• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

2 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

19 minutes ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

48 minutes ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

1 hour ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

2 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

3 hours ago
সাজঘৰ

সাজঘৰ

3 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

14 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

15 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

15 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

16 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালেই হ'ব পাৰে কঠোৰ শাস্তি!

editor by editor
June 7, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শেহতীয়াভাৱে ভাৰত বিৰুদ্ধে ছচিয়েল মিডিয়াৰ বিভিন্ন ছাইটত কেইবাটাও পোষ্ট চিনাক্ত কৰি block কৰিছে ছিংগাপুৰ চৰকাৰে। দেশখনৰ গৃহমন্ত্ৰালয়ে ফেচবুক, youtube আৰু Xত ভাৰতৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য আগবঢ়োৱা তেনে ১৪টাকৈ পোষ্ট চিনাক্ত কৰি block কৰিছে। অনুসন্ধানত এই পোষ্টকেইটা চীনৰ পৰা আপলোড কৰি ছিংগাপুৰৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত বিয়পাই দিয়াৰ তথ্য লাভ কৰিছে দেশখনৰ গৃহ বিভাগে। উপৰিও এই ফেচবুক, youtube আৰু X এই তিনিওটা ফ্লেটফৰ্মকে ভৱিষ্যতে ছিংগাপুৰৰ ব্যৱহাৰকাৰীয়ে যাতে এনে ভাৰতবিৰুদ্ধ পোষ্ট নাপায় তাৰ বাবে ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে। ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ অনলাইন অপৰাধিক অধিনিয়ম ২০২৩ৰ অধীনত এনে ধৰণৰ অপপ্ৰচাৰ চলোৱা পোষ্টৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

 আপত্তিজনক পোষ্টকেইটাত কি আছিল?

ছিংগাপুৰৰ গৃহমন্ত্ৰালয়ৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি চীনা ভাষাত লিখা পোষ্টকেইটাত প্ৰথমে ছিংগাপুৰে নিজৰ সংস্কৃতি আৰু দেশখনৰ জাতীয় ৰাজনৈতিক নীতি ক্ৰমাৎ হেৰুৱালৈ ধৰা বুলি মন্তব্য কৰে। ইয়াৰ পিছতে পোষ্টকেইটাত চীনা ব্যৱহাৰকাৰীয়ে ভাৰতৰ বিৰুদ্ধে বহুতো আপত্তিজনক মন্তব্য আগবঢ়ায় আৰু ইয়াক ছিংগাপুৰৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী মাজত বিয়পাই দিয়ে। ইয়াৰ ভিতৰত ছিংগাপুৰত ভাৰতীয়ৰ অবৈধ আগ্ৰাসন সন্বন্ধীয় কেইবাটাও পোষ্ট আছিল। ছিংগাপুৰৰ ৰাজনীতিত ভাৰতীয় মূলৰ নেতাও ছিংগাপুৰৰ নাগৰিকৰ বাবে চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে বুলিও অন্য কেইবাটাও পোষ্ট চিনাক্ত কৰে ছিংগাপুৰৰ গৃহ মন্ত্ৰালয়ে। ইয়াৰ উপৰিও ছিংগাপুৰত ভাৰতীয় মূলৰ লোকৰ উপস্থিতি বৃদ্ধিয়ে দেশখনৰ বাবে হানিকাৰক বুলি আন কেইবাটাও পোষ্টো চিনাক্ত কৰে দেশখনৰ গৃহমন্ত্ৰালয়ে। ছিংগাপুৰত বসবাস কৰা কেইবাগৰাকীও ভাৰতীয় মূলৰ লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰৰ ফটো, ভিডিঅ পোষ্ট কৰে দুষ্ট চক্ৰটোৱে।
দেশখনৰ গৃহমন্ত্ৰালয়ে ছিংগাপুৰৰ দণ্ড সহিতাৰ অধীনত ২৯৮A নং ধাৰাৰ অধীনত এনেধৰণৰ পোষ্টসমূহত অপৰাধৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে। প্ৰাথমিক তদন্তত চীনৰ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ছিংগাপুৰৰ facebook, youtube আৰু X ব্যৱহাৰকাৰীৰ মাজলৈ বিয়পাই দিয়া হৈছে। এই পোষ্টসমূহত কৰা অভিযোগক খণ্ডন কৰি ছিংগাপুৰ চৰকাৰে দেশখনৰ নিৰ্মাণ ক্ষেত্ৰত ভাৰতীয় প্ৰৱাসী শ্ৰমিকৰ যোগদান উল্লেখযোগ্য আৰু তেওঁলোক ছিংগাপুৰ সমাজৰ এক উল্লেখযোগ্য সদস্য বুলিও মন্তব্য কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
বিজ্ঞান

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
বাণিজ্য

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

June 7, 2026
Next Post
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক'লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.