• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

10 months ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

10 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

11 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

12 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

12 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

12 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

13 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

13 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

14 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

16 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

16 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

editor by editor
October 25, 2025
in জীৱনশৈলী
0
সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ্থিক সংকট দূৰ কৰাৰ অন্যতম উপায় হৈছে স্বৰ্ণঋণ৷ আৰু সেয়ে বেংক বা বেংক বহিৰ্ভূত আৰ্থিক সংস্থাই (নন ফাইনেন্সিয়েল কোম্পানী বা এন বি এফ চি) সোণৰ অলংকাৰ বন্ধকত ৰাখে৷ একেই নিয়ম ৰূপৰ গহনাৰ ক্ষেত্ৰতো প্ৰযোজ্য নেকি? এই বিষয়ত কি কৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিয়মে?

সম্প্ৰতি ৰৌপ্যঋণক লৈ এক বিজ্ঞাপ্তি জাৰি কৰিছে আৰ বি আইয়ে৷ তাতেই কোৱা হৈছে এইবাৰৰ পৰা সোণৰ দৰে ৰূপৰ কইন বা অলংকাৰ বন্ধক ৰাখিব পাৰিব সাধাৰণ জনতাই৷ সমস্ত ৰাষ্ট্ৰায়ত্ত সমবায় আৰু বেচৰকাৰী বেংক, এন বি এফ চি আৰু হাউজিং ফাইনেন্স সংস্থাসমূহে এই ঋণ দিব পাৰে৷ আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰ হ’ব এই নতুন নিয়ম৷

চলিত বছৰৰ ৬ জুনত সংশ্লিষ্ট সংস্কাৰসমূহৰ কথা ঘোষণা কৰে আৰ বি আইয়ে৷ কেন্দ্ৰীয় বেংকৰ নিয়ম অনুসৰি গ্ৰাহকে ৰৌপ্য অলংকাৰ আৰু মুদ্ৰাৰ বিপৰীতে স্বল্পম্যাদি ঋণ ল’ব পাৰে৷ কিন্তু ৰূপৰ বিনিময়ত ধাৰ দিব নোৱাৰিব কোনো সংস্থাই৷ বিশ্লেষকৰ দাবী, প্ৰতাৰণাৰ কৱলত নপৰিবলৈকে এই নিয়ম জাৰি কৰিছে আৰ বি আইয়ে৷
ইয়াৰোপৰি বন্ধকী ৰূপ ব্যৱহাৰ কৰি আকৌ ঋণ লোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় বেংকে৷ বিনিয়োগকাৰীসকলৰ বহুতেই ৰূপৰ ই টি এফ অৰ্থাৎ এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডত বিনিয়োগ কৰে৷ ইয়াৰ বিপৰীতে কোনো ৰৌপ্যঋণ মঞ্জুৰ কৰা নহ’ব বুলিও জনাইছে ৰিজাৰ্ভ বেংকে৷
বিজ্ঞাপ্তিত সৰ্বাধিক কিমান পৰিমাণৰ ৰূপ বিনিময়ত টকা ধাৰ ল’ব পাৰিব সেয়াও স্পষ্ট কৰি দিছে আৰ বি আইয়ে৷ তাতেই কোৱা হৈছে ১০ কিঃগ্ৰাঃ পৰ্যন্ত ৰূপৰ অলংকাৰ আৰু ৫০০ গ্ৰাম পৰ্যন্ত ৰৌপ্য মুদ্ৰাৰ বিনিময়ত ঋণ পাব আবেদনকাৰীয়ে৷ উল্লেখ্য যে ঋণ পৰিশোধ কৰিলে সেই ৰূপ আকৌ ঘূৰাই পাব বিনিয়োগকাৰীয়ে৷ এইক্ষেত্ৰত বিলম্ব হলে গ্ৰাহকে ক্ষতিপূৰণৰ বাবদ দৈনিক ৫০০০ টকাকৈ দিব লাগিব সংশ্লিষ্ট বেংকক৷ এই কথা কোৱা হৈছে আৰ বি আইৰ তৰফৰ পৰা৷
ইয়াৰোপৰি বন্ধক থকা অৱস্থাত ৰূপৰ অলংকাৰ হেৰাই গলে বা তাৰ কোনো ক্ষতি হ’লে সংশ্লিষ্ট গহনাৰ মূল্য সম্পূৰ্ণভাৱে ধাৰ লোৱা ব্যক্তিক উভতাই দিব লাগিব৷ ঋণ পৰিশোধ নকৰিলে স্বৰ্ণঋনৰ দৰেই ৰূপো নিলাম কৰিব সংশ্লিষ্ট বেংকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
Next Post
চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.