• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

2 months ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

13 minutes ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

59 minutes ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

2 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

2 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

5 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

6 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

6 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

7 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

7 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

editor by editor
April 30, 2026
in বাণিজ্য, বিবিধ, লেখা
0
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
0
SHARES
657
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰী তথা উদ্যোগী প্ৰিয়ংকা চোপ্ৰা জোনাছৰ গ্ল’বেল হেয়াৰকেয়াৰ ব্ৰেণ্ড ‘Anomaly’ক ক্ৰয় কৰি ৰিলায়েন্স ৰিটেলে এক বৃহৎ আৰু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই চুক্তিৰ জৰিয়তে ৰিলায়েন্সে নিজৰ সৌন্দৰ্য্য আৰু ব্যক্তিগত যত্নৰ ব্যৱসায় আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে। বৃহস্পতিবাৰে কোম্পানীটোৱে ঘোষণা কৰে যে এই ক্ৰয়ত ‘Anomaly’ৰ ট্ৰেডমাৰ্ক, সকলো ব্ৰেণ্ড ৰাইট, আৰু ডিজিটেল প্লেটফৰ্ম অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ ৰিলায়েন্স ৰিটেইলৰ হাতত এতিয়া ব্ৰেণ্ডটোৰ সম্পূৰ্ণ মালিকীস্বত্ব থাকিব। অৱশ্যে এই চুক্তিৰ মূল্য সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা হোৱা নাই।

ৰিলায়েন্স ৰিটেলে কয় যে এতিয়া তেওঁলোকে নিজৰ বিস্তৃত খুচুৰা নেটৱৰ্ক আৰু অনলাইন প্লেটফৰ্মৰ জৰিয়তে Anomaly ক দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিব। ইয়াৰ ভিতৰত কোম্পানীটোৰ বিউটি প্লেটফৰ্মো আছে, যাৰ জৰিয়তে গ্ৰাহকে অনলাইন আৰু অফলাইন দুয়োটাতে বজাৰ কৰিব পাৰে। ২০২১ চনত প্ৰিয়ংকা চোপ্ৰাই মুকলি কৰিছিল Anomaly ব্ৰেণ্ড। ব্ৰেণ্ডটোৱে বিশেষভাৱে ৰাসায়নিক মুক্ত আৰু চুলিৰ যত্নৰ সামগ্ৰী তৈয়াৰ কৰে, যাৰ মূল্য সাধাৰণ জনতাৰ হাতৰ মুঠিত। মুকলিৰ পিছৰে পৰা এই ব্ৰেণ্ডটোৱে কেইবাখনো দেশত স্বীকৃতি লাভ কৰিছে।

এই কথা কয় পৰিচালক ঈশা আম্বানীয়ে

ৰিলায়েন্সৰ সঞ্চালক ঈশা আম্বানীয়ে কয় যে, তেওঁলোকৰ পৰ্টফলিঅ’ত Anomaly ক যোগ কৰাটো কোম্পানীটোৰ বাবে এক কৌশলগত সিদ্ধান্ত। তেওঁ বুজাই দিলে যে উচ্চমানৰ, সুলভ মূল্য, আৰু বিশ্বব্যাপী স্বীকৃতিৰ বাবে ব্ৰেণ্ডটো গ্ৰাহকৰ মাজত জনপ্ৰিয় পছন্দ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয়ংকা চোপ্ৰাৰ সৈতে সহযোগিতাই ভাৰতত ব্ৰেণ্ডটো দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। কোম্পানীটোৱে নিজৰ তথ্য আৰু গ্ৰাহকৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি নিজৰ উপস্থিতি আৰু অধিক বৃদ্ধি কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ উপস্থিতি শক্তিশালী কৰিব।

ভাৰতীয় বজাৰত গুৰুত্ব থাকিব

ৰিলায়েন্স ৰিটেলে স্পষ্ট কৰি দিয়ে যে ভাৰত এতিয়া Anomaly ৰ সৰ্ববৃহৎ ফোকাচ মাৰ্কেট হ’ব। ভাৰতীয় গ্ৰাহকৰ চুলি আৰু মূৰৰ ছালৰ প্ৰয়োজন অনুসৰি নতুন সামগ্ৰীও প্ৰস্তুত কৰিব কোম্পানীটোৱে। ইয়াৰ উপৰিও উত্তৰ আমেৰিকা, যুক্তৰাজ্য, আৰু মধ্যপ্ৰাচ্যৰ দৰে বজাৰলৈও এই ব্ৰেণ্ডৰ সম্প্ৰসাৰণ ঘটিব। প্ৰিয়ংকা চোপ্ৰাই ব্ৰেণ্ডৰ সৈতে জড়িত হৈ থাকিব আৰু ক্ৰিয়েটিভ ডাইৰেক্টৰ হিচাপে কাম কৰিব। প্ৰডাক্ট ডিজাইন, নতুন আইডিয়া, ব্ৰেণ্ড ডাইৰেকচনত তেওঁ মূল ভূমিকা পালন কৰিব।

প্ৰিয়ংকাই কয় যে এয়া Anomalyৰ বাবে এটা ডাঙৰ টাৰ্নিং পইণ্ট। ব্যক্তিগত ধাৰণা হিচাপে আৰম্ভ হোৱা এই ব্ৰেণ্ডটো এতিয়া বিশ্বব্যাপী পৰিচয়ত পৰিণত হৈছে বুলি তেওঁ বুজাই দিয়ে। ৰিলায়েন্সৰ সৈতে অংশীদাৰিত্বৰ ফলত ব্ৰেণ্ডটোৱে আৰু অধিক লোকৰ কাষ চাপিব পাৰিব। এই চুক্তিয়ে ৰিলায়েন্স ৰিটেইলৰ সৌন্দৰ্য আৰু ফেশ্বন খণ্ডত দ্ৰুত বিনিয়োগক প্ৰদৰ্শন কৰিছে। নতুন আৰু ডিজিটেল ব্ৰেণ্ড সংযোজন কৰি কোম্পানীটোৱে নিজৰ ব্যৱসায় অহৰহ শক্তিশালী কৰি তুলিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

July 8, 2026
Next Post
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ'ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.