• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 months ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

4 seconds ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

37 minutes ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

49 minutes ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

2 hours ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

2 hours ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

3 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

4 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

4 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

5 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

5 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

6 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে শৰীৰৰ ব্যক্তিগত অংশত সমস্যা!

editor by editor
March 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি ব্যস্ত জীৱনশৈলীত মানুহে নিজৰ ওপৰত গুৰুত্ব দিব নোৱাৰা হৈছে। পুৰুষেই হওক বা মহিলাই হওক সকলোৱে শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা উচিত। বহুতে প্ৰায়ে নিজৰ ব্যক্তিগত অংশৰ কথা মুকলিকৈ কবলৈ লাজ কৰে বা শংকা বোধ কৰে। এনে সমস্যাক লৈ একেবাৰেই দ্বিধাবোধ কৰাৰ প্ৰয়োজন নাই। ভেঁকুৰৰ সংক্ৰমণেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ, সাধাৰণতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত এনে হয়। ইয়াৰ উপৰিও দুৰ্গন্ধ আৰু তীব্ৰ খজুৱতি হ’ব পাৰে। আনকি কিছুমান লোকে বিষো অনুভৱ কৰিবলৈ আৰম্ভ কৰে। গৰ্ভাৱস্থা আৰু মাহেকীয়াৰ সময়ত মহিলাৰ হৰম’নৰ পৰিৱৰ্তনো ইয়াৰ কাৰণ হ’ব পাৰে।

আপুনি জানেনে গুপ্তাংগ পৰিস্কাৰ নকৰিলে সেই অংশত দুৰ্গন্ধ, খজুৱতি, ফোঁহা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। গৰম দিনত এই সমস্যাই মানুহক বেছি অশান্তি কৰে। ভুল প্ৰডাক্ট ব্যৱহাৰ কৰিলে বা ভুল পদ্ধতিৰে সেই অংশৰ নোম আঁতৰালেও ছালৰ এলাৰ্জী, জ্বলন আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। গৰম দিনত এইবোৰৰ পৰা সাৱধান হোৱা উচিত। যদি এনেবোৰ সমস্যা বাঢ়ি যায়, তেতিয়া uti ৰ দৰে সমস্যাই দেখা দিব পাৰে।

সেয়ে গৰম দিনত খাদ্যত ফল-মূল, শাক-পাচলি, দৈ আদি স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰক। ধূমপান, টাইট কাপোৰ পিন্ধা, অস্বাস্থ্যকৰ জীৱনশৈলী সলনি নকৰিলে সমস্যা বেছি হয়। সেয়ে এনে সমস্যাই দেখা দিলে ঘৰুৱা উপাদান হিচাপে এলোভেৰা, নাৰিকল তেল আৰু দৈ ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰোপৰি পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন লওক। প্ৰতিদিনে প্ৰস্ৰাৱ কৰাৰ পিছত কুহুমীয়া পানীৰে ছালখন ধুব, তেতিয়া খজুৱতি কম হ’ব। কিন্তু এই সমস্যা বেছিদিন থাকিলে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব নাপাহৰিব।

অস্বীকাৰ: এই বাতৰিত প্ৰকাশিত তথ্য সামাজিক মাধ্যমত পোৱা আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24health carehealthy lifestyle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ
অসম

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

May 4, 2026
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?
বাণিজ্য

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

May 4, 2026
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!
বিনোদন

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

May 4, 2026
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?
ভাৰত

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

May 4, 2026
Next Post
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ'ব জীৱন!

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.