• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

11 months ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

17 minutes ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

40 minutes ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

1 hour ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

2 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

3 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

3 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

4 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

13 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

14 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

14 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

editor by editor
October 13, 2025
in জীৱনশৈলী
0
আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিন দুদিনকৈ ২৫টা দিন বাগৰিল৷ আজিও ৰাজ্যজুৰি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি লিখিব লগা হৈছে #justiceforZubeenGarg, জুবিন গাৰ্গৰ বাবে এনেদৰে ন্যায় বিচাৰিবলগীয়া হোৱাটো খুবেই দুখঃজনক বিষয় বুলিও সচেতন নাগৰিকে মন্তব্য কৰিছে৷ ইতিমধ্যে জুবিন পত্নী গৰিমা গাৰ্গেও দেওবাৰে নিশা সামাজিক মাধ্যমত খুবেই দুখেৰে লিখিছে- ‘আৰু ১০ দিন আমি ন্যায়ৰ বাবে অপেক্ষা কৰিম৷ ১০ দিনৰ ভিতৰত আমি ন্যায় পাব লাগিব৷ জুবিন গাৰ্গে ন্যায় পাব লাগিব৷’

জুবিন গাৰ্গৰ সমাধিতো দেওবাৰে নিশা শ শ মানুহ উপস্থিত হৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন সদৃশ পৰিবেশ গঢ়ি তুলিছে৷ সকলোৰে এটাই দাবী, কথাটো একদম সাধাৰণ৷ অসমৰ মানুহে কেৱল এটা কথাই জানিব খুজিছে, ছিংগাপুৰত সেইদিনা কি হৈছিল? কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ’ল৷ সঁচা তথ্য কেৱল জানিব বিচাৰিছে অসমৰ জনতাই৷ সেই সাধাৰণ কথাটোক কিয় ইমান মেৰপেছ দি থকা হৈছে সেই কথা জানিব খুজিছে অসমৰ জনতাই৷

দেওবাৰে নিশা সমাধিক্ষেত্ৰৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওলাই অহা যুৱকৰ স্পষ্ট মত, ‘জুবিন গাৰ্গক আমি ঘূৰাই নাপাও৷ কিন্তু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল সেই তথ্য আমাক লাগে৷ মুখ্যমন্ত্ৰীয়ে ২৬ত পুনৰ বিজেপি চৰকাৰ আহিলে ফ্ৰি মিঠাতেল দিয়াৰ কথা কৈছিল৷ আমাক সেই মিঠাতেল নালাগে৷ আমাৰ মাটি আছে সৰিয়হ খেতি কৰি আমি মিঠাতেল নিজেই উলিয়াই লম৷ আমাক কেৱল জুবিন গাৰ্গৰ ন্যায় লাগে৷ জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে ৰাইজে আপোনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব৷ অসমৰ মানুহক মিঠাতেলৰ প্ৰয়োজন নাই৷ আমাৰ এটাই অনুৰোধ জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগিব৷ আমাক চৰকাৰ নালাগে৷ কংগ্ৰেছ বিজেপি আমাৰ মতলব নাই আমাক জুবিন দাৰ ন্যায় লাগে৷ জুবিন গাৰ্গ সকলোতকৈ ঊৰ্ধত তেওঁক ন্যায় নিদিয়ালৈকে আমি ক্ষান্ত নহও৷ জুবিন দা অমৰ হওক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

September 18, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
Next Post
দীপাৱলিৰ পূৰ্বেই ৰাজযোগ, ২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব ভাগ্য

দীপাৱলিৰ পূৰ্বেই ৰাজযোগ, ২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব ভাগ্য

কভিড-১৯ য়ে শুক্ৰাণুৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?

কভিড-১৯ য়ে শুক্ৰাণুৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.