• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা

শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা

10 months ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

41 minutes ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

59 minutes ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

1 hour ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

2 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

3 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

4 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

5 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

5 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

6 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

7 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

8 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা

শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা

editor by editor
September 24, 2025
in জীৱনশৈলী
0
শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা
0
SHARES
537
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গে ন্যায় পাব লাগিব মুখ খুলিছে জুবিনৰ বন্ধু তথা অভিনেতা যতীন বৰাই৷ যতীন বৰাই পোনপটীয়াকৈ এই ঘটনাক লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সমালোচনা কৰিছে৷ জুবিনে ন্যায় পাবই লাগিব বুলি কৈ যতীন বৰাই কয়-

জুবিন গাৰ্গত গড ফাদাৰ কৈছিল শ্যামকানু মহন্তই৷ সি জুবিনক জ্বলাই দিয়াৰ সময়ত এবাৰ আহিবলৈ সময় নাপালে৷ অসমৰ ৰাইজৰ আগত শ্যামকানুৱে মাফ খুজিব লাগে৷ মই ছিংগাপুৰ যোৱাৰ পূৰ্বে জুবিনক লগ পাইছিলো, তাক কৈছিলো তোক কিয় ইমান ভাগৰুৱা লাগিছে? তেতিয়া জুবিনে মোক কৈছিল, কামৰ প্ৰেছাৰ বেচি আছে৷ অলপ ভাগৰুৱা হৈ আছো৷ শ্যামকানুৱে কামুৰি আছে৷ গলেও সি এক পইছাও নিদিয়ে অহা যোৱাৰ খৰচহে দিব কেৱল৷ উপায় নাই যাও আৰু৷ বেমাৰী মানুহজনক লৈ গৈ এই অৱস্থা কৰিছে শ্যামকানুৱে৷ তাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে৷ শ্যামকানুৰ দোষ আছে৷ শ্যামকানুৱে নিজকে খুব অভিজ্ঞ ব্যক্তি দেখুৱাই৷ জুবিনকতো সি হীৰা বুলি জানিছিল৷ জুবিনক ইমশ্ব্যনেল ব্লেক মেইল কৰি লৈ গৈছিল যদি জুবিনৰ সি কিয় কেয়াৰ ৰাখিব নোৱাৰিলে? মই শ্যামকানুৰ সৈতে জুবিনৰ ইমান আত্মীয়তা কেতিয়াও দেখা নাই৷ জুবিনৰ সৈতে মই ৯০ৰ দশকৰ পৰাই কাম কৰি আহিছো৷ আগতেতো সি নাছিল৷ হঠাৎ আহি সোমাইছে৷ জুবিনক শ্যামকানুৱে ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে৷ জুবিন মৰি গলেও সি নৰ্থ ইষ্ট ফেষ্টিভেল চলাই থাকিল৷ কি ভেল্যু আছে তাৰ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ? অসমৰ কি লাভ হৈছে? শ্যামকানুৱে অকল নিজৰ পকেট গৰম কৰিলে৷ জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে সি৷

সিদ্ধাৰ্থ সম্পৰ্কে যতীন বৰাই কয়- সিদ্ধাৰ্থই জুবিনক খুবেই কেয়াৰ লৈ দেখুৱাইছিল৷ আমি লগ কৰিব খুজিলেও সি জুবিন শুই থাকিলে ফোনটোও দিয়া নাছিল৷ পাছত কলবেক কৰিব বুলি ফোন থৈ দিছিল৷ জুবিনৰ সৈতে কৰোবালৈ আমি গলেও সিদ্ধাৰ্থই জুবিনক লগত ৰাখিছিল বেলেগ ৰুমত৷ ইমান কেয়াৰ কৰা দেখুৱাইছিল সি৷ গৰিমাতকৈ সিয়েই বেছি কাষে কাষে থাকিছিল জুবিনৰ৷ ইমান জানিও সি কিয় জুবিনক এই অৱস্থালৈ থেলি দিলে৷ জুবিনক নেমকেয়াৰত যেতিয়া জুই, পানীৰ পৰা আঁতৰত থাকিবলৈ কৈছিল তেতিয়া সিদ্ধাৰ্থ আছিল৷ মই নিজেই সেই সময়ত সেই স্থানত আছিলো৷ জুবিনৰ মেডিছিন মিছ হ’ব নোৱাৰিব বুলি কোৱা কথাও সিদ্ধাৰ্থই জানে৷ সকলো জানিও কিয় সি জুবিনক সাগৰলৈ লৈ গৈছিল? সিদ্ধাৰ্থক মই দোষী বুলি ভাৱো৷ সি মাৰি পেলোৱা নাই বাৰু কিন্তু ইমান কেয়াৰলেছ কিয় হ’ল সিদ্ধাৰ্থ? উত্তৰ অসমবাসীক লাগিব৷ এৰি দিয়া নহ’ব৷ অসমবাসীয়ে হীৰা হেৰুৱাইছে৷ জুবিনৰ মৃত্যু হোৱাৰ বয়স হোৱা নাছিল৷ আমাক জুবিনৰ ন্যায় লাগিব৷ কথাবোৰ অসমবাসীয়ে স্পষ্টকৈ জানিবই লাগিব৷ ছিংগাপুৰত প্ৰকৃততে কি হৈছিল জুবিনৰ লগত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়
জীৱনশৈলী

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

July 18, 2026
Next Post
গুৱাহাটীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, কেতিয়া, কেনেকৈ অসম পালেহি সিদ্ধাৰ্থ?

গুৱাহাটীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, কেতিয়া, কেনেকৈ অসম পালেহি সিদ্ধাৰ্থ?

ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ

ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.