• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ

ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ

8 months ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

40 minutes ago
আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী, মুজতাবাৰ কাৰ্যালয়ে ক’লে ভিত্তিহীন

আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী, মুজতাবাৰ কাৰ্যালয়ে ক’লে ভিত্তিহীন

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৫ ৰাশিৰ জীৱনলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

12 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

12 hours ago
নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

13 hours ago
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

14 hours ago
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

14 hours ago
প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

15 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

15 hours ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ

ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ

editor by editor
September 25, 2025
in জীৱনশৈলী
0
ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণঃ বিবাহৰ সময়তেই গোত্ৰ সলনি হয়, ‘উত্তৰাধিকাৰহীন’ বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ থাকে শহুৰেকৰ পৰিয়ালৰ
0
SHARES
541
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো উত্তৰাধিকাৰী নাথাকিলে বিবাহিত হিন্দু মহিলাৰ সম্পত্তিৰ ভাগ পাব তেওঁৰ স্বামীৰ উত্তৰাধিকাৰীয়ে৷ মহিলাৰ পিতৃ পৰিয়ালৰ তৰফৰ পৰা কোনোৱে এই সম্পত্তি দাবী কৰিব নোৱাৰিব৷ কাৰণ বিবাহৰ সময়তেই হিন্দু মহিলাৰ গোত্ৰ সলনি হয়৷ এক সম্পত্তি সম্পৰ্কীয় গোচৰত তাৎপৰ্যপূৰ্ণ পৰ্যবেক্ষণ কৰিছে ছুপ্ৰিম কৰ্টে৷ ১৯৫৬ চনৰ হিন্দু উত্তৰাধিকাৰ আইন অনুসৰি, কোনো হিন্দু মহিলা যদি স্বামী-সন্তানহীন অৱস্থাত মৃত্যু হয় আৰু তেওঁৰ কোনো উইল বা ইচ্ছাপত্ৰ নাথাকে তেন্তে সেই সম্পত্তি স্বামীৰ উত্তৰাধিকাৰীৰ হাতলৈ যায়৷ সেই ধাৰাক চেলেঞ্জ কৰি গোচৰ তৰা হৈছিল ছুপ্ৰিম কৰ্টত৷

সেই গোচৰৰ শুনানি চলাৰ সময়তেই গোত্ৰক লৈ মন্তব্য কৰিছে ন্যায়াধীশ নাগৰত্ন৷ শীৰ্ষ আদালতে স্পষ্টকৈ জনাইছে যে বিবাহৰ পাছতেই এগৰাকী নাৰীৰ দায়িত্ব সম্পূৰ্ণৰূপে স্বামী আৰু শহুৰেকৰ ঘৰৰ৷ ফলত তেওঁলোকৰ সম্পত্তিৰ অধিকাৰো শহুৰেকৰ ঘৰৰ৷ ন্যায়াধীশ নাগৰত্নই কৈছে, হিন্দু নাৰীৰ বিবাহৰ সময়তে নাম সলনি হৈ যায়৷ সলনি হয় গোত্ৰও৷ কন্যাদানৰ সময়ত গোত্ৰ সলনি হৈ যায়৷

গোত্ৰ সলনিৰ সৈতে ভাৰতীয় মহিলাৰ যাৱতীয় দায় দায়িত্ব গুচি যায় শহুৰেকৰ ঘৰৰ ওপৰত৷ স্বাভাৱিকভাৱেই তেওঁলোকৰ সম্পত্তিও শহুৰৰ ঘৰে পোৱা উচিত৷ ন্যায়াধীশে কয়, ‘হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা কোনো ৰীতিক আইনৰ মাধ্যমেৰে সলনি কৰিব নোৱাৰি৷ ন্যায়াধীশ বি ভি নাগৰত্নই কৈছে, ‘এগৰাকী বিবাহিত মহিলাই পিতৃ আৰু ভায়েক ভনীয়েকৰ পৰা ভৰণপোষণৰ টকা নিবিচাৰে৷ আইন অনুসৰি সেয়ে মহিলাগৰাকীৰ সম্পত্তিও স্বামী পৰিয়ালে পাব লাগে৷ কাৰণ খোৰপোছ বিচাৰি কোনো মহিলাই নিজৰ ভাতৃৰ বিৰুদ্ধে কেতিয়াও গোচৰ নতৰে৷ খোৰপোছ বিচাৰে কেৱল স্বামীৰ পৰাই৷ ইয়াৰোপৰি স্বামীৰ পৰিয়ালক বাদ দি আন কাৰোবাক সম্পত্তি দিব খুজিলে মহিলাই তেওঁৰ সম্পত্তি জীৱিত কালতেই উইল কৰি যাব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

June 1, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ৫ ৰাশিৰ জীৱনলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

June 1, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

May 31, 2026
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!
জীৱনশৈলী

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

May 31, 2026
Next Post
বৰঝাৰ বিমান বন্দৰত শ্যামকানু মহন্ত, বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰৰ সম্ভাৱনা

বৰঝাৰ বিমান বন্দৰত শ্যামকানু মহন্ত, বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰৰ সম্ভাৱনা

গ্ৰেপ্তাৰ শেখৰজ্যোতি গোস্বামী, SIT য়ে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে শেখৰজ্যোতিক

গ্ৰেপ্তাৰ শেখৰজ্যোতি গোস্বামী, SIT য়ে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে শেখৰজ্যোতিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.