• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

10 months ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

43 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

2 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

2 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

4 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

editor by editor
October 9, 2025
in জীৱনশৈলী
0
গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ অক্টোবৰ বৃহস্পতিবাৰে আহিন মাহৰ কৃষ্ণপক্ষৰ তৃতীয় দিন৷ চন্দ্ৰই মেষ ৰাশিলৈ গমন কৰিব৷ চন্দ্ৰৰ ওপৰত মঙলৰ সপ্তম দৃষ্টি শুভ হব৷ ইয়াৰোপৰি শুক্ৰই কন্যা ৰাশিলৈ গমন কৰিব, যাৰ ফলত শুক্ৰাদিত্য যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি ভৰণী নক্ষত্ৰৰ সংযোগত ধন যোগো তৈয়াৰ কৰিব৷ ই বৃষসহ ৫ ৰাশিৰ বাবে শুভ হব৷

বৃহস্পতিবাৰৰ ভাগ্যবান ৫ ৰাশি

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে খুবেই শুভ আৰু লাভজনক দিন হব৷ আপোনাৰ ভাগ্যই আপোনাক বিলাসিতা দিব৷ যদি আপোনাৰ কোনো বাহন বা বিলাসবহুল সামগ্ৰী ক্ৰয়ৰ ইচ্ছা থাকিলে আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ আপুনি আপোনাৰ চাকৰিত বিপৰীত লিংগৰ কোনো সহকৰ্মীৰ পৰা সহায়তা পাবলৈ সক্ষম হব৷ দিনৰ দ্বিতীয়াৰ্ধত সম্পত্তি সম্পৰ্কিত কামত ভাগ্যৰ সংগ পাব৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব৷ যিসকলে ফেশ্বন আৰু প্ৰসাধনী সামগ্ৰীৰ ব্যৱসায় কৰে, ভাগ্যই তেওঁলোকক বিশেষ লাভ প্ৰদান কৰিব৷ আপুনি উপহাৰো পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে সম্পদ আৰু প্ৰত্তিপত্তি বৃদ্ধি পাব৷ আপোনাৰ বাবে আৰামৰ দিন হব৷ পোছাক আৰু প্ৰসাধনী সংক্ৰান্তিয় কামৰ সৈতে জড়িতসকলে দিনৰ দ্বিতীয়াৰ্ধত হঠাৎ তেওঁলোকৰ আয় বৃদ্ধি দেখিবলৈ পাব৷ আপোনাৰ বুদ্ধিমত্তা আৰু কৰ্মক্ষেত্ৰত দক্ষতাৰ কাৰণে আপুনি উপকৃত হব৷ চৰকাৰী ক্ষেত্ৰত সাফল্যৰ সম্ভাৱনা আছে৷ আপোনাৰ ঊৰ্ধতনসকলে আপোনাক কৰ্মক্ষেত্ৰত উৎসাহিত কৰিব পাৰে৷ আপোনাৰ পদ আৰু প্ৰতিপত্তি বৃদ্ধিৰ ফলত আপুনি উপকৃত হব৷ আপোনাৰ পাৰিবাৰিক জীৱনো প্ৰেমময় আৰু আনন্দময় হব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আয় বৃদ্ধিৰ দিন হব৷ আপুনি এনে এক উৎসৰ পৰা উপকৃত হব পাৰে যি আপুনি আশাও কৰা নাছিল৷ আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু চতুৰতাৰে আপোনাৰ প্ৰতিপক্ষসকলক পৰাজিত কৰিবলৈ সক্ষম হব৷ আপোনাৰ নক্ষত্ৰসমূহে ইংগিত দিয়ে৷ আপুনি সম্পত্তি বা দীৰ্ঘম্যাদি বিনিয়োগৰ পৰা উপকৃত হব পাৰে৷ যানবাহনৰ সুবিধাৰো সম্ভাৱনা আছে৷ কোনো অমীমাংসিত কাম সম্পন্ন হব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ভাল সুযোগ পাব পাৰে৷ আপোনাৰ বিবাহিত জীৱনত সুখ থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে এক শুভ আৰু ভাগ্যবান দিন হব৷ কৰ্মক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ কাষৰ পৰা আপুনি নিৰ্দেশ পাব৷ আপোনাক এক নতুন প্ৰকল্প বা কামৰ দায়িত্ব দিয়া হব পাৰে৷ ব্যৱসায়ত আপোনাৰ বাবে এই দিনটো লাভজনক হব৷ আপুনি পৰিয়াল আৰু নিকটাত্মীয়সকলৰ পৰা সহায় পাব৷ উপহাৰ আৰু বিলাসিতা লাভৰো সম্ভাৱনা আছে৷ পূৰ্ববৰ্তী কোনো কাম বা বিনিয়োগৰ পৰা আপুনি লাভৱান হব৷ আপোনাৰ নক্ষত্ৰই ইংগিত দিয়ে যে আপুনি যদি কোনো নতুন প্ৰকল্প আৰম্ভ কৰিব খোজে বা কোনো বেংকৰ পৰা ঋণ লোৱাৰ চেষ্টা কৰে তেন্তে আপুনি সাফল্য পাবই৷ কোনো কামৰ সৈতে সম্পৰ্কিত ভ্ৰমণো সফল হব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো শুভ আৰু লাভজনক দিন হব৷ ভাগ্যই আপোনাৰ প্ৰত্যাশাতকৈ বেছি সুবিধা দিব৷ আপোনাৰ আয় বৃদ্ধি পাব আৰু আপোনাৰ ইচ্ছা পূৰণৰ সুযোগ থাকিব৷ বন্ধুৰ সহায় আপোনাৰ বাবে উপকাৰী হব পাৰে৷ যিসকলে মাৰ্কেটিং আৰু চেলছৰ সৈতে জড়িত তেওঁলোকে লাভৱান হব৷ আপুনি কাৰোবাক সহায় কৰাৰ সুযোগো পাব পাৰে৷ যি কাম কৰি নিজেও আনন্দিত হব৷ আপুনি পৈতৃক সম্পত্তিৰ পৰাও উপকৃত হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
দীপাৱলিৰ পূৰ্বে সূৰ্যই তাৰ ৰাশি পৰিবৰ্তন কৰিব, এই ৩ ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

দীপাৱলিৰ পূৰ্বে সূৰ্যই তাৰ ৰাশি পৰিবৰ্তন কৰিব, এই ৩ ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.