• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

4 months ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

1 hour ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

2 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

2 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

3 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

4 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

4 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

5 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

6 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

7 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

8 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

21 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰসহ মুঠ ৫ জনৰ মৃত্যু হৈছে বুধবাৰে বৰামতিৰ ভয়াৱহ বিমান দুৰ্ঘটনাত৷ পুণেৰ বৰামতি বিমানবন্দৰত অৱতৰণৰ দ্বিতীয় প্ৰচেষ্টাও বিফল হয় বিমানখনৰ৷ ৰানৱেতেই ভাঙি পৰে ফ্লাইটখন৷ ৪ মিনিটৰ ভিতৰতেই সকলো শেষ৷ কিন্তু কি ঘটিছিল বিমানখনৰ সৈতে?

ফ্লাইটৰাইডাৰৰ তথ্য অনুসৰি, বোম্বাৰ্ডিয়াৰ লিয়াৰজেট ৪৫ ৰেজিষ্টাৰ নম্বৰ VT-SSK ই পুৱা ৮ বাজি ১০ মিনিটত মুম্বাই বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল৷ ইয়াৰপাছতেই আৰৱ সাগৰৰ ওপৰৰ পৰা উৰিছিল পুৱা ৮ বাজি ৩০ মিনিটৰ বৰামতিত প্ৰথমবাৰ অৱতৰণৰ চেষ্টা কৰে৷

প্ৰথম চেষ্টা ব্যৰ্থ হয়৷ সম্ভৱত বেয়া দৃশ্যমানতাৰ কাৰণে এনে হৈছিল বুলি জনাইছে বিমানখনৰ অপাৰেটৰ সংস্থা VSR ভেঞ্চাৰ্ছ৷ ১৬ বছৰ পুৰণি এই বিমানখনে ইয়াৰপাছতেই পুৱা ৮ বাজি ৪২ মিনিটত দ্বিতীয়বাৰ অৱতৰণৰ চেষ্টা কৰে৷ কিন্তু পুৱা ৮ বাজি ৪৫ মিনিটত হঠাৎ বিমানখন ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়৷ তাৰপিছতেই সকলো শেষ৷

বাৰামতি বিমানবন্দৰৰ ৰানৱে ১১ ৰ থ্ৰেছহোল্ডত বিমানখনে বিকট শব্দ কৰি জ্বলি উঠে৷ প্ৰত্যক্ষদৰ্শীসকলৰ মতে মাটিত লগাৰ লগে লগেই বিমানখনত এক বিকট শব্দ হয় আৰু বিস্ফোৰণ ঘটে৷ এ এন আইক এক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে বিমানখনে ৰানৱেৰ দিশলৈ আগুৱাইছিল কিন্তু অৱতৰণৰ ঠিক আগতে প্ৰায় ১০০ ফুট দূৰৈত হঠাৎ ভাঙি পৰে৷ অজিত পাৱাৰৰ ওপৰিও বিমানখনত আছিল তেওঁৰ ব্যক্তিগত নিৰাপত্তা কৰ্মী, এগৰাকী সহকাৰী আৰু দুজন ক্ৰুৰ সদস্য৷ ইয়াৰোপৰি আছিল পাইলট ইন কমাণ্ড সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভাৱী পাঠক৷

প্ৰত্যক্ষদৰ্শীয়ে আৰু জনাইছে যে ভাঙি পৰৰাৰ সময়ত ৫টাকৈ বিস্ফোৰণৰ শব্দ পোৱা গৈছিল৷ কিছুক্ষণৰ ভিতৰতে সম্পূৰ্ণ ধ্বংস হৈ যায় বিমানখন৷ লগে লগে জুই৷ ফলত কাকোৱেই জীৱন্তে উদ্ধাৰ কৰিব পৰা সহজ হৈ নাথাকিল৷

আৰু এজন প্ৰত্যক্ষদৰ্শীয়ে কৈছে, ‘বিমানখন ভাঙি পৰা দেখিছিলো৷ ধাৰণা হৈছিল ইয়াত আৰু মানুহ জীয়াই থকাৰ আশা নাই৷ গাওঁৰ পৰা বৰ বিশেষ দূৰ নাছিল এয়াৰপৰ্ট৷ প্ৰথমে ভাৱিছিলো এয়া পাইলটৰ প্ৰশিক্ষণ চলিছে তাৰেই বিমান৷ পাছত জানিব পাৰো যে বিমানখন অজিত পাৱাৰৰ৷’

বাৰামতিৰ এছ পিয়ে জনাইছে যে বাৰামতিৰ বিমানবন্দৰত অৱতৰণৰ সময়ত বিমানখন ভাঙি পৰে৷ বিমানৰ পৰা প্ৰথমে ৩ টা মৃতদেহ উদ্ধাৰ কৰি হাস্পতাললৈ পঠিওৱা হয়৷ প্ৰাথমিকভাৱে কোনো শৱদেহৰেই পৰিচয় বুজিব পৰা অৱস্থাত নাছিল৷

উল্লেখ্য যে অজিত পাৱাৰৰ যি বিমান বাৰামতি গৈছিল সেই লিয়াৰজেট ৪৫ ফ্লাইটখন ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় নন ছিডিউলড চাৰ্টাৰ বিমান পৰিচালনকাৰী সংস্থা VSR ভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেডৰ মালিকানাধীন৷ লিয়াৰজেট ৪৫ এখন উচ্চ কাৰ্যক্ষমতাসম্পন্ন ছুপাৰ লাইট বিজনেছ জেট৷ যি উচ্চগতি, ইন্ধন সাশ্ৰয় আৰু উচ্চতাতো ক্ৰজিং ক্ষমতাৰ বাবে পৰিচিত৷ এই বিমানখন সাধাৰণতে অলপ আৰু কম দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ হয়৷ বিমানখনৰ পাংখাৰ প্ৰস্থ প্ৰায় ৪৭ ফুট আৰু ওজন ৯ হাজাৰ ৭৫২ কিঃগ্ৰাঃ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী
ভাৰত

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

June 11, 2026
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’
বিনোদন

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

June 11, 2026
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল
অপৰাধ

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

June 11, 2026
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

June 11, 2026
Next Post
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.