• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

3 months ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

14 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

14 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

15 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

16 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

16 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

17 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

18 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

18 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

19 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

20 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

21 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক
0
SHARES
578
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ফিটনেছ সচেতন মানুহেও হওক বা সাধাৰণ খাদ্যৰসিক মানুহেই হওক৷ প্ৰটিনৰ অন্যতম উৎস হিচাপে চিকেন বা মুৰ্গীৰ মাংস প্ৰায় সকলোৰে পছন্দৰ তালিকাত থাকে৷ পুষ্টিবিদৰ মতে ১০০ গ্ৰাম চিকেন ব্ৰেষ্টত প্ৰায় ২৫ৰ পৰা ৩১ গ্ৰাম পৰ্যন্ত প্ৰটিন থাকিব পাৰে৷ চিকেনৰ অন্যান্য অংশত ফেটৰ পৰিমাণ কিছু বেছি থাকে৷ প্ৰটিনৰ মাত্ৰা তুলনামূলকভাৱে কম হয়৷

বহুতৰেই ধাৰণা ফাৰ্মসমূহত মাত্ৰ ৩৫ৰ পৰা ৪০ দিনৰ ভিতৰত মুৰ্গীসমূহক দ্ৰুতগতিত ডাঙৰ কৰিবৰ বাবে বিপজ্জনক সকলো ঔষধ, এণ্টিবায়োটিক আৰু গ্ৰোথ হৰমনৰ ইঞ্জেকছন দিয়া হয়৷ দাবী কৰা হয় ব্ৰয়লাৰ মুৰ্গী খোৱাৰ ফলত মানুহৰ বিশেষকৈ শিশুসকলৰ শাৰীৰিক বিকাশত মাৰাত্মক ক্ষতিকৰ প্ৰভাৱ পৰে৷ কিন্তু সঁচা কি? বিজ্ঞান আৰু আন্তৰ্জাতিক ফাৰ্ম বিশেষজ্ঞসকলে কিন্তু এই দাবীক সম্পূৰ্ণ গুজব বা ভ্ৰান্ত ধাৰণা বুলি উৰুৱাই দিছে৷ জানি থওক ইয়াৰ আঁৰৰ সত্য কি?

মুৰ্গীক কি সঁচাকৈয়ে হৰমন দিয়া হয় নেকি?

দ্যা হিউমেন লিগৰ ৰিপৰ্ট অনুসৰি সাধাৰণ মানুহৰ মাজত এক বদ্ধমূল ধাৰমা আছে যে ব্ৰয়লাৰ মূৰ্গীৰ দ্ৰুত বৃদ্ধিৰ বাবে কৃত্ৰিম হৰমন প্ৰয়োগ কৰা হয়৷ আন্তৰ্জাতিক বিশেষজ্ঞ আৰু চৰকাৰী সংস্থাসমূহে স্পষ্টকৈ জনাইছে যে এই ধাৰণা একেবাৰে ভিত্তিহীন৷

প্ৰকৃত সত্য হৈছে ব্ৰয়লাৰ মুৰ্গীক দ্ৰুত ডাঙৰ কৰাৰ বাবে যিকোনো ধৰণৰ গ্ৰোথ হৰমন দিয়া আইনমতে সম্পূৰ্ণ নিষিদ্ধ৷ কেৱল সেয়াই নহয় বৈজ্ঞানিক আৰু ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা লাখ লাখ মূৰ্গীক প্ৰতিদিনে ইঞ্জেকছন দিয়াটো ফাৰ্মসমূহৰ পক্ষেও একপ্ৰকাৰে অসম্ভৱ৷

চিকিৎসকে জনোৱা অনুসৰি ব্ৰয়লাৰক লৈ মানুহৰ মনত যি ভয় আছে সেয়া একেবাৰেই মিথ৷ বাণিজ্যিকভাৱে বিক্ৰি হোৱা মুৰ্গীৰ দ্ৰুত বৃদ্ধিৰ বাবে কোনো ধৰণৰ কৃত্ৰিম হৰমন ব্যৱহাৰ কৰা নহয়৷ আৰু যদি হৰমনক মুৰ্গীৰ খাদ্যৰ সৈতে মিহলাই খুওৱা হয় তেতিয়া মুৰ্গীৰ পৰিপাকতন্ত্ৰই সেয়া সাধাৰণ প্ৰটিন হিচাপেই ভাঙি হজম কৰে৷ ফলত মানুহৰ শৰীৰলৈ কোনো ক্ষতিকাৰক প্ৰভাৱ যোৱাৰ প্ৰশ্নই নাহে৷

