• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

5 months ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

31 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

1 hour ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

2 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

17 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

19 hours ago
অত্যাধিক পানী সেৱনে বিপদত পেলাব পাৰে আপোনাক, কষ্ট পায় শৰীৰে!

অত্যাধিক পানী সেৱনে বিপদত পেলাব পাৰে আপোনাক, কষ্ট পায় শৰীৰে!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

editor by editor
October 28, 2025
in জীৱনশৈলী
0
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান
0
SHARES
21.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নন এলকহলিক ফেটি লিভাৰ ডিজিজ বা NAFLD এতিয়া ভাৰতত মহামাৰীৰ দৰে বিয়পি পৰিছে৷ চিকিৎসকৰ মতে অনিয়মিত জীৱনযাপন, অস্বাস্থ্যকৰ খাদ্য, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ সকলো মিলি এই ৰোগৰ আশংকা দিনে দিনে বাঢ়িছে৷ লিভাৰত অলপ পৰিমাণে ফেট থকাটো স্বাভাৱিক, কিন্তু অতিৰিক্ত ফেট জমা হৈ গলে সি লিভাৰৰ কাৰ্যক্ষমতাক বাধাগ্ৰস্থ কৰে৷ দীৰ্ঘদিন চিকিৎসা নকৰালে এই সমস্যা চিৰোছিচ বা আনকি লিভাৰ কেন্সাৰ পৰ্যন্ত হ’ব পাৰে৷

 ফেটি লিভাৰ সাধাৰণতে দুই প্ৰকাৰৰ

১. এলকহলিক ফেটি লিভাৰ, যিয়ে অতিৰিক্ত মদ্যপানৰ ফলত হয়৷

২. নন এলকহলিক ফেটি লিভাৰ, যি অতিৰিক্ত ওজন, ডায়বেটিছ, জাংক ফুড খোৱা, অনিয়মিত জীৱনযাত্ৰাৰ সৈতে জড়িত৷

যদিও এই ৰোগৰ প্ৰাথমিক পৰ্যায়ত সাধাৰণতে কোনো লক্ষণ নাথাকে, ধীৰে ধীৰে কিছু সতৰ্ক সংকেতে দেখা দিয়ে৷ পেটৰ সোঁফালে কম পৰিমাণে বিষ বা অস্বস্তি, অতিৰিক্ত ক্লান্তি হঠাৎ ওজন কমি যোৱা ইত্যাদি৷ আৰু যেতিয়া ৰোগে গুৰুতৰ আকাৰ ধাৰণ কৰে তেতিয়াই দেখা দিব পাৰে পেট আৰু ভৰিৰ ফোলাভাৱে৷ ছাল আৰু চকুৰ হালধীয়াভাৱ, গাঢ় প্ৰস্ৰাৱ, পাতল ৰঙৰ মল আৰু মানসিক বিভ্ৰান্তি৷

ভৰিত ফোলাভাৱঃ বিপদৰ আগতীয়া ইংগিত

ব্ৰিটেইনৰ NHS ৰ ৰিপৰ্টে কৈছে, ভৰিত ফোলাভাৱ বা Pedal Edema আৰু ফেটি লিভাৰৰ এক প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ বহুতেই ইয়াক অৱহেলা কৰে৷ ভাৱে দীৰ্ঘক্ষণ থিয় হোৱাৰ বাবে ভৰি ফুলিছে৷ কিন্তু বিশেষজ্ঞই কৈছে ই লিভাৰৰ সমস্যাৰ আগতীয়া ইংগিত৷

দেৰী নকৰি চিকিৎসা আৰম্ভ কৰক

ভৰিৰ ফোলাভাৱে দেখা দিলে অৱহেলা নকৰিব৷ ই লিভাৰৰ ক্ষতিৰ প্ৰাথমিক ইংগিত৷ সময়মতে পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰিলে লিভাৰ সম্পূৰ্ণভাৱে সুস্থ ৰখা সম্ভৱ৷

বিশেষজ্ঞৰ পৰামৰ্শ, নিয়মিত শৰীৰচৰ্চা, সুষম খাদ্যভাষ, এলকহ’লৰ পৰা দূৰৈত থাক আৰু ওজন নিয়ন্ত্ৰণত ৰখা ফেটি লিভাৰৰ প্ৰতিৰোধৰ মূল চাবিকাঠি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ
বাণিজ্য

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

April 3, 2026
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?
বিনোদন

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

April 2, 2026
Next Post
অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.