বৰঝাৰ বিমান বন্দৰত শ্যামকানু মহন্ত৷
বৰঝাৰ বিমান বন্দৰৰ বিশ্ৰাম কোঠাত আছে শ্যামকানু মহন্ত৷
তাৰ পৰাই গ্ৰেপ্তাৰৰ সম্ভাৱনা শ্যামকানুক৷
ইতিমধ্যেই SIT দলে অভিযান চলাই আছে শ্যামকানুৰ ঘৰত৷
কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে বিমান বন্দৰত৷
অপ্ৰীতিকৰ পৰিস্থিতিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে আৰক্ষী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















