• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

7 months ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

10 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

11 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

12 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

12 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

13 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

13 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

14 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

14 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

15 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

16 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

17 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

editor by editor
February 7, 2026
in জীৱনশৈলী
0
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাহত দৰমহা বঢ়োৱাই লক্ষ্য অষ্টম দৰমহা আয়োগৰ৷ ইয়াৰ সুফল পাব অৱসৰপ্ৰাপ্ত কৰ্মীসকলেও৷ কাৰণ দৰমহাৰ ওপৰিও সংশ্লিষ্ট কমিছনৰ নতুন নীতি মানি সংশোধন কৰা হ’ব পেঞ্চনো৷ কি হাৰত বাঢ়িব অৱসৰপ্ৰাপ্তসকলৰ ধন? সকলোতকৈ বেছি লাভৱান হব কোন পদৰ কৰ্মীসকল? ইতিমধ্যেই তাৰ বিশ্লেষণ আৰম্ভ কৰিছে বিশেষজ্ঞসকলৰ একাংশই৷ কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্তসকলক পেঞ্চন মুঠ তিনিটা ভাগত ভাগ কৰা হয়৷ সেইসমূহ হৈছে মৌলিক, মধ্য আৰু উচ্চস্তৰৰ পেঞ্চন৷ অষ্টম দৰমহা কমিছনত পেঞ্চন বৃদ্ধিৰ বিষয়টো নিৰ্ভৰ কৰিব ফিটমেণ্ট ফেক্টৰৰ ওপৰত৷ যি ২.৮৬ শতাংশ পৰ্যন্ত হব পাৰে বুলি ধাৰণা কৰা হৈছে৷

কিন্তু কি এই ফিটমেণ্ট ফেক্টৰ? আৰ্থিক বিশ্লেষকৰ দাবী, কেইবাটাও ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰী কৰ্মচাৰীসকলৰ মূল দৰমহা নিৰ্ধাৰণ আৰু সংশোধন কৰে কমিছনে৷ ইয়াকেই কোৱা হয় ফিটমেণ্ট ফেক্টৰ৷ নিয়ম অনুসৰি সংশোধিত মূল দৰমহা ঠিক কৰিবলৈ বৰ্তমান বেছিক পেৰ সৈতে ফিটমেণ্ট ফেক্টৰক গুণ কৰা হয়৷ ফলত ইয়াৰ অংক যিমানেই বেছি হব সিমানেই মাহিলী পেঞ্চন বাঢ়িব৷

বৰ্তমান অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৌলিক পেঞ্চন ৯০০০ টকা ধাৰ্য কৰা হৈছে৷ অষ্টম দৰমহা কমিছনত ফিটমেণ্ট ফেক্টৰক ২.০ত সীমাবদ্ধ ৰাখিলে সেই পেঞ্চন বাঢ়ি ১৮ হাজাৰ টকা হব৷ একেদৰে ফিটমেণ্ট ফেক্টৰ ২.৫৭ বা ২.৮৬ হ’লে প্ৰতি মাহত অৱসৰপ্ৰাপ্তসকলে ২৩ হাজাৰ ১০০ টকা বা ২৫ হাজাৰ ৭৪০ টকাকৈ পেঞ্চন পাব৷

উল্লেখ্য যে অষ্টম দৰমহা কমিছন কাৰ্যকৰ হলে মৌলিক স্তৰৰ ওপৰিও মধ্যম স্তৰৰ অৱসৰপ্ৰাপ্তসকলৰো বাঢ়িব পেঞ্চন৷ বৰ্তমান প্ৰতিমাহে সেই কৰ্মচাৰীয়ে ২২ হাজাৰ ৪৫০ টকাকৈ পেঞ্চন দিব লাগিব৷ ফিটমেণ্ট ফেক্টৰ ২.০ হলে সেয়া বাঢ়ি হব ৪৪ হাজাৰ ৯০০ টকা৷ আৰু ফিটমেণ্ট ফেক্টৰ ২.৫৭ বা ২.৮৬ হলে আৰু বাঢ়িব তেওঁলোকৰ পেঞ্চন৷ সেই ক্ষেত্ৰত ধনৰ অংক হব ৫৭ হাজাৰ ৬৯৭ বা ৬৩ হাজাৰ ২০৭৷

কেন্দ্ৰীয় চৰকাৰৰ অফিচাৰ গ্ৰেডৰ অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চন সকলোতকৈ বেছি৷ বৰ্তমান তেওঁলোকে নূন্যতম ৬১ হাজাৰ ৫৫০ টকা পেঞ্চন পায়৷ ফিটমেণ্ট ফেক্টৰ ২.০, ২.৫৭ আৰু ২.৮৬ হলে তেওঁলোকৰ সংশোধিত পেঞ্চনৰ পৰিমাণ যথাক্ৰমে ১ লাখ ২৩ হাজাৰ ১০০, ১ লাখ  ৫৮ হাজাৰ ১৮৩ আৰু ১ লাখ ৭৬ হাজাৰ ৩৩ লাখ৷ অৰ্থাৎ নতুন নিয়ম নূন্যতম পেঞ্চন দ্বিগুণ হ’ব বুলি ধাৰণা কৰিছে বহুজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
Next Post
মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?

মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?

১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.