ঔষধ বা হৰমন অবিহনে ব্ৰয়লাৰ মুৰ্গী কেনেকৈ সোনকালে ডাঙৰ হয়?

এতিয়া প্ৰশ্ন উঠিব পাৰে, কৃত্ৰিম উপায় অৱলম্বন নকৰিলে মাত্ৰ ডেৰ মাহ এটা মুৰ্গী ইমান ডাঙৰ কেনেকৈ হয়৷ অৰ্গেনিক ফিডছৰ মতে ইয়াৰ আঁৰত আছে বিজ্ঞানৰ জাদু৷ ব্ৰয়লাৰ মুৰ্গীৰ প্ৰজাতি আমাৰ পৰিচিত দেশী মুৰ্গীতকৈ সম্পূৰ্ণ পৃথক৷ এই মুৰ্গী প্ৰাকৃতিকভাৱেই খুবেই দ্ৰুত বৃদ্ধি পায় আৰু মাত্ৰ ৪৫ দিনতেই পূৰ্ণাংগ আকাৰ ধাৰণ কৰে৷

ইয়াৰ আঁৰৰ মূল কাৰণসমূহ

উন্নত জেনেটিক্স আৰু চিলেক্টিভ ব্ৰিডিং

বিগত কেইবাদশক ধৰি পোলট্ৰি বিশেষজ্ঞসকলে কেৱলমাত্ৰ এইসমূহ মুৰ্গীৰ প্ৰজন্ন বা ব্ৰিডিং কৰিছে যিসমূহ শাৰীৰিকভাৱে সুস্থ থাকে আৰু খুবেই দ্ৰুত বাঢ়ে৷

বিশেষ পুষ্টিগুণ সম্পন্ন খাদ্য

ফাৰ্মসমূহত মুৰ্গীৰ খাদ্যৰ ওপৰত বিশেষ বৈজ্ঞানিক নজৰদাৰী থাকে৷ প্ৰটিন, ভিটামিন আৰু খনিজ সমৃদ্ধ একেবাৰে হিচাপৰ ডায়েট দিয়া হয়৷ এই হাইপ্ৰটিন ডায়েটৰ ফলতেই ব্ৰয়লাৰৰ ওজন দ্ৰুত বৃদ্ধি পায়৷

এণ্টিবায়োটিকৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকৰ?

হৰমনৰ ওপৰিও আৰু এক বৃহৎ উদ্বেগৰ বিষয় হৈছে এণ্টিবায়োটিকৰ ব্যৱহাৰ৷ মুৰ্গীক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ফাৰ্মত এণ্টিবায়োটিক দিয়া হয়৷ কিন্তু গ্লোবেল গাইডলাইন বা আন্তৰ্জাতিক নিয়ম অনুসৰি মুৰ্গী বজাৰত বিক্ৰি বা মাংস কটাৰ কেইদিনমান পূৰ্বে এই ঔষধ দিয়া সম্পূৰ্ণ বন্ধ কৰি দিয়া হয়৷ এই সময়কালক চিকিৎসকৰ ভাষাত কোৱা হয় উইথড্ৰয়েল পিৰিয়ড৷

স্বাস্থ্য বিষয়ক ৱেবচাইট হেলথলাইনৰ প্ৰতিবেদন অনুসৰি এই নিয়ম অত্যন্ত কঠোৰভাৱে পালন কৰা হয়৷ ইয়াৰ ফলত মাংস যেতিয়া ক্ৰেতাৰ প্লেট পাইগৈ তেতিয়া মুৰ্গীৰ শৰীৰত ঔষধৰ কোৱো অস্তিত্ব বা প্রভাৱৰ অৱশিষ্ট নাথাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.