• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

18 minutes ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

1 hour ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

2 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

3 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

4 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

5 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

6 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

7 hours ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

8 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

editor by editor
May 3, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আপুনি নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণ বিচাৰে? তেন্তে ফিক্সড ডিপোজিটত বিনিয়োগ কৰিব পাৰে৷ আপুনি বেংক অফ বৰোদাৰ FD স্কিম বাচি ল’ব পাৰে৷ বৰ্তমান বেংকত বিভিন্ন ম্যাদৰ FDত আকৰ্ষণীয় সুদৰ হাৰ দিয়া হৈছে৷ যদি দীৰ্ঘম্যাদি বিনিয়োগ কৰিব খোজে তেন্তে ১ বছৰৰ FDত বিনিয়োগ কৰিব পাৰে৷ বেংক অফ বৰোদাৰ পক্ষৰ পৰা ১ বছৰৰ FDত সাধাৰণ গ্ৰাহকৰ ৬.২৫ শতাংশ সুদ দিয়া হৈছে৷ আৰু প্ৰবীণ নাগৰিকসকলৰ বাবে এই হাৰ ৬.৭৫ শতাংশ ৰখা হৈছে৷ প্ৰবীণসকলৰ বাবে এই অতিৰিক্ত সুদৰ হাৰ তেওঁলোকৰ ভাল আয়ৰ সুযোগৰ বাবে দিয়া হৈছে৷

মেচিউৰিটিত কিমান টকা পাব?

আপুনি যদি ৫ লাখ টকাৰ FD কৰে তেতিয়া ১ বছৰৰ পাছত ৩০ হাজাৰ টকাতকৈ বেছি সুদ পাব৷ সাধাৰণ গ্ৰাহক হিচাপে ৫লাখ টকা বিনিয়োগ কৰিলে ১ বছৰৰ পাছত মেচিউৰিটিত আপুনি পাব ৫৩২, ৬২৮ টকা৷ অৰ্থাৎ প্ৰায় ৩২৬২৮ টকা সুদ৷ অন্যহাতে প্ৰবীণ নাগৰিকে একেই বিনিয়োগত পাব ৫৩৫, ৩০৬ টকা৷ অৰ্থাৎ প্ৰায় ৩৫,৩০৫ টকা ৰিটাৰ্ণ৷ ফলত সাধাৰণ গ্ৰাহকৰ তুলনাত প্ৰবীণসকলে প্ৰায় ২৬০০ টকাতকৈ বেছি লাভ পাব৷

কিয় FD ত বিনিয়োগ কৰিব?

ফিক্সড ডিপোজিট দীৰ্ঘদিন ধৰি সকলোতকৈ নিৰাপদ বিনিয়োগৰ এক মাধ্যম হিচাপে বিবেচিত৷ ইয়াত বিনিয়োগকাৰীয়ে পূৰ্বৰে পৰাই জানে নিৰ্দিষ্ট সময়ৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব৷ শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডৰ দৰে ধন হেৰুওৱাৰ ভয় নাই৷ যিসকলে স্থিতিশীল আৰু নিৰাপদ আয় বিচাৰে তেওঁলোকৰ বাবে এয়া এক ভাল বিকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?
জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

May 3, 2026
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক
জীৱনশৈলী

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

May 3, 2026
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

Next Post
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন