• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণ ক্ৰয়ত নিষেধাজ্ঞা কিয় মোদীৰ, কি কাৰণে দেশবাসীৰ ওচৰত এই আৰ্জি? পেট্ৰলৰ দামৰ সৈতে সোণৰ কি সম্পৰ্ক?

সোণ ক্ৰয়ত নিষেধাজ্ঞা কিয় মোদীৰ, কি কাৰণে দেশবাসীৰ ওচৰত এই আৰ্জি? পেট্ৰলৰ দামৰ সৈতে সোণৰ কি সম্পৰ্ক?

2 months ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

9 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

10 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

10 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

11 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

12 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

13 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

14 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

14 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

15 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

16 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

17 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোণ ক্ৰয়ত নিষেধাজ্ঞা কিয় মোদীৰ, কি কাৰণে দেশবাসীৰ ওচৰত এই আৰ্জি? পেট্ৰলৰ দামৰ সৈতে সোণৰ কি সম্পৰ্ক?

সোণ ক্ৰয়ত নিষেধাজ্ঞা কিয় মোদীৰ, কি কাৰণে দেশবাসীৰ ওচৰত এই আৰ্জি? পেট্ৰলৰ দামৰ সৈতে সোণৰ কি সম্পৰ্ক?

editor by editor
May 11, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
সোণ ক্ৰয়ত নিষেধাজ্ঞা কিয় মোদীৰ, কি কাৰণে দেশবাসীৰ ওচৰত এই আৰ্জি? পেট্ৰলৰ দামৰ সৈতে সোণৰ কি সম্পৰ্ক?
0
SHARES
538
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰাণ-আমেৰিকা সংঘাত৷ ইন্ধনৰ দামো ঊৰ্ধ্বমুখী৷ তেনে অৱস্থাত দেশৰ অৰ্থনীতিৰ স্বাৰ্থত এবছৰৰ বাবে সোণ নিকিনিবলৈ আবেদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইয়াৰোপৰি অপ্ৰয়োজনীয় যাতায়াত কমোৱা, ৱাৰ্কফৰ্ম হোম আৰু ইন্ধন সাশ্ৰয়ৰ ওপৰত জোৰ দিছে প্ৰধানমন্ত্ৰী৷ অৰ্থনীতিবিদৰ মতে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ওপৰত চাপ কমাবলৈ এই বাৰ্তা দিছে কেন্দ্ৰই৷

সম্প্ৰতি এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, ‘মই দেশবাসীৰ ওচৰত আবেদন জনাইছো যে অন্তত এবছৰৰ বাবে বিবাহৰ অনুষ্ঠানত সোণ কিনা বন্ধ ৰাখক৷ তেওঁৰ এই মন্তব্যক লৈ ইতিমধ্যেই দেশজুৰি আলোচনা আৰম্ভ হৈছে৷ কাৰণ ভাৰতত সোণৰ কেৱল অলংকাৰেই নহয়, বহু পৰিয়ালৰ ওচৰত সেয়া সঞ্চয় আৰু সামাজিক ৰীতিৰো গুৰুত্বপূৰ্ণ অংশ৷ বিশেষকৈ ভাৰতীয়সকলৰ বিবাহত সোণৰ গহনাৰ গুৰুত্ব দীৰ্ঘদিনৰ৷

ভাৰত বিশ্বৰ অন্যতম বৃহৎ সোণ আমদানিকাৰী দেশ৷ ইয়াৰোপৰি দেশৰ প্ৰায় ৮৫শতাংশ খাৰুৱা তেলো বিদেশৰ পৰাই আমদানি কৰিব লাগে৷ এই দুই ক্ষেত্ৰতে বিপুল পৰিমাণৰ মাৰ্কিন ডলাৰ খৰচ হয়৷ ফলত আন্তৰ্জাতিক বজাৰত তেলৰ দাম বাঢ়িলে আৰু একে সময়তে সোণৰ আমদানি বাঢ়িলে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত চাপো বাঢ়ে৷

