• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

7 months ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

4 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

4 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

4 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

5 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

5 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

6 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

6 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

9 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

9 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ

editor by editor
February 9, 2026
in জীৱনশৈলী
0
১০০ বছৰৰ পাছত সূৰ্য, শুক্ৰ, ৰাহুৰ মিলনত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ! ৩ৰাশিৰ ভাল সময় আৰম্ভ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৬ চনৰ ফেব্ৰুৱাৰীত একাধিক গ্ৰহৰ বিশেষ গ্ৰহৰ সংযোগ ঘটিব৷ ১৩ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত এক ত্ৰিগ্ৰহী যোগ গঠিত হৈছে৷ জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি ৬ ফেব্ৰুৱাৰীত শুক্ৰ গ্ৰহই কুম্ভ ৰাশিত গোচৰ কৰিছে৷ ইয়াৰপাছতেই ১৩ ফেব্ৰুৱাৰীত সূৰ্যইয়ো এই ৰাশিত প্ৰৱেশ কৰিব৷ আৰু ৰাহু ইতিমধ্যেই তাত উপস্থিত আছে৷ ফলস্বৰূপে ১৩ ফেব্ৰুৱাৰীত সূৰ্য, শুক্ৰ আৰু ৰাহুৱে কুম্ভ ৰাশিত এক ত্ৰিগ্ৰহী যোগ গঠন কৰিব৷ এই বিৰল যোগে তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষীয়ে কৈছে যে এইকেইটা ৰাশিয়ে ১৩ ফেব্ৰুৱাৰীৰ পাছত সৰ্বাত্মক সুবিধা পাব পাৰে৷

মিথুন ৰাশি

সূৰ্য, শুক্ৰ আৰু ৰাহুৰ এই ত্ৰিগ্ৰহী সংযোগ মিথুন ৰাশিৰ বাবে শুভ হব৷ ধন-সম্পদ সংক্ৰান্তিয় বিষয়ত সুবিধা পাব৷ পৈতৃক সম্পত্তিৰ পৰা উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্তি সম্ভৱ৷ আত্মবিশ্বাস বৃদ্ধি পাব, যিয়ে আপোনাৰ কৰ্মজীৱনক উপকৃত কৰিব৷ আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ উঠিব৷ এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে৷ আপুনি কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ শিক্ষাৰ্থীসকলে বিদেশত পঢ়াশুনাৰ সুযোগ পাব পাৰে৷ অবিবাহিতসকললৈ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

ধনু ৰাশি

এই ত্ৰিগ্ৰহী যোগে ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব৷ এই সংযোগ আপোনাৰ ৰাশিৰ পৰা তৃতীয় ঘৰত ঘটিব৷ যিয়ে আপোনাৰ সাহস আৰু আত্মবিশ্বাস বঢ়াই তুলিব৷ এই সময়ত যানবাহন বা সম্পত্তি ক্ৰয়ৰ সুযোগ আহিব৷ আপুনি সোণ বা ৰূপৰ দৰে মূল্যবান সামগ্ৰীত ধন বিনিয়োগ কৰিব পাৰে৷ যিসকলে ব্যৱসায়ত বিদেশৰ সৈতে যুক্ত তেওঁলোকে ভাল লাভ দেখা পাব৷ আপুনি ভায়েক ভনীয়েকৰ পৰা সমৰ্থন পাব৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ পদোন্নতি বা দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা আছে৷

মকৰ ৰাশি

ত্ৰিগ্ৰহী যোগে আপোনাৰ সাহস আৰু আত্মবিশ্বাস বঢ়াই তুলিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কামসমূহে গতি পাব৷ আপুনি যানবাহন বা সম্পত্তি ক্ৰয়ৰ সুযোগ পাব৷ আপোনাৰ কাম আৰু ব্যৱসায়ত সমৃদ্ধি বৃদ্ধি পাব৷ আপুনি আপোনাৰ কৰ্মজীৱনক নতুন উচ্চতালৈ লৈ যাব৷ যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এইয়া এক দুৰ্দান্ত সময়৷ আপুনি আপোনাৰ ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ তেওঁলোকৰ প্ৰতি আপোনাৰ ভালপোৱা আৰু স্নেহো বৃদ্ধি পাব৷ যিসকলে চাকৰি কৰিছে তেওঁলোকৰ উন্নতিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.