• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 months ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

54 minutes ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

3 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

3 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

3 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

4 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

5 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

6 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

8 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

বন্ধ দিলেই হ'ব নেকি সমাধান?

editor by editor
June 6, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
৫ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত ১২গৰাকীকৈ বিধায়কে মন্ত্ৰী হিচাপে শপত ল’লে। ইয়াৰে কেইবাগৰাকীও মন্ত্ৰীৰ পূৰ্বতেও মন্ত্ৰী হোৱাৰ অভিজ্ঞতা থকাৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছে ৪গৰাকীকৈ মন্ত্ৰীয়ে। ইয়াৰ ভিতৰত মঙলদৈৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়িকা হৈয়ে মন্ত্ৰিত্ব লাভ কৰা নীলিমা দেৱীয়েও মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু লক্ষণীয়ভাৱে ছচিয়েল মিডিয়া হেণ্ডেল Xত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে তেওঁৰ মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া ১২ গৰাকীকৈ বিধায়ক-বিধায়িকাৰ নাম প্ৰকাশ কৰাৰ পিছতে অসন্তুষ্ট হৈ পৰা দেখা যায় শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ সমৰ্থকসকলক। নতুন মন্ত্ৰীসভাত বিধায়ক বলীন চেতিয়াক স্থান নিদিয়াৰ প্ৰতিবাদত তেওঁৰ সমৰ্থক আৰু মৰাণ-মটক যুৱ-ছাত্ৰ সন্থাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ৪৮ ঘণ্টাৰ বাবে বন্ধৰ আহ্বান জনায়। বন্ধৰ সময়ছোৱাত দুয়োখন জিলাৰ বিভিন্ন স্থানত বন্ধৰ সমৰ্থকে টায়াৰ জ্বলায়ো প্ৰতিবাদ সাব্যস্ত কৰে। ভূমিপুত্ৰ মৰাণ-মটক জনগোষ্ঠীৰ এগৰাকীও বিধায়কক মন্ত্ৰিত্ব নিদিয়াত জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰিছে। বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীটোৰ অন্তত এজন হলেও জনপ্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিও পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে মৰাণ-মটক জনগোষ্ঠীৰ সংগঠনসমূহৰ বিষয়ববীয়াই।
আহোম, চুতীয়া, মৰাণ-মটক, ৰাভা, শৰণীয়া, বড়ো, কছাৰী, কাৰ্বি, তিৱা, কলিতা, কৈৱৰ্ত, ব্ৰাহ্মণ, মিছিং, মিকিৰকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকৰ বাৰে ৰহণীয়া সংস্কৃতিৰ সমষ্টিয়েই হৈছে অসম। ইতিপূৰ্বৰে পৰা অসমত এনেদৰেই সকলো জাতি-জনগোষ্ঠীয়ে একতাৰ এনাজৰীৰে বাস কৰি আহিছে। আহোম শাসনকালতো আহোম সম্প্ৰদায়ৰ উপৰিও আন আন সম্প্ৰদায়ৰ লোকেও বিভিন্ন সময়ত ৰজাঘৰীয়া বিষয়বাব পাইছিল। অসমত বাস কৰা এই সকলো জনগোষ্ঠীৰ লোকৰে প্ৰথম চিনাকি অসমীয়া। নিজৰ নিজৰ সমৰ্থিত বিধায়ক তথা নিজ নিজ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়কক মন্ত্ৰী হিচাপে চোৱাৰ আশা সকলোৰে থাকে। কিন্তু অসমত থকা প্ৰতিটো জনগোষ্ঠীকে প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী বিধায়কক মন্ত্ৰিত্ব দিয়াটো সম্ভৱ নহয়। সেয়ে নিজৰ সমৰ্থিত জনপ্ৰতিনিধিয়ে মন্ত্ৰিত্ব বা চৰকাৰৰ বিশেষ দায়িত্ব নাপালেও যে তেওঁ অসম তথা নিজ সমষ্টিৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ সেই কথা সমৰ্থকসকলে নিশ্চিতভাৱে বুজা উচিত। কেৱল মন্ত্ৰিত্বৰ ক্ষেত্ৰতেই নহয় ৰাজনীতি, ক্ৰীড়া, অভিনয় তথা সামাজিক সকলো ক্ষেত্ৰতে নিজস্ব জনগোষ্ঠীৰ পৰিচয়ৰ লগতে নিজকে প্ৰথমে এজন অসমীয়া হিচাপে পৰিচয় দিয়াটোৱেই এজন অসমীয়া হিচাপে আমাৰ প্ৰথম কৰ্তব্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
Next Post
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ'ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড'জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.