• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

6 months ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

3 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

3 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

4 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

4 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

5 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

7 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

7 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

8 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

9 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

10 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

editor by editor
April 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে মাহৰ বুধাদিত্য ৰাজযোগৰ ওপৰিও মালব্য ৰাজযোগৰো সংযোগ ঘটিব৷ জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি বুধাদিত্য আৰু মালব্য ৰাজযোগ কাৰ্যকৰ থাকিব৷ এই মাহত শুক্ৰই তাৰ নিজৰ ৰাশি বৃষত গোচৰ কৰিব আৰু বুধ আৰু সূৰ্যৰ সংযোগ হব মিথুন ৰাশিত৷ যাৰ ফলত বুধাদিত্য ৰাজযোগ গঠিত হব৷ ইয়াৰোপৰি এই মাহত মঙ্গলে তাৰ নিজৰ ৰাশি মেষত গোচৰ কৰিব৷ গ্ৰহৰ এই শুভ সংযোগৰ কাৰণে মেষ আৰু মিথুনসহ ৫ ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱনত লাভ আৰু পাৰিবাৰিক জীৱনলৈ সুখ আৰু সমৃদ্ধি লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি আপোনাৰ নতুন কাম আৰম্ভ হব পাৰে৷ মে মাহৰ মাহিলী ভাগ্যবান ৰাশিসমূহ সম্পৰ্কে বিস্তাৰিতভাৱে জানি থওক৷

মেষ ৰাশি

মেষ ৰাশিৰ বাবে মে মাহৰ গ্ৰহ গোচৰৰ প্রভাৱত তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰিব৷ মঙ্গলৰ নিজৰ ৰাশিত প্ৰৱেশে মেষ ৰাশিৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব৷ সম্পত্তি সংক্ৰান্তিয় কামত সাফল্য লাভৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱন আনন্দময় হব৷ যিকোনো অমীমাংসিত সমস্যাৰ সমাধান হব পাৰে৷ স্বাস্থ্যগতভাৱে আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

এপ্ৰিল মাহ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে নানানভাৱে উপকাৰী প্ৰমাণিত হব৷ এই মাহত লাভৰ ঘৰত বুধাদিত্য ৰাজযোগৰ সংযোগ ঘটিব৷ যিয়ে আৰ্থিক লাভৰ সম্ভাৱনা তৈয়াৰ কৰিব৷ কৰ্মক্ষেত্ৰত চলমান সমস্যা আৰু মানসিক চাপৰ পৰা আপুনি সহজেই মুক্তি পাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে এই সময়ত পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ এই সময়ত যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি থাকে তেন্তে আপুনি লাভৱান হব পাৰে৷ ব্যৱসায়ীসকলে ভাল মুনাফা লাভ কৰিব৷ বস্ত্ৰ আৰু বিলাসীদ্ৰব্য লাভ কৰিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে মে মাহত মঙ্গল আৰু সূৰ্যৰ গোচৰে মঙ্গল কঢ়িয়াই আনিব৷ পাৰিবাৰিক সুখ বৃদ্ধিৰো সম্ভাৱনা আছে৷ আপুনি যদি সম্পত্তি কিনাৰ কথা ভাৱি থাকে তেন্তে লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ এই মাহত অপ্ৰত্যাশিত লাভো হব পাৰে৷ আপুনি এক নতুন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে৷ আপোনাৰ বাবে ভ্ৰমণৰ সুযোগো তৈয়াৰ হৈছে৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে মে মাহত বৃহস্পতিৰ শুভ প্রভাৱে আপোনাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব৷ আপুনি আপোনাৰ আৰ্থিক ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি দেখুৱাব পাৰে৷ এই সময়ত আপুনি কোনো শুভ অনুষ্ঠানত যোগ দিয়াৰ সুযোগো পাব পাৰে৷ যিকোনো অসমাপ্ত পৰিকল্পনা সম্পন্ন কৰিব৷ যিসকলে পৰিয়ালৰ পৰা দূৰৈত থাকে তেওঁলোকে নিকটাত্মীয়সকলৰ সৈতে দেখা কৰাৰ সুযোগো পাব৷ কিছু সুসংবাদ লাভে আনন্দ কঢ়িয়াই আনিব৷ আপুনি বিশিষ্ট ব্যক্তিসকলৰ সৈতে দেখা কৰাৰ সুযোগ পাব পাৰে৷ জীৱনসংগীৰ পৰা সমৰ্থন পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাই মে মাহত অপ্ৰত্যাশিতভাৱে লাভৱান হব৷ গৱেষণা আৰু শিক্ষাক্ষেত্ৰত অগ্ৰগতি কৰিব৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ আপুনি মাটি বা বাহন লাভ কৰিব পাৰে৷ শুভ কৰ্মৰ সম্ভাৱনা আছে৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুসংবাদ পাব৷ ৰাজনৈতিক আৰু চৰকাৰী ক্ষেত্ৰৰ পৰা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে৷ মাহৰ শেষত আপুনি আপোনাৰ খৰচ আৰু স্বাস্থ্য উভয় বিষয়েই সচেতন থাকিব লাগিব৷ বৈদ্যুতিক সৰঞ্জামৰ বাবে খৰচ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
Next Post
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.