• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

4 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

37 minutes ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

59 minutes ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

5 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

6 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

8 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

editor by editor
March 16, 2026
in জীৱনশৈলী
0
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত শনিক কৰ্মফলৰ দেৱতা বুলি কোৱা হয়৷ আমাৰ সকলোৰে ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে শনিয়ে৷ শনিৰ দৃষ্টিৰ সামান্য সলনিয়ে জাতকৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন কঢ়িয়াই আনে৷ আগন্তুক ১৭ এপ্ৰিলৰ পৰা শনি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ তৃতীয় ঘৰৰ পৰা চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব৷ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ শনি নিজেই৷ অৰ্থাৎ নিজৰ নক্ষত্ৰৰ এক ঘৰৰ পৰা অন্য ঘৰলৈ যাব শনি৷ শনিৰ অৱস্থানৰ এই পৰিবৰ্তনৰ ভাল প্ৰভাৱ পৰিব চাৰি ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক ১৭ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব কাৰ কাৰ?

মেষ ৰাশি

শনিৰ গোচৰৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতিত বৃহৎ উন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিন ধৰি ৰৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব৷ চাকৰি পৰিবৰ্তন কৰিব খুজিলে সেই সুযোগো আপোনাৰ সন্মুখত আহিব৷ ব্যৱসায়ত বিনিয়োগ কৰি ভাল মুনাফা লাভ কৰিব পাৰিব৷

মিথুন ৰাশি

শনিৰ অৱস্থানৰ সলনি আশীৰ্বাদ হৈ আহিব মিথুন ৰাশিৰ বাবে৷ এই সময়ত আপোনাৰ ৰৈ থকা সকলো চৰকাৰী কাম সম্পূৰ্ণ হব৷ সমাজত আপোনাৰ মান মৰ্যাদা বাঢ়িব৷ তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে৷ পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ ইচ্ছুক দম্পতিয়ে সন্তান লাভৰ সুখবৰ পাব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ সন্মুখত শনিৰ গোচৰৰ প্রভাৱত সুখ আৰু সমৃদ্ধিৰ নতুন পথ খুলি যাব৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ সুযোগ আহিব৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকে পৰিশ্ৰমৰ সুফল পাব৷ দাম্পত্য জীৱনৰ মনোমালিন্য দূৰ হব৷ শহুৰৰ ঘৰৰ পৰা দামী উপহাৰো পাব পাৰে৷

ধনু ৰাশি

১৭ এপ্ৰিলৰ পৰা সাহস আৰু আত্মবিশ্বাস বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷ আপোনাৰ কামত অফিচৰ কৰ্তৃপক্ষ সন্তুষ্ট হব৷ মাৰ্কেটিং বা মিডিয়াৰ সৈতে যুক্ত ব্যক্তিয়ে ভাল কামৰ বাবে পুৰস্কাৰো পাব৷ পুৰণি বিবাদ দূৰ হব৷ কোনো সাহসী সিদ্ধান্তই আপোনাৰ কেৰিয়াৰক নতুন উচ্চতা দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 16, 2026
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

March 16, 2026
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
Next Post
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন