• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

2 months ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

21 minutes ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

1 hour ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

2 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

3 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

3 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

5 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

13 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

13 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

14 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

14 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

editor by editor
May 16, 2026
in জীৱনশৈলী
0
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেলেণ্ডাৰৰ পাতত ১৬ মে বিশেষ দিন৷ আজি শনি জয়ন্তী৷ এইবাৰৰ শনি জয়ন্তী কেৱল ধৰ্মীয় কাৰণতেই নহয়, জ্যোতিষশাস্ত্ৰৰ বিচাৰৰ পৰাও অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ গ্ৰহ নক্ষত্ৰত অদ্ভুত সমন্বয়ত আজি তৈয়াৰ হৈছে একাধিক ৰাজযোগ৷ শনিৰ সাপেক্ষে বুধ আৰু সূৰ্যৰ বিশেষ অৱস্থানত বুধাদিত্য আৰু তাৰ সৈতে কেদাৰ যোগৰ সৃষ্টি হৈছে৷ জ্যোতিষীৰ মতে এই শুভ সংযোগ সাধাৰণতে দেখা নাযায়৷ ইয়াৰ প্রভাৱত বিশেষ ৫ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব অৰ্থৰ জোৱাৰ আৰু অভাৱনীয় সাফল্য৷

কেতিয়াৰে পৰা আৰম্ভ হৈছে এই যোগ?

জ্যোতিষ গণনাই কৈছে শনি জয়ন্তীৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ কালিৰ দিনটোত সূৰ্য আৰু বুধ একত্ৰ হৈ বৃষ ৰাশিত প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত সক্ৰিয় হৈছে বুধাদিত্য ৰাজযোগ৷ আৰু আজি ১৬ মে শনি জয়ন্তীৰ মাহেন্দ্ৰক্ষণত কেদাৰ যোগৰ মিলন পৰিস্থিতি আৰু শক্তিশালী হৈছে৷ যাৰ ইতিবাচক প্ৰভাৱ পৰিব কৰ্মজীৱনৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে৷

বৃষ ৰাশি

এই ৰাশিতেই তৈয়াৰ হৈছে বুধাদিত্য যোগ৷ ফলত বৃষৰ জাতকৰ লাভ বাঢ়িব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে৷ ইয়াৰ সৈতে বাঢ়িব পাৰে পদমৰ্যাদা৷ ব্যৱসায়ীসকলৰ বাবে বিনিয়োগৰ উপযুক্ত সময়৷ পুৰণি গ্ৰাহকৰ পৰা লাভৰ মুখ দেখিব৷ শাৰীৰিক জটিলতাৰ পৰা মুক্তি পাব৷

সিংহ ৰাশি

নেতৃত্ব দিয়াৰ সহজাত ক্ষমতা আৰু বিকশিত হ’ব৷ শনি জয়ন্তীৰ কৃপাত নতুন কোনো ব্যৱসায়িক চুক্তিত চহী কৰিব পাৰে৷ সমাজত সন্মান যেনেকৈ বাঢ়িব তেনেকৈ পেছাগত জীৱনত আহিব কাঙ্ক্ষিত সাফল্য৷

তুলা ৰাশি

কেদাৰ যোগৰ আশীৰ্বাদ সকলোতকৈ বেছি পাব তুলাৰ জাতকে৷ ঘৰ বা মাটি ক্ৰয় অৰ্থাৎ সম্পত্তি বৃদ্ধিৰ যোগ প্ৰৱল৷ পুৰণি বিনিয়োগৰ পৰা মোটা টকা ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ ৰৈ থকা কামে যেনেকৈ গতি পাব তেনেকৈ কমিব মানসিক দুচিন্তাও৷

বৃশ্চিক ৰাশি

আত্মবিশ্বাস তুংগত থাকিব এই ৰাশিৰ৷ কেৰিয়াৰত ইতিবাচক সালসলনি আহিব পাৰে৷ ভাল কোনো সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ উচ্চশিক্ষা বা কামৰ প্ৰয়োজনত বিদেশযাত্ৰাৰ সপোনো সফল হব পাৰে৷

কুম্ভ ৰাশি

যিহেতু শনি এই ৰাশিৰ অধিপতি সেয়ে শনি জয়ন্তীৰ কুম্ভৰ বাবে অত্যন্ত শুভ৷ কৰ্মক্ষেত্ৰত প্ৰত্যাশাতকৈ বেছি উন্নতিৰ সম্ভাৱনা৷ হাতলৈ আহিব অৰ্থ৷ যিসকলে দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছে তেওঁলোকৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.