• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

8 months ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

1 hour ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

2 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

3 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

3 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

3 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

6 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

6 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

7 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

8 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

22 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

editor by editor
October 15, 2025
in জীৱনশৈলী
0
দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰ দীপাৱলি উদযাপিত হ’ব ২০ অক্টোবৰ সোমবাৰে৷ হিন্দু কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ অমাবস্যা তিথিত দীপাৱলি উদযাপিত হয়৷ দীপাৱলি পোহৰৰ উৎসৱ নামেৰেও পৰিচিত৷ জ্যোতিষীৰ মতে এই দীপাৱলি খুবেই বিশেষ হ’ব কেইটামান ৰাশিৰ বাবে৷ দীপাৱলিত শুক্ৰ আৰু চন্দ্ৰৰ সংযোগত বৈভৱ লক্ষ্মী ৰাজযোগ তৈয়াৰ হ’ব৷

জ্যোতিষীৰ মতে ৯ অক্টোবৰত শুক্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰিছে আৰু ১৯ অক্টোবৰত চন্দ্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰিব যাৰ ফলত এই যোগ তৈয়াৰ হ’ব৷ বৈভৱ লক্ষ্মী ৰাজযোগৰ এই চমৎকাৰ সমন্বয়ৰ প্ৰভাৱ দীপাৱলিত দৃশ্যমান হ’ব৷ জানক দীপাৱলিত গঠিত বৈভৱ লক্ষ্মী ৰাজযোগৰ ফলত কোন কোন ৰাশিৰ জাতক জাতিকা উপকৃত হ’ব?

মেষ ৰাশি

দীপাৱলিত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে উন্নতিৰ সুযোগ আহিব৷ বৈভৱ লক্ষ্মী যোগে আপোনাৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰিব৷ পুৰণি ঋণ পৰিশোধ কৰিব পাৰে৷ ৰৈ থকা অৰ্থ উভতাই পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত উল্লেখযোগ্যভাৱে লাভৰ মুখ দেখিব৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে৷ ঘৰত কোনো শুভ ঘটনা ঘটিব পাৰে৷

সিংহ ৰাশি

এই দীপাৱলিত সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিশেষভাৱে প্ৰৱল হ’ব৷ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব৷  ডাঙৰ বিনিয়োগ লাভজনক হ’ব৷ সম্পৰ্ক আৰু মধুৰ হৈ উঠিব৷ পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷ নতুন যানবাহন বা সম্পত্তি কিনাৰ সম্ভাৱনা আছে৷ সমস্ত কাম আত্মবিশ্বাসৰ সৈতে সম্পন্ন হ’ব৷

বৃশ্চিক ৰাশি

এই দীপাৱলিত বৃশ্চিক ৰাশিৰ জাতক জাতিকা লাভাম্বিত হব৷ কৰ্মজীৱনত এক নতুন দায়িত্ব বা পদোন্নতি পাব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷ আৰ্থিক লাভৰ ওপৰিও আপোনাৰ সন্মানো বৃদ্ধি পাব পাৰে৷ বৈভৱ লক্ষ্মী যোগে কৰ্মৰতসকলকো সহায় কৰিব৷ দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদো থাকিব৷

বৈভৱ লক্ষ্মী ৰাজযোগ কি?

জ্যোতিষশাস্ত্ৰ অনুসৰি বৈভৱ লক্ষ্মী ৰাজযোগ এক অত্যন্ত শুভ যোগ বুলি বিবেচিত হয়৷ ইয়াৰ প্ৰভাৱে এজন ব্যক্তিৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সন্মান কঢ়িয়াই আনে৷ এই যোগৰ অধীনত জন্মগ্ৰহণকাৰী সকলৰ বাবে নতুন সূচনা, অগ্ৰগতি সম্পদ আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

June 24, 2026
Next Post
প্ৰতিদিনেই বহু পৰিমাণে চুলি সৰিব ধৰিছে? কি মাৰাত্মক ৰোগৰ লক্ষণ এয়া?

প্ৰতিদিনেই বহু পৰিমাণে চুলি সৰিব ধৰিছে? কি মাৰাত্মক ৰোগৰ লক্ষণ এয়া?

পোষ্ট অফিচৰ এই স্কিমত ১২,৫০০ টকাকৈ জমা কৰিলেই পাব ৪০ লাখ টকা, কিমান দিন বিনিয়োগ কৰিব লাগিব?

পোষ্ট অফিচৰ এই স্কিমত ১২,৫০০ টকাকৈ জমা কৰিলেই পাব ৪০ লাখ টকা, কিমান দিন বিনিয়োগ কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.