• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ

শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ

1 year ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

5 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

5 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

5 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

6 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

7 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

8 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

8 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

10 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

10 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

11 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ

শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ

editor by editor
September 25, 2025
in জীৱনশৈলী
0
শুক্ৰত পূৰ্বফাল্গুনী গোচৰ! আজিৰ পৰাই প্ৰেম জীৱন মধুময় হোৱাৰ লগতে হাতলৈ ধন আহিব এই ৪ৰাশিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষৰ গণনা অনুসৰি ২৫ ছেপ্টেম্বৰত শুক্ৰ গ্ৰহই পূৰ্বফাল্গুনী নক্ষত্ৰত গোচৰ কৰিছে৷ ভাল দিশ হৈছে এই নক্ষত্ৰৰ অধিপতি স্বয়ং শুক্ৰ গ্ৰহ৷ ফলত ধন, ভোগবিলাস আৰু প্ৰেমৰ কাৰক শুক্ৰই যেতিয়া নিজৰ নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া অপাৰ ধন সম্পদৰ বৰ্ষণ ঘটে৷ শুক্ৰ গ্ৰহই যেতিয়া নিজৰ ৰাশি বা নিজস্ব নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ আৰু প্ৰৱল হৈ উঠে আৰু অত্যন্ত শুভ ফল প্ৰদান কৰে৷ এই সময়ত শুক্ৰ পূৰ্ব ফাল্গুনীত অৱস্থান কৰিছে সেয়ে কিছু ৰাশিৰ জাতকৰ জীৱনলৈ ধন, ঐশ্বৰ্য, প্ৰেম আনন্দ আৰু ৰোমান্সৰ প্ৰাচুৰ্য আহিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ সেয়ে এই ৰাশিত শুক্ৰৰ শুভ প্ৰভাৱ সৰ্বদা বিৰাজমান থাকে৷ শুক্ৰৰ এই নক্ষত্ৰ গমনে জাতকৰ জীৱনত প্ৰেম বঢ়াই দিয়ে৷ প্ৰচুৰ ধন সম্পদ আৰু ঐশ্বৰ্য আহিব৷ বিনিয়োগতো লাভ হব৷ সংগীৰ সৈতে সম্পৰ্ক আৰু দৃঢ় হ’ব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই নক্ষত্ৰগমন অত্যন্ত লাভদায়ক হ’ব৷ বিশেষকৈ যিসকলে যোগাযোগ, মিডিয়া আৰু গ্লেমাৰ জগতৰ সৈতে যুক্ত তেওঁলোকে সাফল্য পাব পাৰে৷ অৰ্থৰ সৈতে জনপ্ৰিয়তাও বাঢ়িব৷ সম্পৰ্কসমূহত মাধুৰ্য আহিব৷

তুলা ৰাশি

শুক্ৰৰ পূৰ্বফাল্গুনী নক্ষত্ৰত প্ৰৱেশ তুলা ৰাশিৰ জাতকৰ বাবে বিৰাট সুফল কঢ়িয়াই আনিব৷ তুলা ৰাশিৰ অধিপতি গ্ৰহও শুক্ৰ৷ ধনলাভ হব, মান সন্মান বাঢ়িব৷ প্ৰেমৰ সম্পৰ্কত মাধুৰ্য বৃ্দ্ধি পাব৷ নতুন সম্পৰ্ক তৈয়াৰ হব আৰু সেইসমূহৰ পৰা উপকাৰো আহিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই নক্ষত্ৰ পৰিবৰ্তনে শুভ ফল দিব৷ জীৱনত ধন সম্পদ বৃদ্ধি পাব৷ ইয়াৰোপৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ সংগীত, শিল্প আৰু সৃজনশীলতাৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় বিশেষ শুভ৷ প্ৰেমজীৱন আৰু বিবাহিত জীৱন সুন্দৰভাৱে কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
Next Post
জুবিন গাৰ্গক আমি ছিংগাপুৰলৈ মতাতো পাপ হ’ব পাৰে নেকি? দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছোঃ শ্যামকানু মহন্ত

জুবিন গাৰ্গক আমি ছিংগাপুৰলৈ মতাতো পাপ হ’ব পাৰে নেকি? দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছোঃ শ্যামকানু মহন্ত

ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো - "বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.