• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

2 months ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

17 minutes ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

44 minutes ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

1 hour ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

2 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

3 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

3 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

4 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

4 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

22 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

23 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

23 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

CNN, al jazeera, france 24 newsত শিৰোনাম দখল

editor by editor
June 8, 2026
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিগত ৬ জুনত দিল্লীৰ যন্তৰ-মন্তৰত NEET প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত নৱগঠিত cockroach janata partyৰ প্ৰথমটো প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন হৈ যায়। এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে CJPৰ প্ৰতিষ্ঠাপক অভিজৎ দীপকেই। আনহাতে লাডাখৰ ছ’চিয়েল এক্টিভিটিষ্ট চোনম ৱাংচুকেও এই আন্দোলনত অংশগ্ৰহণ কৰে। CJPৰ প্ৰথমটো প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত CJPৰ মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকাই ৭ দিনৰ ভিতৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে দলটোৰ সমৰ্থকসকলে পুনৰ ৭ দিনৰ অন্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ কৰা হৈছে CJPৰ আন্দোলনৰ খবৰ?

ইপিনে দেশৰ ৰাজধানী দিল্লীত ৰূপায়ণ কৰা এই অন্দোলনৰ খবৰ বিশ্বৰ বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমে মূল বাতৰি হিচাপে প্ৰকাশ আৰু সম্প্ৰচাৰ কৰা দেখা গৈছে। আমেৰিকাৰ সংবাদ গোষ্ঠী CNN-এ ‘ভাৰতৰ নতুন যুৱ ৰাজনৈতিক দলৰ প্ৰথমটো প্ৰতিবাদ’ শিৰোনামেৰে প্ৰকাশ কৰে আন্দোলনৰ বাতৰি। বাতৰিটোত ‘দীৰ্ঘদিনৰ পৰা চলি অহা পৰীক্ষা কেংলেকাৰি, নিবনুৱা সমস্যাত অতিষ্ঠ হৈ ভাৰতৰ যুৱপ্ৰজন্মই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী’ বুলি প্ৰকাশ কৰে। CNNৰ বাতৰিটোত ভাৰতৰ মুখ্য ন্যায়াধীশৰ মন্তব্যটোৰ প্ৰসংগৰে কেনেকৈ cockroach janata partyৰ জন্ম হ’ল ইয়াকো বৰ্ণনা কৰা দেখা যায়।
আনহাতে ফ্ৰান্সৰ আগশাৰীৰ সংবাদগোষ্ঠী FRANCE24তো শিৰোনাম দখল কৰে cockroach janata partyৰ আন্দোলনে। FRANCE24ৰ বাতৰিটোত ‘cockroach janata party আহি আছে, ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিছে’ শ্লোগানক প্ৰাধান্য দি প্ৰকাশ কৰে উক্ত বাতৰিটো। ইয়াৰ উপৰিও ছাউথ চাইনা মৰ্নিং পোষ্টত cockroach janata party-এ আগন্তুক দিনত সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰে কিদৰে মোকাবিলা কৰিব তাক লৈ বিস্তৃত বাতৰি প্ৰকাশ কৰে।
মধ্যপ্ৰাচ্য তথা আৰৱ দেশসমূহৰ প্ৰধান সংবাদগোষ্ঠী আল জাজিৰাত NEET প্ৰশ্নকাকত ফাদিল প্ৰসংগৰ বাবে ভাৰতৰ যুৱ প্ৰজন্ম বিগত কিছু সময়ৰ পৰা যথেষ্ট অসন্তুষ্ট বুলি প্ৰকাশ কৰে। আনহাতে গল্ফ নিউজ, পাকিস্তান আৰু বাংলাদেশৰ প্ৰায়কেইখন আগশাৰীৰ সংবাদপত্ৰত cockroach janata partyৰ আন্দোলনৰ খবৰ মূল বাতৰি হিচাপে প্ৰকাশ পাইছে।
ইপিনে জাৰ্মান সংবাদগোষ্ঠী DW-এ NEETক ভাৰতৰ কঠিনতম পৰীক্ষাসমূহৰ ভিতৰত অন্যতম বুলি প্ৰকাশ কৰি cockroach janata partyৰ আন্দোলৰ বাতৰিটো বিস্তৃতভাৱে প্ৰকাশ কৰে।
এই বাতৰিটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cockroach janata party
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত
বিনোদন

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

August 15, 2026
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?
ভাৰত

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?
নিয়োগ

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

August 15, 2026
Next Post
Life story of Guns N’ Roses

Life story of Guns N' Roses

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

ভাৰতক লৈ সুৰ সলনি চীনৰ, 'চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.