• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

3 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

25 minutes ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

1 hour ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

4 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

5 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

6 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

7 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

editor by editor
May 3, 2026
in জীৱনশৈলী, লেখা
0
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ভাংগা, বুলগেৰিয়াৰ বাসিন্দা এই জ্যোতিষী এতিয়া জীৱিত নাথাকিলেও তেওঁ পূৰ্বে দি যোৱা বাৰ্তাসমূহ এতিয়াও হুবহু মিলি আছে৷ প্ৰিন্সেচ ডায়েনাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি ৯/১১ ৰ আক্ৰমণ৷ এনে কিছু ঘটনা যে ঘটিব পাৰে তাৰ আন্দাজ আগতেই কৰিছিল তেওঁ৷ তেওঁৰ অন্য বহু ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে৷ ২০২৬ চনৰ বাবেও কেইবাটাও ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই৷

সোণৰ দামবৃদ্ধিৰ পৰা আৰম্ভ কৰি বিশ্বজুৰি যুদ্ধ পৰিস্থিতি আৰু নানান দুৰ্যোগৰ কথাও তেওঁ কৈ গৈছে৷ সকলোবোৰ যে বেয়াই হ’ব তেনে কোনো কথা নাই৷ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৬ চনত প্ৰচুৰ সম্পদ, সাফল্য আৰু আৰ্থিক শক্তি লাভ কৰিব ৫ৰাশিৰ জাতকে৷ এই ৫ৰাশিৰ বাঢ়িব বেংক বেলেন্সো৷ জানক ২০২৬ চনত বিপুল অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

বৃষ ৰাশি

২০২৬ চন বৃষ ৰাশিৰ বাবে আৰ্থিকভাৱে অত্যন্ত শুভ হব৷ আপোনাৰ আয় বৃদ্ধি হব৷ একাধিক উৎসৰ পৰা অৰ্থলাভ কৰিব৷ পুৰণি বিনিয়োগৰ পৰা লাভ পাব৷ পৈতৃক সম্পত্তিৰ কাৰণেও লাভ হব৷ দীৰ্ঘম্যাদি কঠোৰ পৰিশ্ৰমে এই বছৰ ফল দিব৷ অবিবাহিতসকলৰ বিবাহৰ সম্বন্ধ পাক্কা হব৷ প্ৰেমৰ সম্পৰ্ক আৰু দৃঢ় হব৷

মিথুন ৰাশি

২০২৬ চন মিথুন ৰাশিৰ জাতকৰ বাবে শুভ৷ শ্বেয়াৰ বজাৰৰ পৰা লাভৰ সম্ভাৱনা আছে৷ কোনো ষ্টাৰ্টআপ বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ প্লেন থাকিলে এই সময় শুভ৷ নতুন কোনো বিনিয়োগৰ বাবে ভাল সময়৷ আপোনাৰ মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আৰ্থিক অগ্ৰগতি বৰ্তি থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে ২০২৬ চন অৰ্থ উপাৰ্জন আৰু স্বীকৃতিৰ বছৰ৷ আপোনাৰ নেতৃত্বগুণ বিকশিত হব৷ পদোন্নতি হব পাৰে৷ ব্যৱসায় বৃদ্ধি আৰু বিকাশ বৰ্তি থাকিব৷ আপোনাৰ সামগ্ৰিক আয় বৃদ্ধি পাব৷ গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত লোৱাৰ বাবে ভাল সময়৷

মকৰ ৰাশি

এই বছৰ মকৰ ৰাশিৰ জাতকে নতুন চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ ব্যৱসায়ীয়ে লাভৱান হব৷ সততাক সৈতে কঠোৰ পৰিশ্ৰম কৰিলে ২০২৬ আপোনাৰ বাবে সাফল্যৰ খবৰ কঢ়িয়াই আনিব৷ আৰ্থিক স্থিতিশীলতা বৰ্তি থাকিব৷ আপোনাৰ সঞ্চয় বৃদ্ধি পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে ২০২৬ খুবেই শুভ হব৷ নতুন কিছু আৰম্ভ কৰিব খুজিলে সেয়া ফলপ্ৰসূ হব৷ অৰ্থ উপাৰ্জনৰ নতুন পথ তৈয়াৰ হব৷ আপোনাৰ কেৰিয়াৰত স্থিতি বৰ্তি থাকিব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ হব পাৰে৷ সমগ্ৰ বছৰ আনন্দেৰে কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

May 3, 2026
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?
জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

May 3, 2026
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
Next Post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন