• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

1 hour ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

16 minutes ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

46 minutes ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

2 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

2 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

4 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

5 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

5 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

6 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

7 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

20 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

20 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

editor by editor
May 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধ্যাত্মিকতা মানে আপোনাৰ আভ্যন্তৰীণ অস্থিৰতা হ্ৰাস কৰি, শান্তিত থকা আৰু নিজকে নতুনকৈ চিনি পোৱা। আপুনি নিজৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিব বিচাৰে নেকি? এই ৭টা অতি সহজ পদক্ষেপ অনুসৰণ কৰিও আপুনি এই নতুন যাত্ৰা আৰম্ভ কৰিব পাৰে।
দিনটোত কমেও ১০ মিনিটৰ বাবে সকলো কাম বন্ধ কৰি নিস্তব্ধ ঠাইত বহিব। এই মৌনতাই আপোনাৰ মনত থকা সকলো জটিলতা আঁতৰাই পেলোৱাত সহায় কৰিব আৰু ভিতৰৰ পৰা শান্তি দিব।

বহুতে নিজৰ নাই বুলি অভিযোগ কৰি দিনটো কটায়, কিন্তু কিমানজনে নিজৰ হাতত কি আছে সেই বিষয়ে চিন্তা কৰে? প্ৰতি নিশা শুই উঠাৰ আগতে আপোনাৰ হাতত থকা অন্ততঃ তিনিটা ভাল বস্তুৰ কথা ভাবিব। এই সৰু অভ্যাসটোৱে আপোনাৰ মনত থকা নেতিবাচক চিন্তাবোৰ কমাই দিব আৰু আপোনাৰ ইতিবাচক শক্তি বৃদ্ধি কৰিব।

বেছিভাগ মানুহেই অতীতক লৈ অশান্তি পায় বা ভৱিষ্যতক লৈ চিন্তা কৰে। আপুনি বৰ্তমান যি কৰি আছে তাত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক—খোৱা, খোজ কঢ়া বা কাম কৰা। বৰ্তমানৰ মুহূৰ্তত জীয়াই থাকিবলৈ শিকাটোৱে আপোনাক শিথিলতা আৰু অপ্ৰয়োজনীয় চিন্তা দূৰ কৰাত সহায় কৰিব পাৰে।

কেতিয়াবা, আপোনাৰ ফোন বা লেপটপটো আঁতৰাই ৰাখি কিছু সময়ৰ বাবে প্ৰকৃতিৰ ওচৰলৈ যাওক। গছৰ ছাঁৰ তলত বহি বা মুকলি আকাশৰ তলত কিছু সময় খোজ কাঢ়িলে স্বাভাৱিকতে মনটো শান্ত হয়। প্ৰকৃতিয়ে আমাক শিকাইছে যে কেনেকৈ আমাৰ কামবোৰ শান্তভাৱে সংগঠিত কৰিব পাৰি।

যেতিয়াই মানসিক চাপ বা খং অনুভৱ কৰে তেতিয়াই দীঘলকৈ উশাহ এটা লওক আৰু লাহে লাহে উশাহ এৰি দিয়ক। এই সাধাৰণ উশাহ-নিশাহৰ ব্যায়ামে নিমিষতে আপোনাৰ স্নায়ু শান্ত কৰিব পাৰে। শৰীৰ আৰু মনক সংযোগ কৰিবলৈ ইয়াতকৈ সহজ উপায় নাই। ফটো- ফ্ৰীপিক

ছ’চিয়েল মিডিয়াৰ ভিৰৰ মাজত আপুনি প্ৰায়ে আজেবাজে কথাবোৰ চাই সময় নষ্ট কৰে। বৰঞ্চ প্ৰতিদিনে কমেও ১০ মিনিট ভাল কিতাপ পঢ়ক বা মহান মানুহৰ কথা শুনিব। ভাল চিন্তাই আপোনাৰ মনৰ ভিতৰৰ আন্ধাৰক জয় কৰি পোহৰৰ বাট দেখুৱাব।

প্ৰত্যেকেই নিজৰ বাবে জীয়াই থাকে, কিন্তু আনক সহায় কৰাত এক বেলেগ ধৰণৰ আনন্দ থাকে। বিনিময়ত একো নিবিচাৰিব। এই ৭ টা টিপচ নিয়মিতভাৱে পালন কৰিলে দেখিব আপোনাৰ জীৱনটো কিমান সুন্দৰ হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!
জীৱনশৈলী

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

May 18, 2026
Image Credit- AI
বাণিজ্য

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

May 18, 2026
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য
জীৱনশৈলী

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

May 18, 2026
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল
জীৱনশৈলী

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

May 18, 2026
Next Post
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ'ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.