• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

5 months ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

3 minutes ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

54 minutes ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

2 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

3 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

4 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

17 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

17 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

18 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

19 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

19 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

20 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ'ব পাৰে জীৱন!

editor by editor
May 29, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

“Smoking is injurious to health” – এই বাক্যশাৰী আপুনি বিভিন্ন ৰাজহুৱা স্থানত দেখিবলৈ পাইছে। কিন্তু ইয়াৰ পিছতো বহুতে এই নিচা এৰিব নোৱাৰে। চিগাৰেগ সেৱন কৰা লোকসকলে দুদিন এৰাই চলাৰ পিছত পুনৰ আগৰ ধৰণেৰে খাবলৈ আৰম্ভ কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এনে কিয় হয়? কিয় এজন ব্যক্তিয়ে চিগাৰেট সেৱনৰ অভ্যাস এৰাব নোৱাৰে World No Tobacco Day ত জানো আহক…

নিকোটিনৰ আসক্তি কেৱল অভ্যাস নহয়, ই এক চিকিৎসাজনিত অৱস্থা

বিশেষজ্ঞসকলে কয় যে, ধূম্ৰপান এৰি দিয়াটো কেৱল ইচ্ছাশক্তিৰ কথা নহয়। নিকোটিনৰ আসক্তিয়ে শৰীৰ আৰু মন দুয়োটাকে প্ৰভাৱিত কৰে। সেই বাবে বহুতে ধূমপান এৰিবলৈ চেষ্টা কৰাৰ কিছুদিনৰ ভিতৰতে পুনৰ আৰম্ভ কৰে।

অধ্যাপক এমেৰিটাছ ডাঃ কাৰ্ল ফেগাৰষ্ট্ৰমৰ মতে, আটাইতকৈ ডাঙৰ ভুল ধাৰণাটো হ’ল যে ধূমপানৰ লগত জড়িত ৰোগৰ প্ৰধান কাৰণ নিকোটিন। দশক দশক ধৰি চলি থকা বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে ধূমপানৰ পৰা হোৱা গুৰুতৰ ৰোগৰ প্ৰধান কাৰণ নিকোটিন নহয়, বৰঞ্চ ধঁপাত জ্বলোৱাৰ সময়ত নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু ধোঁৱা। নিকোটিন নিচাযুক্ত, কিন্তু শৰীৰৰ আটাইতকৈ বেছি ক্ষতি হৈছে ধোৱাৰ ফলত।”

আটাইতকৈ ডাঙৰ বাধা

বিশেষজ্ঞসকলে কয় যে, চিগাৰেট এৰিলে মানুহৰ নানা ধৰণৰ লক্ষণ শৰীৰত দেখা দিয়ে। ইয়াৰ ভিতৰত অস্থিৰতা, খিংখিঙীয়াতা, মূৰৰ বিষ, সঘনাই লোভ, টোপনিৰ সমস্যা, মনোযোগত অসুবিধা আদি। সেই কাৰণেই বেছিভাগ মানুহেই কেৱল ইচ্ছাশক্তিৰ ওপৰত ভিত্তি কৰি ধূমপান এৰিবলৈ চেষ্টা কৰে, কিন্তু দীৰ্ঘম্যাদীভাৱে সফল হ’ব নোৱাৰে।

নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে কেনেদৰে সহায় কৰে?

Nicotine Replacement Therapies যেনে, নিকোটিন গাম আৰু লজেঞ্জ ধূমপান এৰিবলৈ সহায়ক বুলি বহুলভাৱে সহায় লাভ কৰিছে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় অধ্যয়নৰ মতে, এই থেৰাপি কোনো সহায় নোলোৱাকৈ ৫০-৭০ শতাংশ পৰ্যন্ত উন্নত সফলতাৰ হাৰ প্ৰদান কৰিব পাৰে। ডাঃ ফেগাৰষ্ট্ৰমৰ মতে, এৰি দিয়া লোকসকলক নিকোটিনৰ সহায়ৰ প্ৰয়োজন হয়, ইয়াৰ ফলত withdrawal symptoms ক নিয়ন্ত্ৰণ কৰিব পাৰে।

ইয়াৰোপৰি তেওঁৰ মতে, বেছিভাগ মানুহেই স্বাস্থ্যজনিত ভয়, উশাহ-নিশাহৰ সমস্যা বা ব্যক্তিগত কাৰণৰ বাবেও হঠাতে ধূমপান এৰিবলৈ সিদ্ধান্ত লয়।

বিশেষজ্ঞসকলে কয় যে আজি ধূমপান কেৱল ভৱিষ্যতৰ ৰোগৰ বাবে বিপদজনক কাৰক নহয়, ইয়াৰ প্ৰভাৱ যুৱক-যুৱতীসকলৰ দৈনন্দিন জীৱনশৈলীতো পৰিছে। ষ্টেমিনা কম, টোপনি বেয়া, উশাহ লোৱাত কষ্ট, শৰীৰৰ সমস্যা, মানসিক চাপৰ পৰা আৰোগ্য লাভ কৰাত সমস্যা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?
জীৱনশৈলী

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

October 19, 2026
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?
বাণিজ্য

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

October 19, 2026
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?
বাণিজ্য

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

October 19, 2026
Next Post
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ'ব ভাগ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.