• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

6 months ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

4 minutes ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

44 minutes ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

2 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

3 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

3 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

3 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

4 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

4 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

5 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

5 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

5 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

editor by editor
November 3, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত সূৰ্য, মঙ্গল, শুক্ৰ আৰু বুধসহ কেইবাটাও গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব৷ যিয়ে ১২ ৰাশিৰ জীৱনত প্ৰভাৱ পেলাব৷ গ্ৰহৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি নৱেম্বৰ মাহ ৫ ৰাশিৰ বাবে উপকাৰী হব পাৰে৷ জ্যোতিষশাস্ত্ৰৰ ভৱিষ্যদ্বাণী অনুসৰি নৱেম্বৰ মাহত হংসৰাজ যোগ, নৱপঞ্চম ৰাজযোগ, মঙ্গল আদিত্য যোগ, মালব্য আৰু ৰুচকৰ দৰে ৫ টা ৰাজযোগ তৈয়াৰ হ’ব৷ যিয়ে কিছু ৰাশিৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব পাৰে৷ নৱেম্বৰত কোন কোন ৰাশিৰ জাতক ভাগ্যবান হ’ব?

মেষ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত ৫ টা ৰাজযোগ তৈয়াৰ হোৱাৰ কাৰণে এই মাহৰ আৰম্ভণিতে আপোনাৰ সাফল্যৰ পথ সুগম হব৷ আপুনি আৰ্থিকভাৱে সক্ষম হব৷ আপুনি এনে সামগ্ৰীত বিনিয়োগ কৰিব যিয়ে দীৰ্ঘম্যাদি সুবিধা দিব৷ সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন৷ মানুহৰ কথা ধৈৰ্য্য ধৰি শুনি জবাব দিব৷

সিংহ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত ৫ টা ৰাজযোগ তৈয়াৰ হোৱাৰ কাৰণে এই মাহত আপোনাৰ আকৰ্ষণ বাঢ়িব৷ প্ৰাথমিক পৰ্যায়ত সমালোচনা হব পাৰে৷ বিভ্ৰান্ত নহ’ব৷ আপোনাৰ মৰ্যাদা বজায় ৰাখক৷ মাহৰ মাজৰ সময়ত সৃজনশীল দিশটোক নজৰ দিয়ক৷ সুনিৰ্দিষ্ট আৰ্থিক লভ্য নিৰ্ধাৰণ কৰক আৰু নিয়মিত প্ৰচেষ্টা কৰক৷ মাহৰ শেষত আপোনাৰ সাফল্য উপভোগ কৰক৷ আপোনাৰ প্ৰিয়জনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক৷

কন্যা ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত ৫টা ৰাজযোগ তৈয়াৰ হোৱাৰ কাৰণে এই মাহ খুবেই ভাগ্যবান হব৷ আপোনাৰ সৰল জীৱনধাৰাই আপোনাৰ মহান ব্যক্তিত্বৰ পৰিচয় দিব৷ সুষম খাদ্য গ্ৰহণ কৰক আৰু স্বাস্থ্যৰ বাবে খোজকঢ়া জৰুৰী৷ আপোনাৰ কঠোৰ পৰিশ্ৰম খুঁটিনাটি বিষয়ৰ প্ৰতি মনোযোগৰ প্ৰয়োজন৷ আপুনি কৰ্মক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন আনিব৷ নিজৰ সীমা অতিক্ৰম নকৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সত্তা বজায় ৰাখক৷ মাহৰ শেষৰ দিশত আপোনাৰ পৰিশ্ৰমৰ ফল পাব পাৰে৷

তুলা ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত ৫ ৰাজযোগ তৈয়াৰ হোৱাৰ ফলত আৰ্থিক স্থিতিশীলতা আহিব৷ নিৰ্দিষ্ট কিছু কামত মনোনিৱেশ কৰক৷ আপোনাৰ প্ৰেম জীৱন, নিজৰ সৈতে কথা কোৱাৰ ক্ষেত্ৰত সৎ থাকক৷ মাহৰ মাজভাগত আপোনাৰ ঘৰ বা কৰ্মক্ষেত্ৰত কিছু বিষয়ে আপোনাৰ মন পাতল কৰিব৷

মকৰ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰত মাহত ৫ টা ৰাজযোগ তৈয়াৰ হোৱাৰ ফলত ভাগ্য উজ্জ্বল হব৷ আৰ্থিক লাভৰ ডাঙৰ লক্ষণ আছে৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰক৷ সম্পৰ্কৰ ক্ষেত্ৰত সৎ হৈ থাকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ
জীৱনশৈলী

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

April 21, 2026
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

April 21, 2026
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ
জীৱনশৈলী

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

April 21, 2026
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
Next Post
অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

বুধৰ নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ, ১৯ নৱেম্বৰৰ পৰা কপাল খুলিব এইকেইটা ৰাশিৰ

বুধৰ নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ, ১৯ নৱেম্বৰৰ পৰা কপাল খুলিব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.