• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

2 months ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

8 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

8 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

8 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

9 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

10 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

12 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

12 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

13 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

13 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

14 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

15 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে... ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

editor by editor
May 8, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালিৰ বিবাহিত জীৱন আগৰ দৰে নহয়৷ সম্পৰ্ক হওক বা সংসাৰ, সকলোবোৰ চলাবলৈকে এতিয়া বহু বেছি খৰচ আছে৷ চহৰীয়া জীৱন হ’লে EMI, দৈনন্দিন খৰচ, লাইফষ্টাইল সকলো মিলি অৰ্থনৈতিক চাপ ক্ৰমশ বাঢ়িছে৷ এই পৰিবৰ্তিত পৰিস্থিতিত আহিছে এক নতুন ট্ৰেণ্ড DINK৷ দম্পতিসকলৰ বহুতেই এই পথ বাচি লৈছে৷ য’ত দুজনেই উপাৰ্জন কৰে কিন্তু সন্তান লোৱাৰ সিদ্ধান্তৰ পৰা দূৰৈত থাকে৷ DINKৰ সম্পূৰ্ণ অৰ্থ হৈছে Duel Income, No Kids, , এই ভাৱনা কেৱল অৰ্থনৈতিক নহয়, বৰং জীৱনযাত্ৰাৰ মান, স্বাধীনতা আৰু ব্যক্তিগত স্বাচ্ছন্দ্যৰ সৈয়েও জড়িত৷

কি এই DINK?

DINKৰ পূৰ্ণৰূপ হৈছে Dual Income, No Kids, অৰ্থাৎ দম্পতিৰ দুজনেই আয় কৰে কিন্তু সন্তান লোৱাৰ সিদ্ধান্ত নলয়৷ এই জীৱনধাৰা মূলত সেইসমূহ দম্পতিৰ মাজত জনপ্ৰিয় যিসকলে নিজৰ কেৰিয়াৰ, ভ্ৰমণ, চখ আৰু অৰ্থনৈতিক স্বাধীনতাক বেছি গুৰুত্ব দিয়ে৷ তেওঁলোকে ধাৰণা কৰে, সন্তান ল’লে দায়িত্ব আৰু খৰচ বহুপৰিমাণে বাঢ়ি যায়৷ যিয়ে তেওঁলোকৰ বৰ্তমান লাইফষ্টাইলক প্ৰভাৱিত কৰিব পাৰে৷ ফলত তেওঁলোকে সচেতনভাৱে এই সিদ্ধান্ত লয় যাতে নিজৰ জীৱনক তেওঁলোকে নিজৰমতে উপভোগ কৰিব পাৰে৷

কিয় বাঢ়িছে এই ট্ৰেণ্ড?

বিগত কেইবাবছৰত বিশেষকৈ কভিড’ পৰবৰ্তী সময়ত মূল্যবৃদ্ধিয়ে মানুহৰ জীৱনত বৃহৎ প্ৰভাৱ পেলাইছে৷ পূৰ্বে য’ত একমাত্ৰ উপাৰ্জনকাৰী হিচাপে স্বামীকেই চোৱা হৈছিল৷ সেই ধাৰণা এতিয়া সলনি হৈছে৷ সামাজিক চাপো বাঢ়িছে, নিজৰ ষ্টেটাছ বৰ্তাই ৰখা, ভাল জীৱনযাপন কৰা, এই সকলোৰে বাবে দুজনেই আয় কৰা জৰুৰী হৈ উঠিছে৷ সেই কাৰণেই বহুতো দম্পত্তিৰে ধাৰণা কৰে যে সন্তান নল’লে তেওঁলোতে আৰু স্বাচ্ছন্দ্যভাৱে জীৱনযাপন কৰিব পাৰিব৷

সন্তান নোলোৱাৰ সিদ্ধান্ত

DINK দম্পতিসকলৰ বহুতেই সন্তান লোৱাৰ দায়িত্ব এৰাই চলে৷ তেওঁলোকৰ মতে সন্তান মানেই খৰচ বঢ়াষ সময় আৰু মানসিক চাপ৷ বিদেশত এই ট্ৰেণ্ড বহুদিন ধৰি জনপ্ৰিয় আছিল৷ বৰ্তমান ভাৰততো চহৰীয়া জীৱনধাৰাৰ দ্ৰুত পৰিবৰ্তন আহিছে৷ বহুতেই ধাৰণা কৰে সন্তান নাথাকিলে দম্পতিয়ে নিজৰ সম্পৰ্ক, কেৰিয়াৰ আৰু ব্যক্তিগত সপোনত বেছি সময় দিব পাৰে৷ এই সিদ্ধান্ত অৱশ্যে সম্পূৰ্ণ ব্যক্তিগত৷ প্ৰত্যেক দম্পতিৰে জীৱনৰ লক্ষ্য অনুযায়ী এয়া ভিন্ন হ’ব পাৰে৷

সমস্যা ক’ত?

DINK জীৱনধাৰাই আৰম্ভণিতে বহু স্বস্তি আৰু স্বাধীনতা আনি দিয়ে৷ কিন্তু বয়স বঢ়াৰ লগে লগে ইয়াৰ কিছু নেতিবাচক দিশো আছে৷ বহু দম্পতিয়ে প্ৰথমে এই পথ বাচি ললেও পাছত সন্তান লোৱাৰ কথা ভাৱে৷ এইক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে৷ ৩৫ বছৰৰ পাছত গৰ্ভধাৰণৰ ক্ষেত্ৰত শাৰীৰিক জটিলতা আৰু খৰচ বাঢ়ি যায়৷ ফলত সিদ্ধান্ত লোৱাৰ পূৰ্বে ভৱিষ্যতৰ কথা ভৱা জৰুৰী৷ শেষ পৰ্যন্ত DINK হওক বা সন্তানসহ জীৱন সকলো নিৰ্ভৰ কৰে ব্যক্তিগত পছন্দ৷ পৰিস্থিতি আৰু জীৱনৰ অগ্ৰাধিকাৰৰ ওপৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
Next Post
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.