• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

1 hour ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

23 minutes ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

2 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

4 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

16 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

17 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

18 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

18 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

19 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

20 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

20 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত...

editor by editor
May 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেতা ইমৰাণ হাছমী এসময়ত নৱপ্ৰজন্মৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বিশেষকৈ ২০০৮ চনত মুক্তি পোৱা তেওঁৰ ছুপাৰহিট ছবি ‘জন্নত’ই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল, আৰু আজিও চিনেমাপ্ৰেমীৰ মনত সেই ছবিখনে স্থান লাভ কৰিছে। কিন্তু ইমান বছৰৰ পাছত অভিনেতাগৰাকীৰ ‘অৰ্জুন দীক্ষিত’ ছবিখনে উন্মোচন কৰিলে, কিদৰে কলকাতাত ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল যেতিয়া ছবিখনৰ প্ৰচাৰৰ বাবে চেষ্টা কৰিছিল। পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰিল যে অৱশেষত তেওঁ উন্মাদ হৈ পৰা ভিৰৰ পৰা হাত সাৰিবলৈ শ্বপিং মলৰ বাথৰুম এটাত দৌৰি গৈ আশ্ৰয় ল’বলগীয়া হয়।

সেইদিনা ঠিক কি হৈছিল?

শেহতীয়াকৈ ইমৰাণ হাছমীয়ে এটা সাক্ষাৎকাৰত সেই শীতল অভিজ্ঞতাৰ কথা মনত পেলাইছে। সেই সময়ত সমগ্ৰ দেশতে চলি আছিল আই পি এলৰ প্ৰথম ছিজন। সেই সময়ত ২০০৮ চনৰ ১৬ মে’ত ‘জন্নত’ ছবিৰ দলটো কলকাতাত উপস্থিত হয়। মহানগৰীৰ এটা বিখ্যাত শ্বপিং মলত ‘মিট এণ্ড গ্ৰীট’ অৰ্থাৎ অনুৰাগীৰ সৈতে প্ৰত্যক্ষ জনসংযোগ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। কিন্তু নিজৰ প্ৰিয় নায়কক চকুৰ সন্মুখত দেখি সাধাৰণ ৰাইজৰ উত্তেজনা নিমিষতে একেবাৰে বিশৃংখলতালৈ পৰিণত হ’ল।

ইমৰানে ক’লে যে প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। কিন্তু সময়ৰ লগে লগে ভিৰ ইমানেই বাঢ়ি গ’ল যে মল চৌহদটো ভৰি দিবলৈও ঠাই নোহোৱা হ’ল। সকলোৱে নিজৰ নিজৰ প্ৰিয় তাৰকাক ওচৰৰ পৰা চুই চাব বিচাৰিছিল। পিছত আৰক্ষী আহি ৰাইজক বাহিৰলৈ যাব দিয়াৰ পিছতহে অভিনেতাজনক বাথৰুমৰ পৰা উলিয়াই অনা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!
জীৱনশৈলী

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

May 18, 2026
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!
জীৱনশৈলী

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

May 18, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

May 18, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

May 17, 2026
Next Post
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.