নৱমীৰ পূৰ্বেই মা দুৰ্গাৰ কৃপাত কঁপাল খুলিব ৪ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.