• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

4 months ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

1 hour ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

3 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

4 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

4 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

5 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

6 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

6 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত বৃহস্পতি আৰু চন্দ্ৰৰ যোগক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ কাৰণ বৃহস্পতি জ্ঞান, ধৰ্ম অৰ্থ আৰু বিস্তাৰৰ প্ৰতীক৷ অন্যহাতে চন্দ্ৰ মন, অনুভূতি আৰু মানসিক স্থিতিৰ দেৱতা৷ এই দুই গ্ৰহৰ যুঁটিৰ ফলত যি ৰাজযোগ তৈয়াৰ হয় তাক কোৱা হয় গজকেশৰী যোগ৷ চলিত বছৰ সেই গজকেশৰী যোগ তৈয়াৰ হ’ব মিথুন ৰাশিত৷ জ্যোতিষমতে, একাধিক ৰাশিৰ জীৱনত এই যোগৰ প্রভাৱ পৰিব৷ ঘূৰিব ভাগ্যৰ চকা৷

বৰ্তমান গুৰু বৃহস্পতিয়ে মিথুন ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ২ জুন ২০২৬ পৰ্যন্ত তাতেই থাকিব৷ এই সময়ৰ ভিতৰত বিভিন্ন গ্ৰহৰ সৈতে তেওঁৰ যুঁটি আৰু দৃষ্টিসংযোগ হব৷ ইয়াৰ ফলত একাধিক গুৰুত্বপূৰ্ণ যোগ তৈয়াৰ হৈছে৷ ২৮ জানুৱাৰী ২০২৬ বুধবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বৃহস্পতিৰ সৈতে যোগ তৈয়াৰ কৰি গজকেশৰী ৰাজযোগ গঠিত হব৷ জ্যোতিষশাস্ত্ৰই কৈছে এই যোগ প্ৰায় ৫৪ ঘণ্টা সক্ৰিয় থাকিব৷ তাৰ শুভ প্রভাৱ আৰু কিছুদিনলৈ অনুভূত হব পাৰে৷ মকৰ, ধনু আৰু কন্যা ৰাশিৰ জাতকৰ জীৱনত এই গজকেশৰী যোগৰ প্ৰভাৱ সকলোতকৈ স্পষ্টভাৱে পৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ ক্ষেত্ৰত ষষ্ঠভাৱে এই গুৰু-চন্দ্ৰ যুঁটি ঘটিছে৷ কৰ্মক্ষেত্ৰত দীৰ্ঘদিন ধৰি যি সমস্যা বা বাধা তৈয়াৰ হৈছিল এই যোগৰ প্ৰভাৱত সেয়া কাটিব পাৰে৷ শত্ৰুপক্ষ দুৰ্বল হব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষা, আইনী গোচৰ বা প্ৰশাসনিক জটিলতাৰ পৰা মুক্তিৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে কাৰ্যালয়ত পদোন্নতি, সন্মান আৰু স্বীকৃতি পাব পাৰে৷ ইয়াৰোপৰি স্বাস্থ্য সংক্ৰান্তিয় সমস্যাতো কিছু স্বস্তি পাব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ গোচৰ কুণ্ডলীত সপ্তমভাৱে এই যুঁটি তৈয়াৰ হৈছে৷ দাম্পত্য জীৱন, সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত এই যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ যিসকলে বিবাহৰ কথা ভাৱিছে তেওঁলোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা চুক্তি বা বুজাপৰা সম্পন্ন হব পাৰে৷ সামাজিক সন্মান আৰু পৰিচয়ো বাঢ়িব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ দশম ভাৱত গুৰু-চন্দ্ৰৰ যুঁটি তৈয়াৰ হৈছে৷ ইয়াৰ ফলত কৰ্ম আৰু পেছাত আপুনি বিশেষ স্থান পাব৷ এই যোগৰ ফলত চাকৰিত পদোন্নতি, নতুন দায়িত্ব বা চাকৰি পৰিবৰ্তনৰ সুযোগ পাব৷ ব্যৱসায়ীৰ বাবে লাভৰ সম্ভাৱনা প্ৰৱল৷ পৰিশ্ৰমৰ যথাযথ ফল পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সন্মান লাভৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.