• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব

১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব

3 months ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

2 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

3 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

3 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

4 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

4 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

5 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

5 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

5 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

5 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

6 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

6 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব

১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব
0
SHARES
703
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ যিমানেই আগুৱাই আহিছে সিমানেই বাঢ়িছে উত্তেজনা৷ ২০২৬ চনটো কেনেকৈ যাব? সেই বিষয়ক লৈ মানুহৰ আগ্ৰহৰ শেষ নাই৷ পুৰণি সকলো বেয়া দূৰ হৈ নতুন বছৰটো যাতে সুখ শান্তিৰ হয় তাৰেই কামনা কৰিছে প্ৰতিজন ব্যক্তিয়েই৷ অথচ সেই আশাত আমাৰ কিছুমান ভুলেই কাঁইট হৈ থিয় দিয়ে৷ বছৰৰ প্ৰথম দিনা নিজে কৰা কিছু ভুলৰ বাবেই সমগ্ৰ বছৰ তাৰ বেয়া প্ৰভাৱ থাকে জীৱনত৷ বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ১ জানুৱাৰীত ভুলতো এইকেইটা কাম কৰা উচিত নহয়৷ অন্যথা সমগ্ৰ বছৰ, দুঃখ, কষ্টৰে জীৱন পাৰ কৰিবলগীয়া হয়৷ জানি থওক ১ জানুৱাৰীত কি কি কাম কৰা উচিত নহয়?

ধন ধাৰলৈ দিয়া

বাস্তুশাস্ত্ৰ অনুসৰি বছৰৰ প্ৰথম দিনা ধন ধাৰে দিয়া বা ধাৰলৈ লোৱা উচিত নহয়৷ প্ৰচলিত বিশ্বাস যে ইয়াৰ ফলত আগন্তুক মাহসমূহত আৰ্থিক চাপ বাঢ়ি যায়৷

কাজিয়া-মতবিৰোধ

নতুন বছৰৰ প্ৰথম দিনা কাজিয়া আৰু মতবিৰোধ এৰাই চলক৷ প্ৰচলিত বিশ্বাস যে এই দিনত কাজিয়া কৰিলে দেৱী লক্ষ্মী ৰুষ্ট হয়৷ দেৱী লক্ষ্মী সম্প্ৰীতি আৰু সুখেৰে ভৰা এখন ঘৰতহে বাস কৰে৷ বাৰে বাৰে সমস্যাক লৈ চিন্তা কৰিলে বা তৰ্ক কৰিলে মানসিক চাপ বাঢ়িব পাৰে৷ ফলত জীৱনত নেতিবাচক প্ৰভাৱ পৰিবলৈ ধৰে৷

পোছাক

বাস্তুশাস্ত্ৰ অনুসৰি বছৰৰ প্ৰথম দিনা পুৰণি বা ক’লা ৰঙৰ পোছাক পিন্ধা উচিত নহয়৷ এইসমূহে নেতিবাচক শক্তিক আকৰ্ষণ কৰে৷ যিয়ে আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য মাতি আনিব পাৰে৷ দেৱী লক্ষ্মী অসন্তুষ্ট হয় ফলত আৰ্থিক চাপ বাঢ়িব পাৰে৷

ঘৰ অন্ধকাৰত ৰখা

এই দিনটোত ঘৰ অন্ধকাৰ কৰি ৰখা উচিত নহয়৷ বিশেষকৈ উত্তৰ পূৰ্ব দিশ অন্ধকাৰ থাকিলে দাৰিদ্ৰক আমন্ত্ৰণ জনোৱা বুজায়৷ বাস্তুমতে এই দিনটোত সন্ধিয়াৰ সময়ত ঘৰ অন্ধকাৰত ৰখা উচিত নহয়৷ ঘৰৰ প্ৰধান প্ৰৱেশদ্বাৰ, পূজাৰ ঘৰত প্ৰদীপ জ্বলাই ৰাখক৷ তাৰ ফলত ইতিবাচক শক্তি বাঢ়ে৷ জীৱন সুখৰ হয়৷

দেৰীকৈ টোপনিৰ পৰা উঠা

বহুতেই ৩১ ডিচেম্বৰৰ নিশা পাৰ্টি কৰি ১ জানুৱাৰীত দেৰীকৈ টোপনিৰ পৰা উঠে৷ এই কাম কিন্তু ভুলতো কৰা উচিত নহয়৷ বছৰৰ প্ৰথম দিনা দেৰীকৈ টোপনিৰ পৰা উঠা উচিত নহয়৷ সমগ্ৰ বছৰ ভাল ফল লাভৰ বাবে পুৱাই সোনকালে শোৱাপাটী এৰক৷ গা ধুই ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ আৰাধনা কৰক৷ পৰিষ্কাৰ পৰিচ্ছন্নতাও বজায় ৰখা প্ৰয়োজন৷

অপৰিচ্ছন্ন ঘৰ

অপৰিচ্ছন্ন ঘৰে নেতিবাচক শক্তিক টানি আনে৷ সেয়ে ভুলতো এই দিনটোত ঘৰ অপৰিষ্কাৰ কৰি নাৰাখিব৷ ধুলি, মকৰাজাল আদি ভালকৈ পৰিষ্কাৰ কৰক৷ বিচনা চাদৰ, গাৰুকভাৰো লেতেৰাকৈ নাৰাখিব৷ এই ভুল কৰিলে ৰুষ্ট হয় দেৱী লক্ষ্মী৷ বছৰৰ প্ৰথম দিনটোত পাৰ্যমানে ঘৰ পৰিচ্ছন্ন কৰি ৰাখক৷

(এই তথ্য বাস্তুশাস্ত্ৰৰ আধাৰত লিখা হৈছে৷ সবিশেষ জানিবলৈ বিজ্ঞ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷) 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
মহাপ্লাৱনত ভাহিব পৃথিৱী, সভ্যতা ৰক্ষা কৰিবলৈ জাহাজ তৈয়াৰ! এয়া প্ৰতাৰণা নে আন কিবা? এয়া প্ৰতাৰণা নে আন কিবা? ভৱিষ্যদ্বাণী কৰি ৮০ লাখ টকীয়া বাহন কিনিলে এই ভৱিষ্যদ্ৰষ্টাই

মহাপ্লাৱনত ভাহিব পৃথিৱী, সভ্যতা ৰক্ষা কৰিবলৈ জাহাজ তৈয়াৰ! এয়া প্ৰতাৰণা নে আন কিবা? এয়া প্ৰতাৰণা নে আন কিবা? ভৱিষ্যদ্বাণী কৰি ৮০ লাখ টকীয়া বাহন কিনিলে এই ভৱিষ্যদ্ৰষ্টাই

বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.