বিশেষজ্ঞসকলৰ মতে বৰ্তমান সেই পৰিস্থিতিয়েই তৈয়াৰ হৈছে৷ ইৰাণ, আমেৰিকা, ইজৰায়েল সংঘাত আৰু হৰমুজ প্ৰণালীক লৈ উত্তেজনাৰ বাবে আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম বেৰেলে প্ৰতি প্ৰায় ৭০ ডলাৰৰ ওপৰত৷ ইয়াৰ সৈতে ডলাৰৰ তুলনাত টকাৰ দামো দুৰ্বল হৈছে৷

অৰ্থনীতিবিদসকলৰ একাংশৰ মতে তেল আমদানি কমোৱা ভাৰতৰ পক্ষে সহজ নহয়৷ কাৰণ পৰিবহন, শিল্প আৰু বিদ্যুৎ উৎপাদনৰ বাবে ইন্ধন অত্যন্ত জৰুৰী৷ কিন্তু সোণৰ আমদানিক তুলনামূলকভাৱে নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ সেই কাৰণেই সোণ কিনা কমাবলৈ আবেদন জনাইছে কেন্দ্রই৷

বিশেষজ্ঞসকলৰ বাখ্যা যেতিয়া বিপুল সংখ্যক মানুহে বিদেশী সোণ কিনে, তেতিয়া সেই আমদানিৰ বাবে বিপুল পৰিমাণে ডলাৰ দেশৰ পৰা বাহিৰলৈ যায়৷ ইয়াৰ ফলত কাৰেণ্ট একাউণ্ট ডেফিচিট বা আমদানি-ৰপ্তানিৰ ঘাটিও বাঢ়ে৷ টকাৰ ওপৰত আৰু চাপ তৈয়াৰ হয়৷ টকাৰ দাম কমি গলে তেলসহ অন্যান্য আমদানি আৰু ব্যয়বহুল হৈ উঠে৷ ফলত মূল্যবৃদ্ধিৰ চাপো বাঢ়ি থাকে৷

এই পৰিস্থিতি অৱশ্যে নতুন নহয়৷ পূৰ্বেও সোণৰ আমদানি কমাবলৈ বিভিন্ন পদক্ষেপ লৈছিল কেন্দ্ৰই৷ কেতিয়াবা সোণৰ ওপৰত আমদানি শুল্ক বঢ়োৱা হৈছে, কেতিয়াবা গল্ড বণ্ডৰ দৰে বিকল্প বিনিয়োগত উৎসাহ দিয়া হৈছে৷ লক্ষ্য আছিল এটাই বৈদেশিক মুদ্ৰাৰ খৰচ কমোৱা আৰু টকাৰ স্থিতি বজায় ৰখা৷

প্রধানমন্ত্ৰীয়ে এইবাৰ কেৱল সোণেই নহয়, ইন্ধন সাশ্ৰয়ক লৈয়ো সাধাৰণ মানুহক সতৰ্ক কৰিছে৷ তেওঁ কয়, ‘পেট্ৰল ডিজেলৰ দাম বিশ্বজুৰি অত্যন্ত বাঢ়িছে৷ সেয়ে ইন্ধন বচোৱাটো প্ৰত্যেক নাগৰিকৰ দায়িত্ব৷’ সেই কাৰণেই কৰ’না পৰ্বৰ দৰে আকৌ ৱাৰ্ক ফ্ৰম হোম, অনলাইন মিটিং আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ ওপৰতো জোৰ দিয়াৰ পৰামৰ্শ দিছে তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
Next Post
১৬ মে’ৰ পৰা ভাগ্যৰ দুৱাৰ খুলি যাব এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰা ভাগ্যৰ দুৱাৰ খুলি যাব এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

এই ডাকঘৰৰ আঁচনিত পত্নীৰ সৈতে যুঁটিয়াকৈ একাউণ্ট খোলক! ১০ বছৰতে পাব ৪১ লাখ টকা, কিন্তু কেনেকৈ?

এই ডাকঘৰৰ আঁচনিত পত্নীৰ সৈতে যুঁটিয়াকৈ একাউণ্ট খোলক! ১০ বছৰতে পাব ৪১ লাখ টকা, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.