• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

6 months ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

48 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
April 14, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ’ত সংক্ৰান্তিৰ পাছৰ দিনাৰ পৰা আৰম্ভ হয় অসমীয়াৰ নতুন বছৰ৷ অৰ্থাৎ সূৰ্যই যেতিয়া ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষত প্ৰৱেশ কৰে তাৰ পিছৰ দিনাৰ পৰাই আৰম্ভ হয় ব’হাগ মাহ৷ বৈদিক পঞ্জিকামতে চ’ত মাহৰ পৰা নতুন বছৰ আৰম্ভ হলেও অসমীয়া পঞ্জিকাৰ হিচাপত নতুন বছৰ আৰম্ভ হয় ব’হাগ মাহৰ পৰা৷ নৱবৰ্ষৰ প্ৰথম দিনটো প্ৰথম ব’হাগ হিচাপে পালন কৰে অসমীয়াই৷ কাইলৈ ১৫ এপ্ৰিল ২০২৬ মঙ্গলবাৰে পালিত হ’ব প্ৰথম ব’হাগ৷ বছৰৰ প্ৰথম দিনটো ঐতিহ্য আৰু সংস্কৃতিৰ মিলন৷ এই বছৰৰ পঞ্জিকা অনুসৰি নৱবৰ্ষৰ প্ৰথম দিনা একেলগে আছে একাধিক শুভ যোগ৷ এই তিনিটা শুভ যোগ হৈছে ইন্দ্ৰ যোগ আৰু ব্ৰহ্মা যোগ৷ ইয়াৰোপৰি কাইলৈ পালিত হব বুধ প্ৰদোষ ব্ৰত আৰু মাহিলী শিৱৰাত্ৰী৷ প্ৰথম ব’হাগত এইসমূহ শুভ যোগৰ কাৰণে নৱবৰ্ষৰ প্ৰথম দিনাই ভাগ্য খুলিব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক ১৪৩৩ৰ আৰম্ভণিতে সৌভাগ্যৰ তুংগত থাকিব কোন কোন?

মেষ ৰাশি

বছৰৰ প্ৰথম দিনা কোনো ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব মেষ ৰাশিৰ জাতকে৷ প্ৰথম ব’হাগত মা দুৰ্গাৰ কৃপাত আপোনাৰ ভাগ্যোন্নতি হব৷ এই দিনটোত যি কামতেই হাত দিব তাতেই সাফল্য পাব মেষ ৰাশিৰ জাতকে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে পূজা অৰ্চনা কৰি দিনটো কটাব৷ সন্ধিয়া সময়ত কোনো শুভ খবৰ লাভ কৰিব পাৰে৷ প্ৰেম আৰু দাম্পত্য জীৱনত মাধুৰ্য বজায় ৰাখিব পাৰিব৷

কৰ্কট ৰাশি

প্ৰথম ব’হাগত ইন্দ্ৰ যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে এই দিনটো খুবেই আনন্দ কৰি কটাব আপুনি৷ বছৰৰ প্ৰথম দিনটোত সম্পত্তি লাভ কৰাৰো যোগ আছে কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ নিজৰ কাম অন্যৰ হাতত এৰি নিদিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি

মহাদেৱৰ আশীৰ্বাদত নৱবৰ্ষৰ প্ৰথম দিনটো দুৰ্দান্ত হব কন্যা ৰাশিৰ জাতকৰ৷ পূৰ্বে কৰা ভুলৰ পৰা আপুনি শিক্ষা লব৷ ইয়াৰ ফলত একেই ভুল দুবাৰ নকৰিব৷ প্ৰথম ব’হাগত সন্তানৰ দিশৰ পৰা সুখবৰ লাভ কৰিব৷ এই দিনটোত আৱেগৰ বশত কোনো সিদ্ধান্ত নল’ব৷ কন্যা ৰাশিৰ জাতকে প্ৰথম ব’হাগত কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ যিসকল চাকৰিয়াল তেওঁলোকৰ বাবে প্রথম ব’হাগৰ দিনটো ভালকৈ পাৰ হব৷ ইয়াৰোপৰি প্ৰথম দিনটোত বন্ধুৰ সৈতে আনন্দৰ সময় কটাব পাৰিব৷ বন্ধু বা পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক ভাল হব৷ যিসকল চাকৰিয়াল তেওঁলোকৰ এই সময়ত বহ্ম যোগৰ শুভ প্ৰভাৱত সুখবৰ লাভ কৰাৰ যোগ আছে৷

কুম্ভ ৰাশি

নতুন বছৰৰ প্ৰথম দিনত আৰ্থিক সৌভাগ্য লাভ কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত সুকৰ্ম যোগৰ প্রভাৱত আয় বাঢ়িব আপোনাৰ৷ দাম্পত্য জীৱনত সুখ থাকিব৷ নিজৰ কামৰ পথত থকা সকলো বাধা দূৰ হব৷ বাহিৰৰ কাৰোবাৰ ওচৰত নিজৰ মনৰ কথা প্ৰকাশ নকৰিব৷ যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে বছৰৰ প্ৰথম দিনত মোটা টকা লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
Next Post
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.