কৃষকৰ মাটি চৰকাৰে চক্ৰান্তৰে কাঢ়ি পুঁজিপতিক হস্তান্তৰৰ প্ৰতিবাদত জ্বলিছে মিকিৰ বামুণী গ্ৰাণ্ট। প্ৰতিবাদকাৰী মহিলাৰ ওপৰত আৰক্ষী-চি আৰ পি এফৰ বীৰত্ব প্ৰদৰ্শন।