• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

3 weeks ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

11 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

2 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

2 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

4 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

5 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

5 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

6 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

7 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

7 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

9 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

প্ৰথমে আইনী জাননী আৰু তাৰ পিছত...

editor by editor
August 16, 2026
in চিনেমা, জীৱনশৈলী, বাণিজ্য, বিনোদন, স্বাস্থ্য
0
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন (FDA)-এ বলীউডৰ অভিনেতা অজয় দেৱগন, শ্বাহৰুখ খান আৰু টাইগাৰ শ্ৰফলৈ ‘বিমল ইলায়চী’ৰ বিজ্ঞাপন সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। FDAৰ অভিযোগ অনুসৰি, ‘বিমল ইলায়চী’ৰ বিজ্ঞাপনৰ জৰিয়তে পৰোক্ষভাৱে মহাৰাষ্ট্ৰত নিষিদ্ধ ‘বিমল পাণ মছলা’ৰ প্ৰচাৰ কৰা হৈছে।
এই সপ্তাহতে তিনিওগৰাকী অভিনেতাৰ ঠিকনালৈ এই জাননী প্ৰেৰণ কৰা হৈছে। অজয় দেৱগনৰ জুহুৰ বাসগৃহলৈ, শ্বাহৰুখ খানৰ বান্দ্ৰাস্থিত ‘মন্নত’লৈ আৰু টাইগাৰ শ্ৰফক তেওঁৰ প্ৰডাকচন কোম্পানী ‘টাইগাৰ শ্ৰফ প্ৰডাকচনছ LLP’ৰ জৰিয়তে জাননী দিয়া হৈছে। FDA-এ বিজ্ঞাপনটোত তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে।

জাননীত কি কোৱা হৈছে?

FDAৰ জাননী অনুসৰি, বিজ্ঞাপনৰ উপস্থাপন, সংলাপ, সামগ্ৰীৰ নাম আৰু বজাৰৰ প্ৰেক্ষাপট বিশ্লেষণ কৰিলে এই সন্দেহৰ সৃষ্টি হয় যে ‘বিমল’ ব্ৰেণ্ডৰ জৰিয়তে কোনো নিষিদ্ধ তামাকজাত সামগ্ৰীৰ পৰোক্ষ প্ৰচাৰ কৰা হৈছে। জাননীত উল্লেখ কৰা হৈছে যে প্ৰাথমিকভাৱে বিজ্ঞাপনটো ‘বিমল’ ব্ৰেণ্ডৰ প্ৰচাৰ হিচাপে দেখা যায়, যিটো মূলতঃ পাণ মছলাৰ সৈতে জড়িত। মহাৰাষ্ট্ৰ চৰকাৰে খাদ্য সুৰক্ষা আইন, ২০০৬ৰ ধাৰা ৩০(২)(a)ৰ অধীনত ১৩ জুলাই ২০২৬ৰ পৰা এবছৰৰ বাবে পাণ মছলাৰ উৎপাদন, মজুত, পৰিবহণ আৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

গুটখাৰ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ মহাৰাষ্ট্ৰ চৰকাৰ

মহাৰাষ্ট্ৰত ২০১২ চনৰ পৰাই তামাক আৰু নিকোটিনযুক্ত গুটখা তথা পাণ মছলাৰ ওপৰত নিষেধাজ্ঞা আছে আৰু এই নিষেধাজ্ঞা প্ৰতিবছৰে নবীকৰণ কৰা হয়। শেহতীয়াকৈ ১৩ জুলাই ২০২৬ত পুনৰ এই নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ইয়াৰ মাজতে FDAৰ কমিছনাৰ তুকাৰাম মুণ্ডেই ১২ জুনত বিষয়াসকলক নিৰ্দেশ দিছিল যে সংগঠিত গুটখা আৰু তামাক ব্যৱসায়ী নেটৱৰ্কৰ বিৰুদ্ধে আৰক্ষীৰ সহযোগত মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইন (MCOCA)ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

দুমাহত ১৫ কোটি টকাৰো অধিক সামগ্ৰী জব্দ

নিষিদ্ধ গুটখা আৰু পাণ মছলাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত চলি থকা অভিযান অধিক তীব্ৰ কৰা হৈছে। FDAৰ ২৫ মে’ৰ পৰা ৩১ জুলাইলৈকে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি— ৬৫৮টা স্থানত অভিযান চলোৱা হয়। অভিযানত ১৫.১১ কোটি টকাৰ নিষিদ্ধ গুটখা আৰু পাণ মছলা জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত ৫১৯খন এজাহাৰ (FIR) পঞ্জীয়ন কৰা হয়। অভিযানত ৭০১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। লগতে নিষিদ্ধ সামগ্ৰী পৰিবহণত ব্যৱহৃত ৭৮খন বাহন জব্দ কৰা হয়, যাৰ আনুমানিক মূল্য ৬.৬ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywoodshahrukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?
বাণিজ্য

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

September 5, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

September 5, 2026
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক
বাণিজ্য

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
Next Post
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ'ব 'গেংগছ অব ৱাছেপুৰ'ৰ অনুৰাগ কাশ্যপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.