• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গক আমি ছিংগাপুৰলৈ মতাতো পাপ হ’ব পাৰে নেকি? দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছোঃ শ্যামকানু মহন্ত

5 months ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

2 hours ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

3 hours ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

4 hours ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

5 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

6 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

7 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গক আমি ছিংগাপুৰলৈ মতাতো পাপ হ’ব পাৰে নেকি? দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছোঃ শ্যামকানু মহন্ত

জুবিন গাৰ্গক আমি ছিংগাপুৰলৈ মতাতো পাপ হ’ব পাৰে নেকি? দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছোঃ শ্যামকানু মহন্ত

editor by editor
September 25, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গক আমি ছিংগাপুৰলৈ মতাতো পাপ হ’ব পাৰে নেকি? দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছোঃ শ্যামকানু মহন্ত
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পলাই থকা বুলি কোৱা শ্যামকানু মহন্তই নিজৰ সামাজিক মাধ্যম একাউণ্টত শ্বেয়াৰ কৰিছে এটা ভিডিঅ৷ শ্যামকানুৱে কৈছে- মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল৷ মোক গুৱাহাটীলৈ অহিলে কাটিম মাৰিম বুলি মেছেজ আহি আছে বাবে মই যাব পৰা নাই৷ গৰিমা মোৰ ভগ্নীৰ নিচিনা৷ মই তেওঁৰ কাষত ঠিয় দিব পৰা নাই৷ জুবিন গাৰ্গক আমি কিয় মাতি আনিছিলো৷ প্ৰথম আমি ২০১৩ চনত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলো৷ তেতিয়াৰে পৰাই জুবিন আমাৰ সৈতে জড়িত হৈ আছে৷ আমি যতেই অনুষ্ঠান কৰো তেওঁৰ লগত আলোচনা কৰিহে কৰো৷ কাৰণ তেওঁ আমাৰ বেণ্ড এম্বেছাডৰ৷ পূৰ্বেও দুবাৰকৈ তেওঁ বেংককলৈ গৈছে৷

এইবাৰো আমি ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁক সুধিছো৷ তেওঁ যাম বুলি কৈছিল৷ লগতে সন্দীপনক লৈ যোৱাৰ কথা কয় তেওঁ৷ ছিংগাপুৰলৈ আমি জুবিনক মতাতো পাপ নহয়৷ তেওঁ অসমৰ আটাইতকৈ ডাঙৰ ছিংগাৰ গতিকে আমি তেওঁক মতাতো কেনেকৈ ভুল হব পাৰে? তেখেতে ১৭ ছেপ্টেম্বৰত ছিংগাপুৰলৈ আহিছিল৷ তেওঁৰ দলটোক আমি পেন পেছিফিক হোটেলত ভালকৈ ৰাখিছিলো৷ তেওঁ ভুপেন হাজৰিকাক তাৰ পৰা ট্ৰিবিউট দিয়াৰ কথা আছিল৷

১৯ ছেপ্টেম্বৰত আমাৰ মিটিং চলি থকাৰ সময়ত ঘটিছে৷ আমাৰ মিটিং আৰম্ভ হৈছিল ১২ মান বজাত আৰু ঘটনাৰ খবৰ পাইছিলো ৩.৩০ মিনিটত৷ সিদ্ধাৰ্থই খবৰটো দিছিল৷ ঘটনাটো শুনি আমি কি কৰিব নকৰিম ভাৱিব পৰা নাছিলো৷ এই ঘটনা শুনি আমি অনুষ্ঠান বাতিল কৰিছিলো৷ ভাৰতীয় ৰাষ্ট্ৰদূতে আমাৰ অনুষ্ঠানতো সম্পূৰ্ণ বাতিল কৰিছিল৷ আমি মৰ্গত থাকি জুবিনৰ শৰীৰটো পঠিওৱাৰ ব্যৱস্থা কৰাত লাগিলো৷ মই কব খুজিছো এই ঘটনাৰ সৈতে আমি কোনো প্ৰকাৰে জড়িত নহয়৷ কেইজনমান ব্যক্তিয়ে মিলি আমাক হত্যা কৰাৰ পৰিকল্পনা চলিছে৷ কিয় কৰিছে নাজানো৷ SIT তদন্তক আমি সহযোগ কৰিম৷ আমি শ্ৰদ্ধা জনাইছো এই কাৰ্যক৷

এই ঘটনাই আমাক সম্পূৰ্ণভাৱে বিধ্বস্ত কৰিছে৷ জুবিন আমাৰ হৃদপিণ্ড আছিল৷ আমি সকলো বিধ্বস্ত৷ আমাৰ ফেক ভিডিঅ, ফেক ফোনকল ভাইৰেল হৈছে৷ তেওঁ আমাৰ অনুষ্ঠানটোৰ গুৰুত্ব বুজিছিল৷ আমাৰ জুবিনৰ স্মৃতিত কৰিব লগা বহু আছে৷ আমি বিচাৰিছো ন্যায় হওক৷ দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছো৷ আশীৰ্বাদ কৰিব ধন্যবাদ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

February 7, 2026
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ
জীৱনশৈলী

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

February 7, 2026
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ
জীৱনশৈলী

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

February 7, 2026
Next Post
ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো - "বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

অফিচ ছিনড্ৰোম কাক বোলে? কি কি উপসৰ্গ থাকে এই সমস্যাৰ? কেনেকৈ মুক্তি পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন