• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপূজাত ৰাজযোগৰ সৈতে আছে ধনযোগ, নৱমীৰ পূৰ্বেই বিপুল অৰ্থলাভ ৪ ৰাশিৰ

দুৰ্গাপূজাত ৰাজযোগৰ সৈতে আছে ধনযোগ, নৱমীৰ পূৰ্বেই বিপুল অৰ্থলাভ ৪ ৰাশিৰ

1 year ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

2 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

3 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

5 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

6 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

7 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

8 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

8 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপূজাত ৰাজযোগৰ সৈতে আছে ধনযোগ, নৱমীৰ পূৰ্বেই বিপুল অৰ্থলাভ ৪ ৰাশিৰ

দুৰ্গাপূজাত ৰাজযোগৰ সৈতে আছে ধনযোগ, নৱমীৰ পূৰ্বেই বিপুল অৰ্থলাভ ৪ ৰাশিৰ

editor by editor
September 25, 2025
in জীৱনশৈলী
0
দুৰ্গাপূজাত ৰাজযোগৰ সৈতে আছে ধনযোগ, নৱমীৰ পূৰ্বেই বিপুল অৰ্থলাভ ৪ ৰাশিৰ
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ ছেপ্টেম্বৰ ২০২৫ দেওবাৰে মহাষষ্ঠীৰ পৰা আৰম্ভ হ’ব এই বছৰৰ দুৰ্গাপূজা৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এইবাৰৰ পূজাত বিশেষ শুভ যোগ৷ একাধিক ৰাজযোগৰ সৈতে ধনযোগ গঠিত হ’ব দুৰ্গাপূজাৰ সময়ত৷ পূজাৰ মাজত যি শুভ যোগ থাকিব, সেইসমূহ হৈছে বুধাদিত্য ৰাজযোগ, ধন যোগ, ভাদ্ৰ ৰাজযোগ, সাম যোগ আৰু বশিষ্ঠ যোগ৷ তুলা ৰাশিত চন্দ্ৰ আৰু মঙলৰ যুঁটিত গঠিত হব ধন যোগ৷ কন্যা ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ নিজৰ মূল ত্ৰিকোণ চিহ্ন কন্যাত অৱস্থান কৰি বুধ গঠন কৰিব ভাদ্ৰ ৰাজযোগ৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত মহানৱমীৰ পূৰ্বেই প্ৰচুৰ অৰ্থলাভ হ’ব চাৰি ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?

বৃষ ৰাশি

বুধাদিত্য ৰাজযোগ আৰু ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱ মহানৱমীৰ পূৰ্বেই আৰ্থিকভাৱে লাভৱান হব বৃষ ৰাশিৰ জাতক৷ মা দুৰ্গাৰ আশীৰ্বাদত কেৰিয়াৰত উন্নতি কৰাৰ সুবৰ্ণ সুযোগ পাব৷ নিজৰ কেৰিয়াৰৰ গ্ৰাফক উন্নতিৰ দিশলৈ লৈ যাব৷ সন্তান সংক্ৰান্তিয় সকলো দুৰ্ভাৱনা দূৰ হব৷

মিথুন ৰাশি

দুৰ্গাপূজাৰ মাজত দেৱী দুৰ্গাৰ কৃপা লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ভাদ ৰাজযোগ আৰু ধন যোগৰ প্ৰভাৱত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত বিলাসিতাৰ মাজত সময় কটাব আপুনি৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিস্থিতি উন্নত হব৷ অফিচত পদোন্নতিৰ যোগ আছে৷

কন্যা ৰাশি

বুধাদিত্য ৰাজযোগ আৰু ভাদ ৰাজযোগৰ প্ৰভাৱ একেলগে থাকিবহ ৰন্যা ৰশিত৷ দুটাকৈ ৰাজযোগৰ প্ৰভাৱত মহানৱমীৰ পূৰ্বে প্ৰচুৰ সৌভাগ্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জ্ঞান বুদ্ধি বাঢ়িব৷ দেৱী দুৰ্গাৰ কৃপাত কিছু পজিটিভ পৰিবৰ্তন আহিব আপোনাৰ জীৱনত৷ সমাজত প্ৰতিপত্তি বাঢ়িব৷

তুলা ৰাশি

তুলা ৰাশিতেই মঙল আৰু চন্দ্ৰৰ যুঁটিত গঠিত হব ধন যোগ৷ এই সময়ত সমাজ আৰু কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ দেৱীৰ আশীৰ্বাদত নৱমীৰ মাজতে সম্পদ লাভ কৰাৰ সুযোগ পাব৷ আপোনাৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ অফিচত আপোনাৰ কৰ্মদক্ষতাই সকলোৰে নজৰ কাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
কাপোৰ খোলা মতা মানুহ শ্যামকানু…! চাওক শ্যামকানুৰ কেইখনমান ভাইৰেল ফটো

কাপোৰ খোলা মতা মানুহ শ্যামকানু...! চাওক শ্যামকানুৰ কেইখনমান ভাইৰেল ফটো

শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ

শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.