• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?

মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?

7 months ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

6 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

7 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

7 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

8 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

8 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

10 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

10 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

11 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

11 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

11 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

12 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?

মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?

editor by editor
February 9, 2026
in জীৱনশৈলী
0
মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, গৌৰৱ গগৈৰ উত্তৰ, ৰাজীৱ ভৱনৰ পৰা কি ক’লে গৌৰৱ গগৈয়ে?
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰীয়ে কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সোমবাৰে ৰাজীৱ ভৱনৰ পৰা দিছে সাংসদ গৌৰৱ গগৈয়ে৷ কিয় পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ সেই প্ৰশ্নৰ উত্তৰত কি কৈছে গৌৰৱ গগৈয়ে৷ সঁচাকৈয়ে পাকিস্তানৰ এজেণ্ট নেকি গৌৰৱ গগৈ?

মুখ্যমন্ত্ৰীয়ে কি কি প্ৰশ্ন কৰিছিল গৌৰৱ গগৈক?

১. ১০ দিনীয়া পাকিস্তান ভ্ৰমণৰ প্ৰকৃত উদ্দেশ্য কি আছিল?

২. পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ পৰা মাত্ৰ এদিনৰ ভিতৰত লাভ কৰা বিশেষ ভিছা অনুমতিৰ সুবিধা কাৰ জৰিয়তে পাইছিল?

৩.পাকিস্তানত আলী তৌকিৰ শ্বেইখক সাক্ষাৎ কৰিছিল নেকি?

৪. পাকিস্তান ভ্ৰমণ কৰি আহিয়েই ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক পৰৱৰ্তী সময়ৰ সংসদীয় প্ৰশ্নৰ মাজত কি সম্পৰ্ক?

৫. পুত্ৰৰ নাগৰিকত্ব বদলিকৰণ সন্দৰ্ভত কিয় মিছা কাৰণ বাখ্যা কৰা হৈছিল?

৬. শিশু সন্তানৰ ধৰ্ম কিয় সলনি কৰিছিল?

৭. পত্নী কৰ্মৰত অৱস্থাত পাকিস্তান ভ্ৰমণ কৰা বুলি সংবাদ মাধ্যমৰ আগত কিয় মিছাৰ আশ্ৰয় লৈছিল?

গৌৰৱ গগৈয়ে কি কি উত্তৰ দিছে?

মই পাকিস্তানলৈ গৈ কি কৰিলো সেই প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে মোক কৰিছে৷ মোৰ পৰিবাৰে পাকিস্তানত কৰ্মসূত্ৰে যাব লগা হৈছিল৷ তাত তেওঁ এবছৰ কৰ্মৰত আছিল৷ মই তেতিয়া নতুনকৈ তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিলো৷ বিবাহৰ পাছতেই তেওঁ পাকিস্তানলৈ কৰ্মসূত্ৰে যাব লগা হ’ল৷ তেওঁক তাত অকলে কিয় যাবলৈ দিম? তেওঁ কেনেকৈ আছে কি খাইছে, কি কিনিছে এইবোৰ চাবলৈকে স্বামী হোৱা হেতুকে মই তালৈ গৈছিলো৷ লাহোৰলৈ যাম বুলি গৈছিলো তাৰপিছত তাকাছিলা চাবলৈ মন যোৱাত মই তালৈ গ’লো৷  মই পাকিস্তানত ১০ দিন ক’ত আছিলো বুলি মুখ্যমন্ত্ৰীয়ে সুধি আছে, মই কৈছো হয় মই গৈছো৷ পত্নী তাত থকাৰ বাবেই মই তেওঁৰ কাষলৈ গৈছিলো৷ মোৰ যোৱাক লৈ যদি অসুবিধা আছিল SIT য়ে মোক কিয় এতিয়ালৈ প্ৰশ্ন কৰা নাই? SIT য়ে বিচাৰিলে মই নিজেই তালৈ গৈ মোৰ কথাখিনি কম৷ কিন্তু SITয়ে মোক এতিয়াও সোধা নাই৷

পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট নাই৷ যেতিয়া কাম কৰিছিল তেতিয়া বেংক একাউণ্ট লাগে কাৰণে বেংক একাউণ্ট খুলিছিল৷ পাকিস্তান এৰি অহাৰ পাছত আৰু একাউণ্ট তাত নাই৷ সেই বেংক একাউণ্ট পাকিস্তান আৰু NGOৰ মাজত চুক্তি আছিল৷ ভাৰত অহাৰ পিছত তেওঁলোকে ভাৰতত ট্ৰেন্সফাৰ কৰি দিলে৷ পাকিস্তানলৈ গ’লে দেশৰ গৃহ মন্ত্ৰণালয়ক জনাব লাগে৷ ভিছা ল’ব লাগে৷ পাকিস্তানলৈ যাবলৈ হ’লে আইনী প্ৰক্ৰিয়া সম্পন্ন কৰিহে যাব পাৰি৷ ময়ো সকলো অনুমতি লৈয়েই পাকিস্তানলৈ গৈছিলো৷ অক্টোবৰত আমাৰ বিয়া হৈছিল তেওঁৰ জানুৱাৰীত পাকিস্তানলৈ গ’ল৷ মই নতুনকৈ বিয়া কৰাইছো পত্নীক অকলে পাকিস্তানত এৰি দিম নেকি? মই পাকিস্তানৰ নিমন্ত্ৰণত পাকিস্তান যোৱা নাই৷ মই সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পাকিস্তানলৈ গৈছিলো৷ এইটো কেনেকৈ নিমন্ত্ৰণ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
Next Post
১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.