• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

8 months ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

6 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

7 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

7 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

8 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

8 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

8 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

9 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

10 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

11 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

12 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

13 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

editor by editor
December 30, 2025
in বিবিধ, ভাৰত, লেখা
0
বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?
0
SHARES
526
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত আকৌ হিন্দু নিধনৰ ঘটনা৷

দীপু দাস, অমৃত মণ্ডলৰ পাছত আকৌ এজন হিন্দু যুৱকক শেষ কৰা হ’ল বাংলাদেশত৷

নিহত হিন্দু যুৱকৰ নাম বজেন্দ্ৰ বিশ্বাস৷

খবৰ অনুসৰি দীপুৰ দৰেই বস্ত্ৰ কাৰখানাত কৰ্মী হিচাপে কাম কৰি আছিল বজেন্দ্রই৷

তাতেই তেওঁক গুলি কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে৷

ময়মনসিংহ জিলাৰ ভালুকাৰ এক ফেক্টৰিত কাম কৰিছিল বজেন্দ্ৰ বিশ্বাস নামৰ ৪২ বছৰীয়া ব্যক্তিজনে৷

সোমবাৰে সন্ধিয়া ৬ বাজি ৪৫ মিনিটত তেওঁক গুলি কৰি হত্যা কৰে নমন মিঁয়া নামৰ ২৯ বছৰীয়া যুৱকে৷

ইতিমধ্যেই আৰক্ষীয়ে নোমন মিঁয়াক গ্ৰেপ্তাৰ কৰিছে৷

বাংলাদেশ আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে বজেন্দ্ৰ আৰু নোমন দুজজেই ছুলতানা চোয়েটাৰ্ছ লিমিটেড নামৰ ফেক্টৰীত নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল৷

নিজৰ ভিতৰতেই কথা পাতি থকাৰ সময়তে নোমনে বন্দুক ওলিয়াই ধেমালি কৰি বজেন্দ্ৰৰ দিশে টোৱাই৷

কিন্তু হঠাৎ বন্দুকৰ পৰা গুলি বাহিৰলৈ ওলাই বজেন্দ্ৰৰ ভৰিত লাগে৷

লগে লগে বজেন্দ্ৰক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ …জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?

এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ ...জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?

কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.