• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 months ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

41 minutes ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

1 hour ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

2 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

2 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

2 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

3 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

3 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

5 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

5 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

5 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

6 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

editor by editor
April 10, 2026
in জীৱনশৈলী
0
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
0
SHARES
795
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১০ এপ্ৰিল ২০২৬ শুকুৰবাৰে চন্দ্ৰই ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে আজি চ’তৰ কৃষ্ণা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি আছে শিৱ যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি থাকিব পূৰ্ব আষাঢ় নক্ষত্ৰ আৰু উত্তৰ আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজি ১০ এপ্ৰিলত পজিটিভ পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি আজি পাবলগীয়া টকা উভতাই পাব৷ বেংক বেলেন্স বাঢ়িব৷ ঘৰৰ প্ৰবীণ সদস্যসকলৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিব পাৰিব৷

কৰ্কট ৰাশি

আজি চ’তৰ কৃষ্ণা অষ্টমীত উন্নতিৰ নতুন পথ খুলিব কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ সমাজত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব৷ পৰিয়ালৰ সদস্যসকলক কাষত পাব৷ আজি নতুন চাকৰি পাব পাৰে৷ যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰিব খোজে তেওঁলোকে বহুপৰিমাণে আগুৱাই যাব পাৰিব৷ স্বাস্থ্য সংক্ৰান্তিয় সমস্যা দূৰ হব৷

কন্যা ৰাশি

আজি নিজৰ কেৰিয়াৰ পথত বহু পৰিমাণে আগুৱাই যাব কন্যা ৰাশিৰ জাতক৷ সম্পদৰ দেৱীৰ আশীৰ্বাদত কিছু অতিৰিক্ত ধন উপাৰ্জন কৰিব৷ ব্যৱসায়ত সমস্যা থাকিলে আজি তাৰ সমাধান হব৷ বন্ধুসকলৰ সৈতে নতুন কোনো কামৰ পৰিকল্পনা কৰিব পাৰে৷ সিদ্ধ যোগৰ প্ৰভাৱত সম্পত্তি কিনিব পাৰিব কন্যা ৰাশিৰ জাতকে৷

ধনু ৰাশি

আজি মা লক্ষ্মীৰ আশীৰ্বাদত ভাল দিন কটাব ধনু ৰাশিৰ জাতকে৷ বন্ধু আৰু পৰিয়ালৰ সৈতে আজিৰ দিনটো আনন্দেৰে কটাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব৷ আৰ্থিক বিষয়ত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা লাভজনক পৰামৰ্শ পাব ধনু ৰাশিৰ জাতকে৷ নতুন কোনো কামত হাত দিলে পিতৃ মাতৃৰ আশীৰ্বাদো পাব৷

মীন ৰাশি

আজিৰ দিনটো শিৱ যোগৰ প্ৰভাৱত বেছ লাভজনক হব মীন ৰাশিৰ জাতকৰ বাবে৷ আজি ভায়েক ভনীয়েকৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হব৷ পেছাগত জীৱনত উন্নতিৰ শিখৰত উঠিব এই ৰাশিৰ জাতক৷ বিদেশত চাকৰি পাব পাৰে৷ কৰ্মক্ষেত্ৰত মীন ৰাশইৰ জাতকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ীসকল আৰ্থিকভাৱে লাভৱান হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
Next Post
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.