• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

4 months ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

28 minutes ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

1 hour ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

2 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

2 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

5 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

5 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

6 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

7 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

7 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

8 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

editor by editor
March 12, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সেই কাজল সনা দুচকু… চাই দিলেই শাঁত পৰি যায় বহু ডেকাৰ মন৷ ঠিকেই ভাৱিছে আমি ক’ব খুজিছো মহাকুম্ভৰ সেই মোহময়ী মনালিছাৰ কথা৷ শ্যামল ৰং, খোলা চুলি আৰু সেই কাজল সনা দুচকুৰে মনালিছা ভাইৰেল হৈ পৰিছিল মহাকুম্ভত৷ সম্পূৰ্ণ নাম মনালিছা ভোছলে৷ সেই মনালিছাৰ মোহময়ী ৰূপেই সলাই পেলাইছিল তেওঁৰ জীৱন৷ অৱশেষত বিয়াত বহিল তেওঁ৷ পাত্ৰৰ নাম ফৰমান খান৷

বিগত বৰ্ষৰ জানুৱাৰীত ভাইৰেল হৈ পৰিছিল মনালিছা৷ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত তেতিয়া মহাকুম্ভ চলিছিল৷ মেলাত ঘূৰি মালা বিক্ৰি কৰিছিল মনালিছাই৷ কোনো পুণ্যাৰ্থীয়ে সেই ভিডিঅ’ তুলি পোষ্ট কৰে নেটদুনীয়াত৷ মুহূৰ্ততেই মালা বিক্ৰি কৰা মনালিছা হৈ পৰে ভাইৰেল মনালিছা৷ মোবাইলে মোবাইলে ভাইৰেল মনালিছা হৈ পৰে এক প্ৰকাৰৰ চেলিব্ৰিটিয়েই৷

অবিন্যস্ত ভ্ৰু, বিয়পি পৰা কাজল, নাকত এপাত ফুলি আৰু হাঁহিমুখীয়া মনালিছাৰ ৰূপে মোহিলে বহুজনক৷ যিয়েই দেখিছে তেওঁৰেই চকু থৰ হৈ গৈছে মনালিছাৰ ওপৰত৷ মধ্যপ্ৰদেশৰ খাৰগোন জিলাৰ মহেশ্বৰ গাওঁৰ এক নিম্নবিত্ত পৰিয়ালৰ কন্যা মনালিছা৷ দিনটোত এঁসাজ পেটপুৰাই খোৱাটোও মনালিছাহঁতৰ পৰিয়ালৰ বাবে আছিল এক বৃহৎ প্ৰত্যাহ্বান৷ সেয়ে দৈনন্দিন এসাঁজ ভালকৈ খোৱাৰ আশাৰেই কিছু ধন ঘটিবৰ বাবে মনালিছা গৈছিল মহাকুম্ভত মালা বিক্ৰি কৰিবলৈ৷

কুম্ভত মালা বিক্ৰি কৰিবলৈ গৈয়েই জীৱন সলনি হৈ পৰিল মনালিছাৰ৷ কুম্ভত ভাইৰেল হোৱাৰ পাছতেই ৰূপালী পৰ্দাইয়ো হাত বাউলি মাতে মনালিছাক৷ মডেলিং, অভিনয় দুয়োখন জগততেই ভাইৰেল হৈ পৰে তেওঁ৷ ইতিমধ্যেই বিভিন্ন ব্ৰেণ্ডৰ সৈতে কাম কৰিছে তেওঁ৷ সেই সূত্ৰেই আলাপ ফৰমান খান সৈতে৷ চিনাকি অৱশ্যে ফেছবুকত৷ ফৰমানো অভিনেতা আৰু মডেল৷ মূলত ছচিয়েল মিডিয়াত কাম কৰে তেওঁ৷

প্ৰথমে বন্ধুত্ব৷ তাৰপিছত প্ৰেম৷ প্ৰায় ডেৰ বছৰৰ সম্পৰ্ক৷ অৱশেষত বিবাহৰ সিদ্ধান্ত লয় তেওঁ৷ কিন্তু তাতেই বাধা হৈ ঠিয় দিয়ে মনালিছাৰ পিতৃ জয় সিং ভোঁছলে৷ তেওঁৰ পিতৃয়ে জনাই দিয়ে যে অন্য ধৰ্মৰ ল’ৰাৰ সৈতে তেওঁৰ কন্যাৰ বিয়া নিদিয়ে৷ কিন্তু চকুত লগা ,সৌন্দৰ্যৰ দৰে মনালিছাৰ ব্যক্তিত্বও অটল গাম্ভীৰ্যৰে ভৰা৷

পিতৃৰ সৈতে তুমুল যুদ্ধৰ অন্তত শেষত ফৰমানৰ হাত ধৰি ঘৰ এৰে মনালিছাই৷ দুয়োৱে তিৰুবনন্তপুৰমলৈ যাত্ৰা কৰে৷ ষ্টেচনত নামি চিধাই থানালৈ যায় ফৰমান আৰু মনালিছা৷ আৰক্ষীৰ নিৰাপত্তা বিচাৰে দুয়োৱে৷ আৰক্ষীক জনাই ফৰমানৰ সৈতে তেওঁ বিবাহ কৰাব খোজে৷ কিন্তু ভিন্ন ধৰ্মৰ বাবে তেঁওলোকৰ বিবাহৰ ক্ষেত্ৰত বাধা আহিছে৷ তাৰপিছতেই আৰক্ষীৰ পৰা নিৰাপত্তা লৈ দুয়োৱে তিৰুৱনন্তপুৰমৰ এক মন্দিৰত ফৰমানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মনালিছা৷ বুধবাৰে মন্দিৰত নৱদম্পত্তিৰ প্ৰণাম কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টো কেতিয়াৰ সেই বিষয়ে অৱশ্যে স্পষ্টকৈ জানিব পৰা হোৱা নাই৷

ভাইৰেল ভিডিঅ’ত ৰঙা বানাৰছি শাৰী পিন্ধিছে মনালিছাই৷ কঁপালত সেন্দুৰ, হাতত খাৰু৷ ফৰমানেও দক্ষিণী কয়দাৰে ধুঁতি আৰু বগা চাৰ্ট পিন্ধিছে তেওঁ৷ দুজনে মিলি বিগ্ৰহৰ সন্মুখত প্ৰণাম কৰিছে৷ তাৰপিছতেই দুজনে দুজনৰ হাতত ধৰি বাহিৰলৈ ওলাই আহিছে মন্দিৰৰ পৰা৷

ভাইৰেল হোৱাৰ পাছতেই মনালিছাৰ জীৱন সলনি হৈ গৈছে৷ চিনেমাতো মাতিছে তেওঁক৷ শ্বুটিং কৰিছে বিজ্ঞাপনৰ৷ তেওঁৰ চলন ফুৰণ দেখিয়েই বুজা যায় তেওঁৰ উত্তৰণৰ কথা৷ এইবাৰ জীৱনৰ দ্বিতীয় পৰ্বত ভৰি ৰাখিছে তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
Next Post
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.