• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ,  ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

2 days ago
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

58 minutes ago
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

1 hour ago
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

3 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

4 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

5 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

6 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

7 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

10 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ, ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ, ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

editor by editor
December 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ,  ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম শুনানি৷ ১৬ ডিচেম্বৰত জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানিৰ দিন৷ কাইলৈ আটাইকেইটা অভিযুক্তক সোঁ শৰীৰে আদালতত হাজিৰ কৰোৱাবই লাগিব বুলি জনাইছে৷ ইতিমধ্যেই আৰক্ষীক নিৰ্দেশো প্ৰদান কৰিছে CJM আদালতে৷ কেনেকৈ আদালতলৈ আনিব সেয়া আৰক্ষীৰ বিষয় বুলিও জনাইছে CJM আদালতে৷

ইফালে SITয়ে দাখিল কৰা চাৰ্জশ্বীটত ভৱাতকৈয়ো বেছি ভয়ংকৰ তথ্য থকাৰ কথা জনাইছে বহু সূত্ৰই৷ জুবিন গাৰ্গক পৰিকল্পিতভাৱেই হত্যা কৰা হৈছে বুলিও উল্লেখ আছে চাৰ্জশ্বীটত৷ কেৱল হত্যাই নহয় মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বহু বিত্তীয় কেলেংকাৰীৰ কথাও উদঙাই দিয়া হৈছে চাৰ্জশ্বীটত৷ কেনেকৈ জুবিন গাৰ্গক ইমানদিনে ঠগি আছিল মেনেজাৰ সিদ্ধাৰ্থই সেই তথ্যও আছে চাৰ্জশ্বীটত৷

চাৰ্জশ্বীটৰ ৰিপৰ্ট অনুসৰি জুবিনৰ বেংক একাউন্টত মাত্ৰ ১০ লাখহে ধন আছিল৷  ICICI বেংকত আছে জুবিনৰ এই ধনৰাশি৷ বছৰি হিচাপত জুবিনৰ একাউণ্টত থাকিব লাগে ৩ কোটি টকা৷  এবছৰত জুবিনৰ বিহু অনুষ্ঠানৰ পাৰিশ্ৰমিক ৪ কোটি ৮০ লাখ টকা৷ প্ৰতিখন বিহু অনুষ্ঠানৰে জুবিনৰ চুক্তি হয় ১২ লাখ টকাকৈ৷ এবছৰত ৪০ খনকৈ বিহু অনুষ্ঠান পৰিবেশন কৰে জুবিন গাৰ্গে৷

জুবিন গাৰ্গে শেহতীয়াকৈ গম পাইছিল তেওঁৰ ধনৰ খেলিমেলিৰ কথা৷ ছিংগাপুৰৰ পৰা ওভতি আহি সকলো হিচাপ লোৱাৰ কথা আছিল জুবিন গাৰ্গৰ৷ ১২ অক্টোবৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ আৰু আন একাংশৰ সৈতে হিচাপ কৰাৰ কথা আছিল৷  চিনেমাৰ নামত হোৱা ব্যয়, খাৰঘুলিৰ ঘৰ আৰু ষ্টুডিঅ’ৰ নামত হোৱা ব্যয়ৰ খাতিয়ান লোৱাৰ কথা আছিল জুবিন গাৰ্গৰ৷ কিন্তু ৰহস্যজনকভাৱে ছিংগাপুৰৰ পৰা ওভতি অহাৰ পূৰ্বে মৃত্য হয় জুবিন গাৰ্গ৷  এই সকলোবোৰ  কথা উল্লেখ আছে দীঘলীয়া চার্জশ্বীটৰ পৃষ্ঠাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?
জীৱনশৈলী

December 17, 2025
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে
ক্ৰীড়া

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

December 17, 2025
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

December 17, 2025
Next Post
‘MGNREGA’ বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

'MGNREGA' বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

কাইলৈ আদালতত সোঁশৰীৰে উপস্থিত নাথাকে জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা ৭ অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন