• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

2 months ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

47 seconds ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

34 minutes ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

2 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

10 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

10 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

11 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

12 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

12 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

14 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

14 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
0
SHARES
912
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি বুধ গ্ৰহক বুদ্ধিমত্তা, যুক্তি আৰু যোগাযোগৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধ বৰ্তমান কুম্ভ ৰাশিত অস্তমিত অৱস্থাত আছে৷ যেতিয়া কোনো গ্ৰহ অস্তমিত হয় তেতিয়া তাৰ প্ৰভাৱ কিছু হ্ৰাস পায় বুলি ধাৰণা কৰা হয়৷ বুধৰ ৰাশিচক্ৰ পৰিবৰ্তনৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰতে পৰিলক্ষিত হ’ব পাৰে৷

শীঘ্ৰেই বুধে তাৰ গতিপথ পৰিবৰ্তন কৰিব৷ বৰ্তমান অস্তমিত অৱস্থাত থকা এই গ্ৰহই আগন্তুক ২৩ মে’ৰ সন্ধিয়া উদিত হ’ব৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া কোনো গুৰুত্বপূৰ্ণ গ্ৰহ উদিত হয় তেতিয়া শক্তি বহুগুণ বৃদ্ধি পায় আৰু মানুহৰ জীৱনৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে৷

২৩ মেৰ পৰা ৩০ জুন পৰ্যন্ত বুধ উদিত অৱস্থাত থাকিব৷ বুধৰ এই নতুন অৱস্থানে নিৰ্দিষ্ট কিছু ৰাশিৰ জাতকৰ জীৱনলৈ উল্লেখযোগ্য আৰ্থিক পৰিবৰ্তন কঢ়িয়াই আনিব৷ এই সময়কালত সংশ্লিষ্ট ৰাশিৰ জাতক জাতিকাই প্ৰৱল আৰ্থিক লাভ, কৰ্মজীৱনত উন্নতি আৰু নতুন ব্যৱসায়িক চুক্তিৰ অভিজ্ঞতা লাভ কৰিব বুলি আশা কৰা হৈছে৷ জানি থওক কোন কোন ভাগ্যবান ৰাশিৰ জাতকে বুধৰ এই উদয়ৰ পৰা উপকৃত হ’ব৷

বৃষ ৰাশি

বুধৰ উদয়ে বৃষ ৰাশিৰ জাতকৰ বাবে আৰ্থিকভাৱে উল্লেখযোগ্য সুফল কঢ়িয়াই আনিব৷ যদি আপোনাৰ অৰ্থ দীৰ্ঘদিন ধৰি কৰোবাত ৰৈ আছে তেন্তে এই সময়ত ভিতৰত সেয়া পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷ যিসকলে শ্বেয়াৰ বজাৰ বা অন্য কোনো স্থানত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এই সময় আদৰ্শ সময়৷

মিথুন ৰাশি

বুধ গ্ৰহ মিথুন ৰাশিৰ অধিপতি, সেয়ে ইয়াৰ উদয়ে এওঁলোকৰ বাবে আশীৰ্বাদস্বৰূপ৷ বিগত কিছুদিন ধৰি মনত যি বিভ্ৰান্তি বা সংশয়ে বিৰাজ কৰিছিল সেয়া এতিয়া দূৰ হ’ব৷ সঠিক আৰু যথাযথ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷ যিসকলে ব্যৱসায় কৰি আছে কিংবা নিজস্ব ষ্টাৰ্টআপ পৰিচালনা কৰিছে তেওঁলোকৰ বাবে এই সময়ত ভিতৰত কোনো গুৰুত্বপূৰ্ণ আৰু লাভজনক চুক্তি সম্পন্ন কৰিব পাৰে৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু আপুনি নিজকে উদ্যমী আৰু প্ৰাণৱন্ত অনুভব কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশইৰ অধিপতি গ্ৰহ হৈছে বুধ৷ এই গ্ৰহ উদিত হোৱাৰ ফলত আপোনাৰ দীৰ্ঘদিনৰ ৰৈ থকা বা স্থবিৰ হোৱা পৰিকল্পনাসমূহে পুনৰায় গতি লাভ কৰিব৷ যিসকলে চাকৰিত আছে তেওঁলোকে কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন কোনো দায়িত্বপূৰ্ণ পদ লাভ কৰিব পাৰে৷ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই সময়ত তেওঁলোকৰ একাগ্ৰতা আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত চলমান মত পাৰ্থক্য বা মনোমালিন্যসমূহ দূৰ হৈ পৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ ক্ষেত্ৰত বুধৰ এই উদয়ে তেওঁলোকৰ ভাগ্য আৰু লাভৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰিব৷ আপুনি যদি বিদেশ ভ্ৰমণ কৰে কিংবা বৈদেশিক বাণিজ্যৰ সৈতে যুক্ত থাকে তেন্তে এই সময়ত উল্লেখযোগ্য মুনাফা লাভৰ আশা কৰিব পাৰে৷ সমাজত আপোনাৰ মান মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আপুনি নতুন আৰু প্রভাৱশালী ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব৷ যিয়ে ভৱিষ্যতে আপোনাৰ আৰ্থিক লাভৰ উৎস হিচাপে প্ৰমাণিত হ’ব৷

বুধৰ শুভ প্রভাৱ বৃদ্ধিৰ নিশ্চিত উপায়

আপুনি যদি বুধ দেৱতাৰ কৃপাত আপোনাৰ জীৱনত সুখ, সমৃদ্ধি আৰু ধনসম্পদ বৃদ্ধি কৰিব খোজে তেন্তে ২৩ মেৰ পৰা ৩০ জুনৰ মাজৰ সময়ত এইসমূহ প্ৰতিকাৰ অৱশ্যেই পালন কৰক৷

দৈনন্দিন জীৱনত পোছাক পৰিচ্ছদ সেউজীয়া ৰঙৰ ব্যৱহাৰ কৰক৷

প্ৰতি বুধবাৰে গণেশক দুৱৰিবন নিবেদন কৰক৷

চৰাইক শস্যদানা আৰু সেউজীয়া মগুদাইল খাবলৈ দিয়ক৷

নিয়মিত বুধ মন্ত্ৰ, ওম বুম বুধায় নমঃ অন্তত ১০৮বাৰ জপ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.