• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 months ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

3 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

4 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

5 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

7 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

7 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

8 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

9 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

10 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

10 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

editor by editor
March 12, 2026
in জীৱনশৈলী, ভাৰত
0
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, বুধে আগন্তুক ১৮ মাৰ্চ ২০২৬ত উদয় হ’ব৷ আগন্তুক ২৭ এপ্ৰিল ২০২৬ত উদীয়মান অৱস্থাত থাকিব বুধ৷ তাৰপিছতেই আকৌ অস্ত যাব৷ বৈদিক জ্যোতিষশাস্ত্ৰত বুধক বুদ্ধিমত্তা, যুক্তি, যোগাযোগ আৰু ব্যৱসায়ৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধে তাৰ গতি সলনি কৰাৰ ফলত কেইবাটাও জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব৷ এইবাৰ বুধ উদয় হ’লে লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক? তালিকাত আপুনি আছেনে?

মেষ ৰাশি

বুধৰ উত্থান মেষ ৰাশিৰ বাবে ঈশ্বৰৰ আশীৰ্বাদৰ দৰে হ’ব৷ এই সময়ত আপোনাৰ কমিউনিকেছন স্কিল আৰু উন্নত হ’ব৷ কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে৷ কান্ধত নতুন দায়িত্বও আহিব পাৰে৷ ৰৈ থকা ধন এই সময়ত লাভ কৰিব৷ পুৰণি বিনিয়োগৰ পৰা ডাঙৰ লাভ হব পাৰে৷ ভায়েক ভনীয়েকৰ সম্পৰ্কৰ বন্ধন আৰু গাঢ় হব৷ ঘৰত শান্তিৰ পৰিবেশ থাকিব৷

মিথুন ৰাশি

বুধ এই ৰাশিৰ অধিপতি গ্ৰহ৷ সেয়ে মিথুন ৰাশিৰ উত্থান হ’ব চকুত লগা৷ সমাজ আৰু অফিচত প্ৰভাৱ বাঢ়িব৷ শিক্ষাৰ্থী আৰু লেখামেলাৰ কামৰ সৈতে জড়িত থাকিলে উন্নতিৰ সময়৷ সৃজনশীল পেছাত থাকিলে খ্যাতি বাঢ়িব৷ ব্যৱসায়ীয়ে নতুন চুক্তি কৰিব পাৰে৷ যাৰ ফলত লাভৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ মানসিক চাপৰ পৰা মুক্তি পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে বুধৰ উদয়ে জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব৷ বুধৰ প্ৰভাৱত ৰৈ থকা কাম দ্ৰুততৰভাৱে সম্পন্ন কৰিব পাৰিব৷ পৰিয়ালৰ সকলোৰে সৈতে ভ্ৰমণত যাব পাৰে৷ সমাজত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময়ত সম্পৰ্ক আৰু শক্তিশালী হব৷ পত্নী বা সংগীৰ সৈতে পুৰণি বিৰোধৰ সমাধান কৰাৰ চেষ্টা কৰক৷ ব্যৱসায়ত পাৰ্টনাৰ থাকিলে তেওঁৰ সৈতেও অংশীদাৰিত্ব ভালকৈ চলিব৷ ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ যদি কোনো আইনী জটিলতাত ফচি আছে তেন্তে এই সময়ত সেই সমস্যাৰ পৰা মুক্তি পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ বাবে বুধৰ উদয়ে ধন আৰু জ্ঞানৰ প্ৰসাৰ ঘটাব৷ শ্বেয়াৰ বজাৰ বা পৈতৃক সম্পত্তিৰ পৰা অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে৷ নতুন কথা শিকাৰ বা নতুন কোনো ষ্টাৰ্টআপ আৰম্ভ কৰাৰ বাবে এই সময়ত শুভ সময়৷ সন্তানক লৈ গৰ্ববোধ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.