• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

2 months ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

28 minutes ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

2 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

14 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

15 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

16 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

17 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

editor by editor
April 16, 2026
in জীৱনশৈলী, ভাৰত
0
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক পঞ্জিকা অনুসৰি ২০২৬ চনত একাধিক গ্ৰহই স্থান পৰিবৰ্তন কৰিব৷ এই গ্ৰহগত পৰিবৰ্তনৰ ফলত ৰাশিচক্ৰত একেলগে গঠিত হব পাৰে চাৰিটাকৈ গুৰুত্বপূৰ্ণ ৰাজযোগ৷ হংস ৰাজযোগ, বুধাদিত্য ৰাজযোগ, মহালক্ষ্মী ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ৷ জ্যোতিষশাস্ত্ৰৰ মতে এনে বিৰল সংযোগে সাধাৰণ মানুহৰ জীৱনৰ পৰা আৰম্ভ কৰি সমাজ আৰু আন্তৰ্জাতিক স্তৰতো নানান পৰিবৰ্তনৰ ইংগিত দিয়ে৷ বিশেষকৈ তিনিটা ৰাশিৰ ক্ষেত্ৰত এই প্ৰভাৱ সকলোতকৈ বেছি দেখা যায়৷ কৰ্মক্ষেত্ৰত অগ্ৰগতি, অৰ্থলাভ, হঠাৎ সাফল্য, এই সকলো সম্ভাৱনাৰ কথাই জনাইছে বিশেষজ্ঞই৷ দেখা যাওক কোন কোন ৰাশিৰ বাবে এই সময় সকলোতকৈ শুভ হব পাৰে?

মকৰ ৰাশি

এই  চাৰি ৰাজযোগৰ সন্মিলিত প্ৰভাৱ মকৰ ৰাশিৰ জাতকৰ বাবে ইতিবাচক হব পাৰে৷ চাকৰি বা ব্যৱসায়ত উল্লেখযোগ্য উন্নতি হব পাৰে৷ সহকৰ্মীৰ পৰা ঊৰ্ধ্বতন সকলো দিশৰ পৰাই সহযোগিতা পোৱাৰ সম্ভাৱনা আছে৷ নতুন উদ্যোগ আৰম্ভ কৰাৰ আগ্ৰহ বাঢ়িব৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰা অৰ্থ উভতাই পোৱাৰ সম্ভাৱনাও তৈয়াৰ হব পাৰে৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ ফলত লক্ষ্যৰ দিশত আগুৱাবলৈ সহজ হব৷ পৰিয়ালত সন্মান বাঢ়িব পাৰে৷ এই সময়ত নতুন সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনাও সফল হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই চাৰি ৰাজযোগে আৰ্থিক দিশৰ পৰা শুভ ফল পাব পাৰে৷ আয়ৰ নতুন সুযোগ তৈয়াৰ হব পাৰে আৰু পুৰণি কামতো সাফল্য অহাৰ সম্ভাৱনা আছে৷ কৰ্মজীৱন আৰু ব্যক্তিজীৱনৰ মাজত ভাৰসাম্য আৰু ভাল হব৷ পৰিয়ালত সুখৰ খবৰ আহিব৷ আত্মবিশ্বাস আৰু সাহস বাঢ়িব৷ আত্মীয়সকলৰ সৈতে সম্পৰ্ক আৰু মজবুত হব পাৰে৷ ভ্ৰমণৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷

কৰ্কট ৰাশি

২০২৬ চনৰ আৰম্ভণিয়ে কৰ্কট ৰাশিৰ জাতকৰ বাবে অনুকূল হব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলৰ সম্ভাৱনা আছে৷ সম্পত্তি বা যানবাহন সংক্ৰান্তিয় বিষয়ত লাভ হব পাৰে৷ ৰৈ থকা অৰ্থ উভতাই আনিব পাৰে৷ পৰিয়ালৰ সুখ-শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ বন্ধু আৰু সহকৰ্মীসকলৰ সহায়তা পোৱা যাব৷ পঢ়াশুনা, ট্ৰেইনিং বা দক্ষতা বঢ়োৱাৰ ক্ষেত্ৰত উন্নতি হব পাৰে৷ ইয়াৰোপৰি সঞ্চয়ৰ ক্ষেত্ৰতো ইতিবাচক ফল পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Next Post
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.