বুধবাৰৰ মাজ নিশা ইণ্ডিগ’ ফ্লাইটৰ 20D আসনত বহি গুৱাহাটী পালেহি সিদ্ধাৰ্থ শৰ্মা৷
বিমানৰ যাত্ৰীৰ তালিকাৰ পৰীক্ষাত নিশ্চিত হৈছে এই কথা৷
6E-6048 ইণ্ডিগ বিমানেৰে গুৱাহাটীত উপস্থিত সিদ্ধাৰ্থ শৰ্মা৷
নিশা ১১ বাজি ২৮ মিনিটত বিমান বন্দৰত অৱতৰণ কৰিছে সিদ্ধাৰ্থ শৰ্মা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















