• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৃণাৰ ৰাজনীতি। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ১০৪ প্ৰাক্তন IASৰ পত্ৰ

ঘৃণাৰ ৰাজনীতি। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ১০৪ প্ৰাক্তন IASৰ পত্ৰ

6 years ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

58 minutes ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

2 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

2 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

18 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

18 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

19 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

20 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

20 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

21 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

22 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

23 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ঘৃণাৰ ৰাজনীতি। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ১০৪ প্ৰাক্তন IASৰ পত্ৰ

editor by editor
December 30, 2020
in ভাৰত
0
ঘৃণাৰ ৰাজনীতি। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ১০৪ প্ৰাক্তন IASৰ পত্ৰ
0
SHARES
970
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ঘৃণাৰ ৰাজনীতিৰ কেন্দ্ৰলৈ পৰিণত হৈছে উত্তৰ প্ৰদেশ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ১০৪ প্ৰাক্তন IAS বিষয়াই পত্ৰ লিখি অভিযোগ কৰিছে যে বিবাদমান ধর্মান্তৰণ বিৰোধী অধ্যাদেশে ৰাজ্যখনক ঘৃণা, বিভাজন আৰু কট্টৰতাৰ কেন্দ্ৰলৈ পৰিণত কৰিছে। মুখ্যমন্ত্ৰী যোগীলৈ পত্ৰ লিখোতাসকলৰ ভিতৰত আছে প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা শিৱশংকৰ মেনন, প্ৰাক্তন বিদেশ সচিব নিৰুপমা ৰাওঁ, প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা টিকেএ নায়াৰ। পত্ৰৰ মাধ্যমেৰে তেওঁলোকে অবৈধ ধর্মান্তৰণ বিৰোধী অধ্যাদেশখন প্ৰত্যাহাৰৰ আৱেদন জনাইছে। হস্তাক্ষৰকাৰীসকলে পত্ৰত এইটোও উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ লগতে অন্য নেতাসকলে সংবিধান সম্পর্কে নিজকে পুনবাৰ শিক্ষিত কৰাৰ আৱশ্যকতা আছে, যিহেতু তেওঁলোকে সংবিধানক সমর্থন কৰাৰ শপত লৈছিল। বর্তমান উত্তৰ প্ৰদেশৰ চৰকাৰী প্ৰতিষ্ঠানসমূহ সাম্প্ৰদায়িকৰ বিহত ডুব গৈ আছে। পত্ৰত মুখ্যমন্ত্ৰীক উদ্দেশ্যি IAS বিষয়াসকলে লিখিছে— ‘উত্তৰ প্ৰদেশৰ যুৱ ভাৰতীয়ৰ বিৰুদ্ধে আপোনাৰ প্ৰশাসনে কৰা জঘণ্য অত্যাচাৰৰ এক শৃংখলা গঢ়ি উঠিছে; যিসকলে কেৱল এখন স্বাধীন ৰাষ্ট্ৰৰ স্বাধীন নাগৰিক হিচাপে জীৱন অতিবাহিত কৰিব বিচাৰে।’ উল্লেখ্য যে ইয়াৰ পূর্বেও ৪ গৰাকী প্ৰাক্তন ন্যায়াধীশে ধর্মান্তৰণ বিৰোধী অধ্যাদেশখনক সমালোচনা কৰি অংসাবিধানিক আখ্যা দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ias letteryogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
মাঘ বিহুৰ পাছতে AJPলৈ পংকজ লোচন গোস্বামী

মাঘ বিহুৰ পাছতে AJPলৈ পংকজ লোচন গোস্বামী

আপোনাৰ আপোন বন্ধু ‘বন্ধন বেংক’

আপোনাৰ আপোন বন্ধু ‘বন্ধন বেংক’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.