• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

1 month ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

1 hour ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

2 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

2 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

2 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

3 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

5 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

6 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

7 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

8 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

8 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
May 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
736
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত বৃহস্পতিক অত্যন্ত শুভ আৰু মঙ্গলময় বুলি ধাৰণা কৰা হয়৷ সেয়ে এই গ্ৰহই যেতিয়া ৰাশি পৰিবৰ্তন কৰে বা কোনো নক্ষত্ৰত গোচৰ কৰে তেতিয়া তাৰ প্ৰভাৱ সকলো ৰাশিৰ জাতকৰ জীৱনতেই গভীৰভাৱে অনুভূত হয়৷ জ্যোতিষ গণনা অনুসৰি দেৱগুৰু বৃহস্পতিয়ে আগন্তুক ১৪ মেত পুনৰ্বসু নক্ষত্ৰৰ দ্বিতীয় পদৰ পৰা তৃতীয় পদত প্ৰৱেশ কৰিব৷ পুনৰ্বসু নক্ষত্ৰক সমৃদ্ধি, পুনৰ্জাগৰণ আৰু শুভ সূচনাৰ প্ৰতীক হিচাপে ধৰা হয়৷ পলত এই গোচৰ বিশেষভাৱে কিছু ৰাশিৰ বাবে অত্যন্ত ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ কোন কোন লাভৱান হ’ব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই গোচৰে সাহস, আত্মবিশ্বাস আৰু কৰ্মশক্তি বঢ়াব৷ দীৰ্ঘদিন ধৰি যিসকলে চাকৰি পৰিবৰ্তন বা পদোন্নতিৰ অপেক্ষাত আছিল তেওঁলোকে সুখবৰ পাব পাৰে৷ বিনিয়োগৰ পৰা ভাল লাভৰ সম্ভাৱনা আছে৷ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্য জীৱনত সম্পৰ্ক আৰু মধুৰ হব৷

মিথুন ৰাশি

পুনৰ্বসু নক্ষত্ৰৰ এটা অংশ মিথুন ৰাশিত পৰাত এই গোচৰে মিথুনৰ জাতকৰ ব্যক্তিত্বলৈ উজ্জ্বলতা আনিব৷ ব্যৱসায়ীয়ে বৃহৎ কোনো চুক্তিত চহী কৰিব পাৰে৷ অংশীদাৰিত্বৰ সৈতে কাম কৰিলে লাভ বাঢ়িব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কমিউনিকেছন স্কিলে সকলোৰে নজৰ কাঢ়িব৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে ভাল সময়৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতনসকলে পূৰ্ণ সহযোগিতা পাব৷ সৃজনশীল পেছাৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতিৰ বৃহৎ সুযোগ পাব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ ফলত আৰ্থিক অৱস্থা আৰু শক্তিশালী হব৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি নিজেই বৃহস্পতি, সেয়ে এই গোচৰে তেওঁলোকৰ বাবে বিশেষভাৱে শুভ হব৷ শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীয়ে সাফল্য পাব পাৰে৷ পৰিয়ালত শুভ কামৰ আয়োজন হ’ব পাৰে৷ দাম্পত্য জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব৷ ব্যৱসায়ত আৰ্থিক উন্নতি স্পষ্টভাৱে দেখা যাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় সোণালী সময়৷ জীৱনত আৰাম আৰু মানসিক শান্তি বাঢ়িব৷ নতুন বাহন বা ঘৰ ক্ৰয়ৰ পৰিকল্পনা সফল হব পাৰে৷ পৈতৃক সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিনৰ অসুস্থতাৰ পৰা মুক্তি পাব৷ নতুন উদ্যমেৰে লক্ষ্য পূৰণৰ পথত আগুৱাই যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.