• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

4 months ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

2 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

2 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

4 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

5 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

5 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

6 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

6 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

7 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

8 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

নৱাগত মানৱ সুথৰক প্লেয়াৰ অব দ্য মেচৰ সন্মান

editor by editor
June 8, 2026
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্লেমাৰাছ IPLৰ সমাপ্তিৰ পিছতে ক্ৰিকেটৰ সবাটোকৈ পুৰণি সংস্কৰণটোলৈ ঘূৰি আহিছে টীম ইণ্ডিয়া। ক্ৰিকেটৰ দীঘলীয়া সংস্কৰণটোত আহিয়েই যেন হেৰুওৱা ছন্দ উভতাই পাইছে টীম ইণ্ডিয়াই। চণ্ডীগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত একমাত্ৰ টেষ্টখনৰ তৃতীয়টো দিনতেই এক ইনিংছ আৰু ৩০০ ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈছে শুভমন গিলৰ টীম ইণ্ডিয়া। এয়া ভাৰতৰ টেষ্ট ইতিহাসৰ সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে এই তালিকাৰ শীৰ্ষত আছিল ২০১৮ত ৰাজকোটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা মেচখন। মেচখনত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এক ইনিংছ আৰু ২৭২ ৰানৰ ব্যৱধানত জয়লাভ কৰিছিল। চলিত মেচখনত টীম ইণ্ডিয়াই টছত জয়ী হৈ প্ৰথম ইনিংছত ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৫৬৪ ৰান। ৫৬৪ ৰানত টীম ইণ্ডিয়াৰ কেপ্টেইন গিলে ইনিংছ ঘোষণা কৰি আফগানিস্তানক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।

টীম ইণ্ডিয়াৰ হিমালয়সদৃশ ৰানৰ পাহাৰ সমুখত লৈ ক্ৰিজলৈ অহা আফগানিস্তানৰ বেটাৰসকলে প্ৰথমৰ পৰাই বিপৰ্যয়ৰ সন্মুখন হয়। আফগানিস্তানৰ বেটিং লাইনআপত ক্ষুৰধাৰ আক্ৰমণ কৰা টীম ইণ্ডিয়াৰ মূল নায়ক আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা বাওঁহতীয়া স্পীনাৰ মানৱ সুথৰ। মানৱ সুথৰে মাত্ৰ ৩৩ ৰান খৰছ কৰি আলহী দলটোৰ ৬ গৰাকীকৈ বেটাৰক দেখুৱায় পেভিলিয়নৰ ৰাস্তা। প্ৰথম ইনিংছত মানৱ সুথৰৰ উপৰিও প্ৰসিদ্ধ কৃষ্ণায়ো ৩৭ ৰানৰ বিনিময়ত দখল কৰে ৩ টা উইকেট। আফগানিস্তানে প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত ১৫২ ৰান সংগ্ৰহ কৰি ফলো অনৰ সন্মুখীন হোৱাত পুনৰবাৰ বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰে। প্ৰথম ইনিংছত আফগানিস্তানৰ একমাত্ৰ ৰহমত শ্বাহে অৰ্ধশতকৰ দেওনা পাৰ কৰিবলৈ সংক্ষম হয়। ৰহমত শ্বাহে ১৩৫টা বল খেলি সংগ্ৰহ কৰে ৬০ ৰান। দ্বিতীয় ইনিংছতো আলহী দলটোৰ একেই দুৰ্বল প্ৰদৰ্শন অব্যাহত ৰাখি মাত্ৰ ১১২ ৰানতে হেৰুৱাই আটাইকেইটা উইকেট। দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে ৩৬ ৰানত ৪টা আৰু কুলদ্বীপ যাদৱে ৩০ ৰান খৰচ কৰি দখল কৰে ৩টা উইকেট। দ্বিতীয় ইনিংছত মানৱ সুথৰেও এটা উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ কেপ্টেইন শুভমন গিলে ১২৬ আৰু কে এল ৰাহুলৰ ১০০ ৰানৰ বিনিময়ত টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছিল ৫৬৪ ৰান। গিল-ৰাহুলৰ উপৰিও ছাই সুদৰ্শন আৰু ঋষভ পণ্টে ৮১ ৰানকৈ আৰু ৱাশ্বিংটন সুন্দৰে ৫২ ৰান সংগ্ৰহ কৰিছিল। আফগানিস্তানৰ মহম্মদ ছালেমে দখল কৰে ৬টা উইকেট। প্ৰথম ইনিংছত ৬টা উইকেট আৰু ২৮ ৰান আৰু দ্বিতীয় ইনিংছ এটা উইকেট দখল কৰা নৱাগত মানৱ সুথৰ দিয়া হয় প্লেয়াৰ অব দ্য মেচৰ সন্মান।

এই বাতৰিটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

Life story of Guns N’ Roses

Life story of Guns N' Roses

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.