• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

8 months ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

3 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

4 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

4 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

5 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

6 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

6 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

7 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

8 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

9 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

10 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

10 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

editor by editor
December 21, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, স্বাস্থ্য
0
নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা
0
SHARES
464
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

সততে পোৱা হালধীয়া হালধিৰ বিষয়েই জানে সকলোৱে। কিন্তু এই ধৰাত পোৱা যায় এক বিশেষ নীলা ৰঙৰ হালধিয়ো। ভাৰতৰ কংগ্ৰেছ দলৰ আগশাৰীৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে খায় সেই বিশেষ নীলা হালধি। এই বিষয়ে জানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা।

সংসদৰ শীতকালীন অধিৱেশনৰ পিছত অনুষ্ঠিত পৰম্পৰাগত চাহ মেলৰ সময়তে প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে নীলা হালধিৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰা দেখা গৈছিল।

প্ৰিয়ংকা গান্ধীয়ে প্ৰকাশ কৰে যে তেওঁ নীলা হালধি সেৱন কৰে। বহুতো উপকাৰিতা আৰু প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ ইয়াক খাদ্য তালিকাত বিশেষভাৱে অন্তৰ্ভুক্ত।

হালধীয়া হালধিৰ বিষয়ে আমি সকলোৱে জানো; ই আমাৰ পাকঘৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু জানি আচৰিত হব নীলা হালধিয়ো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক বহুতে ক’লা হালধি বুলিও কয়। এই হালধিৰ ৰং গাঢ় নীলা আৰু ইয়াৰ বাকলি ক’লা হোৱা দেখা যায়।

নীলা হালধিক বৈজ্ঞানিকভাৱে Curcuma cassia বুলি জনা যায়। উত্তৰ-পূব ভাৰত আৰু অন্ধ্ৰপ্ৰদেশত ইয়াৰ খেতি কৰা হয়। হালধীয়া হালধিৰ দৰে ইয়াৰ বৃদ্ধি হ’বলৈ ৯ মাহ সময় লাগে আৰু ইয়াক ঔষধি হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে শৰীৰক বহু উপকাৰ প্ৰদান কৰে।

বিষৰ পৰা উপশম – ইয়াৰ বিষ তথা প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে ইয়াক সেৱন কৰা হয়। বিশেষকৈ গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ এই হালধি বিশেষ ফলপ্ৰসূ।

পেটৰ বাবে উপকাৰী – পেটৰ সমস্যাৰ বাবেও নীলা হালধি বহু উপকাৰী। ইয়াক সেৱন কৰিলে পেটৰ সমস্যা বিশেষকৈ কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়।

বয়স প্ৰতিৰোধী – এই হালধিত ফেনলিক যৌগ আৰু কেটেচিন থাকে। এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি হোৱাৰ বাবে নীলা হালধিয়ে অক্সিডেটিভ চাপ হ্ৰাস কৰে, যাৰ ফলত বয়স বৃদ্ধিৰ গতি লেহেমীয়া হয়।

ঋতুভিত্তিক চৰ্দিক নিয়ন্ত্ৰণত ৰাখে – এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ নীলা হালধিয়ে ঋতুভিত্তিক চৰ্দি লাঘৱ কৰাত সহায় কৰে। বিশেষকৈ শীতকালত ই বহু উপকাৰী।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে – নীলা হালধি সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। গতিকে প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে বিশেষভাৱে এই হালধি সেৱন কৰিব লাগে।

ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে – নীলা হালধিৰ এটা বিশেষ উপকাৰী গুণ হ’ল ইয়াৰ এন্টি-ডায়েবেটিক গুণ, যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে।

ছাল উজ্জ্বল কৰে – ঔষধি গুণেৰে ভৰপূৰ নীলা হালধি ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত কেটেচিন থাকে যিয়ে UVB-প্ৰৰোচিত বয়স বৃদ্ধিৰ গতি লেহেমীয়া কৰে, ব্ৰণৰ পৰা উপশম দিয়ে আৰু ছাল উজ্জ্বল কৰে।

পাছে কেনেকৈ ব্যৱহাৰ কৰিব তথা খাব এই নীলা হালধি- নীলা হালধি বিভিন্ন ধৰণে সেৱন কৰিব পাৰি। ইয়াক শাক-পাচলি, চূপ বা মিহিকৈ কাটি গাৰ্নিচ হিচাপে ব্যৱহাৰ কৰিব খাব পাৰি। ইয়াক পানীত সিজাই চাহ হিচাপেও খাব পাৰি। ইয়াক গাখীৰত মিহলাইয়ো সেৱন কৰিব পাৰি। কিন্তু এই নীলা হালধি খোৱাৰ সময়ত সাৱধান হওক, যাতে ই অতিমাত্ৰা নহয়। যিকোনো বস্তুৰ অতিৰিক্ততা বেয়া। অথবা ডক্তৰৰ পৰামৰ্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.